Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Us-Israel Attack:ইৰানৰ ওপৰত ভয়াৱহ আক্রমণ আমেৰিকা-ইজৰাইলৰ

ধাৰাসাৰ এয়াৰষ্ট্ৰাইক, মিড্ৰাইলৰ আক্রমণত কঁপি উঠিল ইৰানৰ ৰাজধানী তেহৰান, ট্রাম্পৰ হুংকাৰ ইৰানৰ মিছাইল মাটিৰ সৈতে মিহলাই দিয়া হ'ব

publisher by publisher
February 28, 2026
in International
Reading Time: 1 min read
0
Us-Israel Attack:ইৰানৰ ওপৰত ভয়াৱহ আক্রমণ আমেৰিকা-ইজৰাইলৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

Us-Israel Attack:

পূৰ্বে আংশকা কৰা ধৰণেই ইজৰাইলে শনিবাৰে ইৰাণক আক্ৰমণ কৰে। ৰাজধানী তেহৰাণকে ধৰি কেইবাখনো চহৰত বিস্ফোৰণৰ শব্দ শুনা যায়। ধোঁৱাৰ কুণ্ডলীৰে ভৰি পৰে তেহৰানৰ আকাশ৷ বিমান আক্ৰমণৰ ছাইৰেন অবিৰতভাৱে বাজি আছিল।

ADVERTISEMENT

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণক আক্ৰমণ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইয়াক নিজৰ নাগৰিকক সুৰক্ষা দিয়াৰ বাবে লোৱা এক পদক্ষেপ বুলি অভিহিত কৰে। এই আক্ৰমণৰ পিছত ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।

তেহৰাণকে ধৰি কেইবাখনো চহৰত বিস্ফোৰণৰ শব্দ শুনা যায়। এয়াৰ ৰেইডৰ চাইৰেন বাজি উঠিছিল।ইৰাণৰ বানিজ্যিক ইছফাহান, কেৰমানশ্বাহ, ক’ম, কাৰাজ আদি অঞ্চলত ইজৰাইলে আক্ৰমণ চলাইছিল।

ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেইৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হয় মিছাইল আক্ৰমণ। এই আক্ৰমণৰ পিছতে খামেনেইক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

উল্লেখ্য যে USS আব্রাহাম লিংকনৰ পৰা ৭০খনকৈ যুঁজাৰু বিমানেৰে ধাৰাসাৰ এয়াৰষ্ট্ৰাইক হয়৷ একেদৰে তেহৰাণৰ ওপৰত আকাশত দেখা গ’ল ইৰাণৰ মিগ-২৯ জেট। ইৰাকৰ ওপৰেৰে আকাশত ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ দিশে নিক্ষেপ কৰা ক্ৰুজ মিছাইল দেখা গৈছিল।

আনহাতে ইজৰাইলৰ অপ্ৰত্যাশিত এই আক্ৰমণত ইৰাণত কেইবাজনো লোক আহত হয়। অৱশ্যে মৃত বা আহতসকলৰ কোনো তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভিডিঅ’ বাৰ্তাযোগে কয় যে এই অভিযানৰ উদ্দেশ্য আমেৰিকাৰ জনসাধাৰণক সুৰক্ষা দিয়া আৰু ইৰাণ চৰকাৰৰ পৰা অহা ভাবুকি দূৰ কৰা। ইৰানৰ মিছাইল মাটিৰ সৈতে মিহলাই দিয়া হ’ব ৷

ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা আক্ৰমণৰ পিছত দুয়োখন দেশে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। ইফালে ইজৰাইলৰ জেৰুজালেম আৰু টেল আভিভত ছাইৰেন শুনা গৈছিল ৷

শেহতীয়া খবৰ অনুসৰি ইউৰোপৰ বহু কেইখন দেশৰ লগতে ভাৰতেও তেহৰানৰ পৰা দূতাবাস খালি কৰাৰ প্ৰস্তুতি চলোৱাৰ লগতে নিজ নিজ দেশৰ নাগৰিকক ইৰান ত্যাগ কৰিবলৈ আহ্বান জনাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Iranisrael us Dylight military operationMissile Attack
publisher

publisher

Related Posts

যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা
International

September 11, 2026
ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে
International

বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

September 8, 2026
আমেৰিকাত মেহেন্দী লগাই ১০ ঘণ্টাত এক লাখ টকা উপার্জন ভাৰতীয় ছফ্টৱেৰ অভিযন্তা যুৱতীৰ
International

আমেৰিকাত মেহেন্দী লগাই ১০ ঘণ্টাত এক লাখ টকা উপার্জন ভাৰতীয় ছফ্টৱেৰ অভিযন্তা যুৱতীৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d