Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

    অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gohpur:বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে গহপুৰত আধাৰশিলা স্থাপন কৰিলে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ

৪১৫ কোটি টকা ব্যয় সাপেক্ষে গহপুৰত ৰাজ্যৰ প্ৰথমখন টি-ভেট বিশ্ববিদ্যালয় স্থাপন হ'ব, চৰকাৰে ২০১৪-ৰ পৰা উত্তৰ-পূবৰ শিক্ষা খণ্ডত প্ৰায় ২১,০০০ কোটি টকা বিনিয়োগ কৰিছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

publisher by publisher
November 8, 2025
in Assam
Reading Time: 1 min read
0
Gohpur:বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে গহপুৰত আধাৰশিলা স্থাপন কৰিলে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Gohpur:

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে গহপুৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা প্রকল্প ব্যয় সাপেক্ষে অসমৰ উক্ত প্রথমখন কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা তথা প্রশিক্ষণ (T-VET) বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ’ব। ইয়াত কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, ড্ৰোন প্রযুক্তি আৰু কোৱান্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক ক্ষেত্রসমূহত পাৰ্গত এক দক্ষ, ভৱিষ্যতৰ বাবে সাজু প্রজন্ম গঢ় তোলাৰ পৰিকল্পনা কৰা হৈছে।

ADVERTISEMENT

ইয়াত সমবেতসকলক সম্বোধনেৰে সীতাৰমনে কয় যে গহপুৰে প্ৰতিজন অসমীয়াৰে হৃদয়ত এক বিশেষ স্থান লাভ কৰি আহিছে। এই ভূমি হৈছে ৰাষ্ট্ৰীয় পতাকাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ মাত্ৰ ১৭ বছৰ বয়সতে প্ৰাণ আহুতি দিয়া সাহসী মুক্তিযোদ্ধা শ্বহীদ কনকলতা বৰুৱাৰ জন্মস্থান। “তেওঁৰ স্মৃতিত এখন বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা হৈছে তেওঁৰ সৰ্বস্ব ত্যাগৰ প্ৰতি যথোপযুক্ত শ্ৰদ্ধাঞ্জলি। তেওঁৰ নামেৰে এখনি বিশ্ববিদ্যালয় বহু পূৰ্বেই স্থাপন কৰিব লাগিছিল। তেওঁৰ উত্তৰাধিকাৰক সন্মান জনাই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাতকৈ উপযুক্ত একো হ’ব নোৱাৰে“, তেওঁ কয়।

বিত্তমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনে বিশেষকৈ এআই আৰু উদীয়মান প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহত আধুনিক ঔদ্যোগিক চাহিদাৰ সৈতে সংগতি ৰাখি শৈক্ষিক উৎকৰ্ষতা আৰু দক্ষতা-ভিত্তিক শিক্ষাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব বুলি আস্থা প্ৰকাশ কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক পৰিবেশক ৰূপান্তৰিতকৰণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰাজিত আলোকপাতেৰে সীতাৰমনে উল্লেখ কৰে যে ২০১৪-ৰ পৰা অঞ্চলটোৰ শিক্ষা খণ্ডত প্ৰায় ২১,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে কেৱল অসমতে ৮৫০ খনৰো অধিক নতুন বিদ্যালয় স্থাপন কৰা হৈছে আৰু এই সময়ছোৱাতে ৰাজ্যখনত অঞ্চলটোৰ প্ৰথমখন এইমছ কাৰ্য্যক্ষম হৈ উঠিছে। অসমত ১৫ খন চিকিৎসা মহাবিদ্যালয় আৰু ২০০ খন নতুন দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপনৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলতে ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰো নিৰ্মাণ কাৰ্য্য অব্যাহত আছে বুলিও তেওঁ অৱগত কৰে। ইয়াৰ উপৰিও অঞ্চলটোত মিডিয়া শিক্ষা আৰু যোগাযোগ অধ্যয়নৰ প্ৰসাৰৰ বাবে আইজলত ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (IIMC) স্থাপন কৰা হৈছে। শেহতীয়াকৈ চৰকাৰে গুৱাহাটীত এখন নতুন ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) স্থাপনৰ পথ মুকলি কৰিছে। যি অসমৰ প্ৰথম আৰু উত্তৰ-পূবৰ ২য় খন এনে শিক্ষানুষ্ঠান হৈ পৰিব।

সীতাৰমনে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন সাধনৰ প্ৰতি অংগীকাৰবদ্ধ। যোৱা ১১ বছৰত ১০ টা নতুন গ্ৰীনফিল্ড বিমানবন্দৰ স্থাপন কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত যোগাযোগ ব্যৱস্থাৰ যথেষ্ট অগ্ৰগতি সাধন হৈছে। “স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ২০২২-ত প্ৰথমখন মালবাহী ৰেল মণিপুৰ আৰু ২০২৩-ত মেঘালয়ত উপনীত হৈছিলগৈ— এই কাৰ্য্য আছিল আঞ্চলিক সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি”, তেওঁ লগতে কয়।

ইয়াত ভাষণ প্ৰদানেৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই বিশ্ববিদ্যালয়খনক অসমৰ শিক্ষাখণ্ডৰ এক গুৰুত্বপূৰ্ণ প্রকল্প আৰু শ্বহীদ কনকলতা বৰুৱাৰ অদম্য মনোভাৱৰ প্রতি শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্য্য বুলি অভিহিত কৰে। তেওঁ কয় যে তেওঁৰ নিৰ্ভীকতা আৰু দেশপ্ৰেমে সকলো প্ৰজন্মকে অনুপ্ৰাণিত কৰি যাব তথা যুৱ প্ৰজন্মক শক্তি যোগাই থাকিব। ডঃ শৰ্মাই কয়, “বিশ্ববিদ্যালয়খনে যুৱক-যুৱতীসকলক কাৰিকৰী বিশেষজ্ঞতা অৰ্জনৰ লগতে এখনি আত্মনিৰ্ভৰ ভাৰত গঢ়াত অৰিহণা যোগোৱাৰ এখনি মঞ্চ প্ৰশস্ত কৰিব।“ তেওঁ আৰু কয় যে বিশ্ববিদ্যালয় চৌহদৰ ভিতৰতে প্ৰায় ১০,০০০ ছাত্ৰ-ছাত্ৰীক আশ্ৰয় আৰু শিক্ষা প্ৰদানৰ বাবে আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এই কাৰ্য্যসূচীত ৰাজ্যখনৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, অজন্তা নেওগ আৰু অশোক সিংঘালকে প্ৰমুখ্য কৰি শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই অংশগ্ৰহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaFinanace minister nirmala sitharamanFoundation StoneGohpurKanaklata Baruah State University
publisher

publisher

Related Posts

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d