Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Saudo Asom Garia Maria Desi Jatiya Parishad:এছ আৰক ৰাজনৈতিক মুনাফা লাভৰ নিকৃষ্ট অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা কাৰ্যক নিন্দা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

বিজেপিয়ে দেশৰ সংবিধান আৰু গণতন্ত্ৰক নস্যাৎ কৰিব বিছাৰিছে : নুৰুল হক

publisher by publisher
January 27, 2026
in Assam
Reading Time: 1 min read
0
Saudo Asom Garia Maria Desi Jatiya Parishad:এছ আৰক ৰাজনৈতিক মুনাফা লাভৰ নিকৃষ্ট অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা কাৰ্যক নিন্দা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Saudo Asom Garia Maria Desi Jatiya Parishad:

সমাগত অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে অসমত শেহতীয়াভাৱে ভাৰতৰ নিৰ্বাচনী আয়োগৰ তত্বাৱধানত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ চমুকৈ এছ আৰৰ কাম আৰম্ভ কৰাৰ পিছত ৰাজ্যৰ বিজেপি চৰকাৰে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ব্যৱস্থাটোক নিজৰ নিকৃষ্ট ৰাজনৈতিক মুনাফাৰ বাবে ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে।

ADVERTISEMENT

আজি পৰিষদৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁলোকৰ স্থিতি স্পষ্ট কৰি কয় যে এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত দেশৰ কোনো ৰাজ্যৰ ভোটাৰ তালিকা পুনৰীক্ষণ কৰাটো নিৰ্বাচনী আয়োগৰ এক স্বাভাৱিক নিয়ম। সেই অনুসাৰে সমাগত অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ বা চমুকৈ এছ আৰ কৰা ব্যৱস্থাক সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে আদৰণি জনাইছে আৰু এই ক্ষেত্ৰত পৰিষদৰ কোনো অভিযোগ নাই।

কিন্তু পৰিতাপৰ বিষয় যে ৰাজ্যৰ বিজেপি দলৰ নেতৃত্বাধীন চৰকাৰখনে এছ আৰৰ দৰে সাংবিধানিক প্ৰক্ৰিয়া এটাক অতি ষড়যন্ত্ৰমূলকভাৱে ৰাজনৈতিক মুনাফা লাভৰ এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে। ৰাজ্যত এছ আৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত শাসকীয় বিজেপি দলৰ কৰ্মীয়ে অসমৰ বিভিন্ন প্ৰান্তত ভুৱা অভিযোগকাৰীৰ দ্বাৰা বহু ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ অভিযোগ দাখিল কৰাটো আমাৰ পৰিলক্ষিত হৈছে। আনকি বেলেগৰ নাম ব্যৱহাৰ কৰি আৰু চহী জাল কৰি অভিযোগকাৰী সজাই তেনেলোকৰ নামত নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰি ভোটাৰ তালিকাৰ পৰা বিশেষকৈ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী আদি লোকৰ নাম কৰ্তনৰ আবেদন দাখিল কৰিছে।

এছ আৰৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘূ লোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ লক্ষ্যৰে অভিযোগ দাখিলৰ ফলত বহু খিলঞ্জীয়া গৰীয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীৰ লোক সম্প্ৰতি ভুক্তভোগী হব লগা হৈছে। ধৰ্মীয় সংখ্যালঘু হলেও গৰীয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীৰ লোক সকল অসমৰ খিলঞ্জীয়া আৰু ভাৰতৰ প্ৰকৃত নাগৰিক। গতিকে এছ আৰৰ জৰিয়তে ভাৰতৰ প্ৰকৃত নাগৰিক সকলক ষড়যন্ত্ৰমূলকভাৱে হাৰাশাস্তি কৰা কোনো কাৰণতে গ্ৰহণযোগ্য হব নোৱাৰে। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ মূল উদ্দেশ্য হল মৃত ভোটাৰ, স্থানান্তৰিত ভোটাৰ, একাধিক ভোটাৰ তালিকাত নাম থকা ভোটাৰ, সন্দেহজনক ভোটাৰ আদিৰ নাম পুনৰীক্ষণ কৰা। কিন্তু বিজেপি চৰকাৰে সমগ্ৰ ব্যৱস্থাটো বিজেপি বিৰোধী বুলি পৰিচিত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ বাবে অভিসন্ধিমূলকভাৱে ব্যৱহাৰ কৰিছে।

এয়া দেশৰ বিধি বিধান আৰু নিৰ্বাচনী আয়োগৰ নিয়মৰ পৰিপন্থী। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰি কৈছে যে অসমৰ খিলঞ্জীয়া মুছলমানক কোনো জাননী দিয়া হোৱা নাই, কিন্তু প্ৰকৃততে সেয়া চৰম মিথ্যাচাৰহে। খিলঞ্জীয়া গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় মানুহৰ ভোট কৰ্তনৰ অলেখ উদাহৰণ ইতিমধ্যে চৰ্চিত হৈছে। পৰিষদে এনে কাৰ্য্যৰ তীব্ৰতৰ বিৰোধ কৰাৰ লগতে এনে দুষ্কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে। ইফালে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হকে কয় যে অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ব্যৱস্থাটো বিজেপি দল বা ৰাজ্য চৰকাৰৰ হস্তক্ষেপ নোহোৱাকৈ প্ৰত্যক্ষভাৱে নিৰ্বাচনী আয়োগৰ তত্ত্বাবধানত সমাপন কৰা আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nurul HaquePressmeetSaudo Asom Garia Maria Desi Jatiya Parishadsr
publisher

publisher

Related Posts

জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য
Assam

November 1, 2026
৩০ অক্টোবৰৰ দিনাও গণেশগুৰিত প্রশাসনে অনুষ্ঠিত নকৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

October 31, 2026
Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

October 27, 2026
গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

October 26, 2026
Assam

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

October 26, 2026
Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d