Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Barpeta Road Robbery Incident Update:বৰপেটাৰোডৰ গহনালয়ত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত সন্দেহত আটক ৪জনক

শুকুৰবাৰে দিনদুপৰতে চিনেমা কায়দাৰে পিষ্টল টোঁৱাই পাঁচ ডকাইতে লুটি নিছিল ১৫ কোটি টকা সোণ- হীৰাৰ আ- অলংকাৰ, নিশাই আৰক্ষীয়ে গোৱালপাৰাৰ মাক্ৰিৰ পৰা আটক কৰে ৪জনক

publisher by publisher
February 21, 2026
in Assam, Crime
Reading Time: 1 min read
0
Barpeta Road Robbery Incident Update:বৰপেটাৰোডৰ গহনালয়ত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত সন্দেহত আটক ৪জনক
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Titabar Incident:১৯ বছৰীয়া কলেজীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি তিতাবৰত

Barpeta Road Girl Rescued From Haryana :ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ 

Three Accused Arrested In Hatigaon Murder Case:হাতীগাঁৱত অৱসৰপ্ৰাপ্ত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তাক হত্যা কৰা চাৰি অভিযুক্তক আটক

Barpeta Road Robbery Incident Update:

আৰক্ষীক অস্তিত্বহীন কৰি পশ্চিম অসমৰ বাণিজ্যিক নগৰ বৰপেটাৰোডৰ এখন গহনালয়ৰ পৰা এটা ডকাইতৰ দলে শুকুৰবাৰে দিন দুপৰতে ১৫ কোটিৰো অধিক টকা মূল্যৰ সোণ-হীৰাৰ আ-অলংকাৰ, নগদ এক লাখ ৩৫ হেজাৰৰো অধিক টকা আদি লুটি লৈ নির্বিঘ্নে উধাও হয়। দুপৰীয়া ১২.৪২ বজাৰ পৰা এক বজাৰ ভিতৰত এই লোমহর্ষক ডকাইতি কাণ্ড সংঘটিত হয়। আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰৰ সমীপত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডই দেশজুৰি চৰ্চিত হৈ পৰিছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে নিশাই ক্ষিপ্ৰতাৰে গোৱালপাৰাৰ মাক্ৰিত অভিযান চলাই ঘটনাৰে জড়িতোথকাৰ সন্দেহত চাৰিজন যুৱকক আটক কৰে।
উল্লেখ্য যে বৰপেটা ৰোডৰ নগৰৰ সদাব্যস্ত দুর্গাবাৰী-কালীবাৰী ৰোডস্থিত ৰমানাথ কমপ্লেক্সত থকা ‘সেন কো’ নামৰ গহনালয়ত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি ঘটনা । শুকুৰবাৰে দুপৰীয়া গহনালয়খনত কোনো গ্রাহক নাছিল। তেনে সময়তে ডকাইতৰ দলটোৰ দুজনে প্রথমে গহনালয়ৰ শ্ব’ৰূমৰ তলত থকা কৰ্মচাৰীৰ স’তে ওপৰলৈ উঠি যায়। গহনালয়ৰ কৰ্মচাৰীসকলে লোক দুজনক গ্রাহক বুলি ধাৰণ কৰি তেওঁলোকক কেনে সোণ ক্রয় কৰিব, সেই বিষয়ে জনাবলৈ অনুৰোধ জনায়।  তেতিয়াই দলটোৰ আন তিনিজনে বিপণীখনত প্রৱেশ কৰে আৰু এজনে প্রথম মহলাৰ প্ৰৱেশদ্বাৰত থাকি তদাৰক কৰে।
