Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Iran-US War Ceasefire Update:ইৰাণৰে যুদ্ধবিৰতি ঘোষণাৰ পিছতে গৰজি উঠিল মাৰ্কিন সাংসদ

ড'নাল্ড ট্রাম্পৰ পদত্যাগৰ দাবী ৮৫ জনকৈ সাংসদৰ, ২৫নং সাংবিধানিক সংশোধনীৰে ট্রাম্পক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ দাবী সাংসদ কেইজনৰ

publisher by publisher
April 8, 2026
in International
Reading Time: 1 min read
0
Iran-US War Ceasefire Update:ইৰাণৰে যুদ্ধবিৰতি ঘোষণাৰ পিছতে গৰজি উঠিল মাৰ্কিন সাংসদ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

 India- Us Trade Deal:আমেৰিকা-ভাৰত অন্তৱৰ্তী বাণিজ্য বুজাবুজি : শুল্ক হ্ৰাস, আমদানিত বৃহৎ প্ৰতিশ্ৰুতি

US Visa:২১ জানুৱাৰীৰ পৰা ৭৫ খন দেশৰ বাবে মাৰ্কিন ভিছা বন্ধ হ’ব !

Iran-US War Ceasefire Update:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–২৮ ফেব্ৰুৱাৰীৰ পৰা ইজৰাইলৰ স’তে মিলি মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাণৰ বিৰুদ্ধে অব্যাহত ৰখা যুদ্ধ বুধবাৰে হঠাতে যুদ্ধবিৰতি ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ প্ৰায় ৪০ দিন ধৰি চলি থকা যুদ্ধৰ অন্তত দুয়ো দেশে বৰ্তমান দুসপ্তাহৰ বাবে যুদ্ধবিৰতি ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় মাৰ্কিন ৰাজনৈতিক মহলত ৷ এয়া ট্রাম্পৰ ‘পূৰ্ণ আত্মসমর্পণ’ আখ্যাৰে ড’নাল্ড ট্রাম্পৰ পদত্যাগৰ দাবী কৰিলে ৮৫ জনকৈ বিৰোধী ডেম’ক্ৰেটিক সাংসদৰ ৷ আনকি ২৫নং সাংবিধানিক সংশোধনী ব্যৱহাৰ কৰি ট্রাম্পক ৰাষ্ট্ৰপতি পদৰ পৰাও অপসাৰণ দাবী কৰে ডেম’ক্ৰেটিক সাংসদ কেই গৰাকীয়ে ৷

ADVERTISEMENT

উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত যেতিয়া ইজৰাইলৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল, তেতিয়া তেওঁ ভেনিজুৱেলাত নিজৰ কাৰ্যক লৈ আত্মবিশ্বাসী আছিল। তেওঁৰ বিশ্বাস আছিল যে এই দুৰ্গ দখল কৰাটো সহজ হ’ব। কিন্তু কিছুদিন পিছত স্পষ্ট হৈ পৰিল যে যুদ্ধবিৰতিৰ প্ৰয়োজন কাৰণ ইৰাণৰ ক্ষতিৰ সংখ্যা কম। আমেৰিকাৰ অৰ্থনীতি আৰু ড’নাল্ড ট্ৰাম্পৰ ৰাজনৈতিক সুনাম যথেষ্ট অৱনমিত হৈ পৰিছিল। অৱশেষত যুদ্ধৰ ষষ্ঠ সপ্তাহত দুয়োখন দেশে আলোচনাত মিলিত হ’ল।

মনকৰিবলগীয়া এই যে ট্ৰাম্পৰ পদত্যাগৰ দাবী কৰা আটাইকেইজন সাংসদ বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিৰ যদিও ট্ৰাম্পে ইয়াৰ আগতে কেতিয়াও বিৰোধীৰ ইমান ব্যাপক হেঁচাৰ সন্মুখীন হোৱা নাছিল।

