Budget Session 2026:
আজিৰ পৰা আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন ৷ ২ এপ্রিললৈকে চলিব এই বাজেট অধিৱেশন ৷ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব দুটা পর্যায়ত ৷ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ ভাষণেৰে আৰম্ভ হয় এই বাজেট অধিৱেশন প্ৰথম দিনৰ কাৰ্যসূচী ৷ উল্লেখ্য যে দেশৰ বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে নৱমবাৰৰ বাবে সংসদত দাখিল কৰিব বাজেট।
ADVERTISEMENT



































