Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kumar Bashkar Varma Bridge:১৪ ফেব্ৰুৱাৰীত মুকলি হ’ব গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী লেণ্ডমাৰ্ক এক্সট্ৰাড’জড সেঁতু 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব মুকলি 

publisher by publisher
February 10, 2026
in Assam
Reading Time: 1 min read
0
Kumar Bashkar Varma Bridge:১৪ ফেব্ৰুৱাৰীত মুকলি হ’ব গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী লেণ্ডমাৰ্ক এক্সট্ৰাড’জড সেঁতু 
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Kumar Bashkar Varma Bridge:

এসপিএস কনষ্ট্ৰাকশ্বন ইণ্ডিয়াই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত মহানগৰীৰ গুৱাহাটী–নৰ্থ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰবৰ্মা সেতু খন নিৰ্মাণ সফলভাৱে সম্পূৰ্ণ কৰিছে। এই সেতু খনৰ আনুষ্ঠানিক ১৪ ফেব্ৰুৱাৰীত উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই প্ৰকল্পটো অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলষ্টোন বুলি গণ্য কৰা হৈছে।

ADVERTISEMENT

এক কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ এই সেতু খন ভাৰতৰ আটাইতকৈ প্ৰত্যাহ্বানজনক নদীসমূহৰ ভিতৰত অনন্য হিচাপে পৰিগণিত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে। সেতু খন মুকলি হোৱাৰ লগে লগে গুৱাহাটী আৰু নৰ্থ গুৱাহাটীৰ মাজত যাতায়াতৰ সময় যথেষ্ট কমিব, যানজঁট হ্ৰাস পাব আৰু যাত্ৰী আৰু মাল পৰিবহণ দুয়োটাৰে সুবিধা বৃদ্ধি পাব।

এসপিএস কনষ্ট্ৰাকশ্বন ইণ্ডিয়াৰ সঞ্চালক ৰোহিত সিংলায় এই সন্দৰ্ভত কয় যে এই সেতু খন চৰকাৰৰ দূৰদৰ্শী কাঠামো দৃষ্টিভংগী আৰু অবিৰত সহায়ৰ ফল। আমাৰ দায়িত্ব আছিল এই দৃষ্টিভংগীক এটা মজবুত, সুৰক্ষিত আৰু দীঘলীয়া সময়ৰ বাবে উপযোগী সেতুত ৰূপান্তৰ কৰা। এই সেতুৱে আগন্তুক বহু বছৰৰ বাবে অঞ্চলটোৰ যাতায়াত প্ৰয়োজন পূৰণ কৰিব বুলি আমি বিশ্বাসী।

এই সেতু খন আধুনিক এক্সট্ৰাড’জড ডিজাইনত নিৰ্মাণ কৰা হৈছে, যিয়ে পৰম্পৰাগত সাসপেনশ্বন সেতুৰ তুলনাত অধিক শক্তি আৰু স্থায়িত্ব প্ৰদান কৰে। ব্ৰহ্মপুত্ৰ নদীৰ দৰে বৃহৎ নদীৰ ওপৰত এই ডিজাইন অতি কার্যকৰী প্ৰমাণিত হৈছে। বিভিন্ন নদী পৰিস্থিতিৰ মাজতো এই প্ৰকল্প সফলভাৱে সম্পূৰ্ণ কৰাটো এসপিএস কনষ্ট্ৰাকশ্বন ইণ্ডিয়াৰ প্ৰযুক্তিগত সক্ষমতা আৰু কাৰ্যক্ষমতাৰ পৰিচয়।

নৱনিৰ্মিত সেতুখনে গুৱাহাটীৰ উত্তৰ আৰু দক্ষিণ অংশক পোনপটীয়াকৈ সংযোগ কৰে, যাৰ ফলত দৈনন্দিন যাতায়াত সহজ হ’ব, স্থানীয় ব্যৱসায় বৃদ্ধি পাব আৰু লজিষ্টিক ব্যৱস্থাও অধিক শক্তিশালী হ’ব। সমগ্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত সুৰক্ষা, গুণগত মান আৰু পৰিবেশ সংৰক্ষণৰ সকলো নীতি-নিয়ম কঠোৰভাৱে অনুসৰণ কৰা হৈছে, যাৰ ওপৰত সংশ্লিষ্ট কৰ্তৃপক্ষই নিয়মিত তদাৰক কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: guwahati - N. guwahati link brigeKumar Bashkar Varma Bridgepm modi openingSPS Construction India
publisher

publisher

Related Posts

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d