শেহতীয়াকৈ মাৰ্কিন ৰাজনৈতিক মহলত এটা চৰ্চিত বিষয় চলি আছিল যে ট্ৰাম্পক অপসাৰণৰ প্ৰচেষ্টা চলিছে সংগোপনে ৷ ছ’চিয়েল মিডিয়াত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইমানেই ক্ষোভিত আৰু গালি-গালাজ কৰা পোষ্ট লিখিছিল যে আমেৰিকাৰ ভিতৰত তেওঁৰ ভাষা আৰু নিত্য পৰিৱৰ্তিত স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদৰ কণ্ঠ বাঢ়িবলৈ ধৰিলে। আমেৰিকাৰ বহু সাংসদ আৰু নেতাই কৈছে যে ট্ৰাম্পে সঘনাই শব্দ সলনি কৰা, কৌশল সলনি কৰা, ইৰাণ যুদ্ধৰ সন্দৰ্ভত এনে গালি-গালাজ কৰা পোষ্ট লিখাই তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া কংগ্ৰেছত ২৫ সংশোধনীৰ ৪ নং ধাৰা আৰোপ কৰাৰ আহ্বানে গতি লাভ কৰিছে। এই ধাৰাটোৱেই এতিয়া আমেৰিকাৰ সাংসদসকলৰ বাবে ট্ৰাম্পৰ উন্মাদনাৰ একমাত্ৰ উপযুক্ত প্ৰতিকাৰ হিচাপে দেখা গৈছে।

আমেৰিকাত কাৰোবাক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰাটো ইমান সহজ নহ’লেও পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱহাৰ কৰিব পৰা কিছুমান নিয়ম-নীতি এতিয়াও আছে। ইয়াৰে এটা হৈছে ২৫ সংখ্যক সংশোধনী, যিটোৰ দাবী আমেৰিকাৰ সাংসদসকলে। ইয়াৰ চাৰিটা ধাৰা আছে I ইয়াৰে চতুৰ্থটো ট্ৰাম্পৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ বিচৰা হৈছে:

ধাৰা ১:যদি ৰাষ্ট্ৰপতিৰ মৃত্যু হয়, পদত্যাগ হয়, বা অপসাৰণ হয়, তেন্তে উপ-ৰাষ্ট্ৰপতিজন সম্পূৰ্ণ ৰাষ্ট্ৰপতি হয়।

ধাৰা ২:উপ-ৰাষ্ট্ৰপতিৰ পদ খালী হ’লে ৰাষ্ট্ৰপতিয়ে নতুন মনোনীত ব্যক্তিৰ প্ৰস্তাৱ আগবঢ়ায়, যাৰ বাবে কংগ্ৰেছৰ অনুমোদনৰ প্ৰয়োজন।

ধাৰা ৩:যদি ৰাষ্ট্ৰপতিয়ে সাময়িকভাৱে অক্ষমতা অনুভৱ কৰে তেন্তে তেওঁ সাময়িকভাৱে উপ-ৰাষ্ট্ৰপতিৰ হাতত ক্ষমতা অৰ্পণ কৰিব পাৰে।

ধাৰা ৪: এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতি আৰু কেবিনেটৰ সংখ্যাগৰিষ্ঠতা (১৫ৰ ভিতৰত ৮)ক ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ কৰ্তব্য পালন কৰিব নোৱাৰা বুলি লিখিত ঘোষণা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে। উপ-ৰাষ্ট্ৰপতিজন লগে লগে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হয়। যদি ৰাষ্ট্ৰপতিয়ে সুস্থ বুলি ঘোষণা কৰে তেন্তে কংগ্ৰেছৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে চাৰিদিনৰ ভিতৰত এই কথা প্ৰমাণ কৰিব লাগিব কেবিনেট আৰু উপ-ৰাষ্ট্ৰপতিয়ে।

সাংসদসকলৰ মতে, ট্ৰাম্পৰ সঘনাই পৰিৱৰ্তিত বক্তব্যই মানসিকভাৱে অস্থিৰ হোৱাৰ ইংগিত দিয়ে। ফলস্বৰূপে উপ-ৰাষ্ট্ৰপতি আৰু ৰিপাব্লিকান সাংসদসকলক সাহস দেখুৱাবলৈ আৰু ট্ৰাম্পক কাৰ্যভাৰৰ পৰা অপসাৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 85 parliament membersCeasefireDemanad of resignationdemocratic partyDonald TrampIran-US War
publisher

publisher

Related Posts

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম
International

নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

August 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d