পাঁচজনীয়া এই দলটোৱে গহনালয়ত প্ৰৱেশ কৰিয়ে কৰ্মচাৰীসকলৰ মূৰত পিষ্টল লগাই পুৰুষ-মহিলা সমন্বিতে সকলো কৰ্মচাৰীৰ হাত-মুখ বান্ধি লয় আৰু চিঞৰ-বাখৰ নকৰিবলৈ ভাবুকি দিয়ে। হিন্দী ভাষাত কথা কোৱা ডকাইতৰ দলটোৱে আনকি গহনালয়খনৰ চিচি টিভি কেমেৰা ভাঙি হার্ড ডিস্ক সংগ্ৰহ কৰি লয়। ফলত ভিতৰত তীব্ৰ আতংকৰ সৃষ্টি হয় আৰু প্ৰাণৰ মায়াত কোনেও চিঞৰ-বাখৰ কৰা নাছিল। ইয়াৰ প্ৰাকক্ষণত ডকাইত কেইজনে কৰ্মচাৰীসকলৰ প্ৰত্যেকৰে ম’বাইল ফোন, মানিবেগ পর্যন্ত হস্তগত কৰে।
এনেদৰে গহনালয়খনত ডকাইতৰ দলটোৱে লুটপাট চলাই থকাৰ সময়তে ঘটনাস্থলীত গহনালয়ৰ গুদাম প্ৰৱন্ধকে প্ৰৱেশ কৰাত তেওঁক গালি-গালাজ কৰি ডকাইতৰ দলটোৰ এজনে তেওঁৰ বুকুত গোৰ মৰাৰ লগতে মুখত প্ৰহাৰ কৰে। পাছত তেওঁক দলটোৱে গহনালয়ৰ কৰ্মচাৰীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা কক্ষত আবদ্ধ কৰি ৰাখে। তদুপৰি প্ৰৱন্ধকজনৰ জেপত থকা নগদ ১০ হেজাৰ টকাও ডকাইতৰ দলটোৱে কাঢ়ি লয়। ডকাইতৰ দলটোৱে বিপণীখনত বেংকত জমা দিবলৈ ৰখা নগদ এক লাখ ২৫ হেজাৰ টকাও কাঢ়ি নিয়ে বুলি প্ৰৱন্ধকজনে জনায়।
তেওঁ লগতে জনোৱা মতে, ডকাইতি কাণ্ড সংঘটিত হোৱাৰ সময়ত বিপণীখনত কমেও ১৫ কোটি টকাৰ সোণ-হীৰাৰ আ-অলংকাৰ জমা আছিল। এই সকলো সোণ-হীৰাৰ অলংকাৰ দলটোৱে লুটি নিয়ে। ডকাইতৰ দলটোৱে দুপৰীয়া ১২.৪২ৰ পৰা এক বজালৈ ১৮ মিনিট সময় ধৰি বিপণীখনত লুটপাট চলাই হিন্দী চিনেমাৰ কায়দাৰে দুখন মটৰ চাইকেলত উঠি সুকীয়া দিশত নির্বিঘ্নে আঁতৰি যায়।
ডকাইতৰ দলটোৱে গহনালয়খনৰ চিচি টিভি কেমেৰা বিকল কৰিলেও কাষৰ আন এখন সোণৰ অলংকাৰৰ বিপণীৰ চিচি টিভি কেমেৰাত দলটোৰ প্ৰৱেশ-প্রস্থানৰ দৃশ্য বন্দী হয়। শিমলাগুৰিৰ ফালৰ পৰা ডকাইতৰ দলটো দুখন মটৰ চাইকেলত উঠি গহনালয়খনলৈ আহে। লুটপাট চলাই পলায়ন কৰাৰ সময়ত এখনত তিনিজনে আৰু আন এখনত দুজন উঠি দুটা ভাগত পলায়ন কৰে। ইয়াৰে এটা দল শিমলাগুৰিৰ ফালে উধাও হয়। এই ডকাইতি কাণ্ডক লৈ গহনালয়খনৰ মহিলা কৰ্মচাৰীসকল আতংকত মূঢ় হৈ পৰে। তেওঁলোকৰ একাংশ কান্দোনত ভাগি পৰে।
আনহাতে, ডকাইতৰ দলটো উধাও হোৱাৰ পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। তদন্তকাৰী আৰক্ষীয়ে ম’বাইল ফৰেনচিক ভান আনি ঘটনাস্থলীৰ পৰা ফিংগাৰ প্রিন্ট সংগ্ৰহ কৰে বুলি আৰক্ষীয়ে জনায়। পাছত সন্ধিয়া বৰপেটাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুস্কিন জৈনো ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। আনহাতে, বৰপেটাৰোডৰ দৰে সদাব্যস্ত বাণিজ্যিক নগৰ এখনত দিন দুপৰতে হিন্দী ছবিৰ কায়দাত কেনেদৰে ডকাইতিৰ ঘটনা সংঘটিত হ’বলৈ পালে, তাক লৈ স্থানীয় ৰাইজৰ মনত অনেক প্রশ্ন উদয় হৈছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barpeta Road PoliceFour Accused Arrestedrobbery incident update
publisher

publisher

Related Posts

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d