Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আক্রমণ-প্রত্যাক্রমণত উত্তাল মধ্যপ্রাচ্য

publisher by publisher
March 3, 2026
in International, News
Reading Time: 1 min read
0
আক্রমণ-প্রত্যাক্রমণত উত্তাল মধ্যপ্রাচ্য
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

ইৰান আৰু মার্কিন-ইজৰাইলী বাহিনীৰ ভয়াৱহ আক্রমণ-প্রত্যাক্রমণত সংকট গভীৰ হৈছে মধ্য প্রাচ্যত। এটাৰ পাছত আনটো আক্ৰমণৰ বাতৰি আহিছে। ইৰানৰ সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যুৰ পাছতো ৰাষ্ট্ৰখনৰ সামৰিক বাহিনী থমকি ৰোৱা নাই। দুগুণ উৎসাহৰে প্ৰত্যাক্রমণ তীব্ৰতৰ কৰি তুলিছে। খামেনেইৰ মৃত্যুৰ পাছত বিগত দুদিনত ইজৰাইল, কুৱেইট, বাহৰেইন, কাটাৰ, সংযুক্ত আৰব আমিৰশ্বাহি, ছাইপ্ৰাছ আৰু জর্দানতো ক্ষেপণাস্ত্র তথা বিমান আক্রমণ অব্যাহত ৰাখিছে ইৰানে।

ADVERTISEMENT

কালি এই তালিকাত অন্তর্ভুক্ত হ’ল ছৌদি আৰবো। ৰিয়াধৰ কৰ্তৃপক্ষই ঘোষণা কৰা অনুসৰি ৰাষ্ট্ৰখনৰ ৰাছ তানুৰা চহৰৰ ছৌদিৰ চৰকাৰী তেল শোধনাগাৰ সংস্থা আৰামকোত ইৰানৰ আক্ৰমণৰ পাছত প্রত্যাক্ৰমণৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে আজি বাহৰেইনতো মার্কিন পঞ্চম নৌৰহৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ লক্ষ্য হৈছে।

উল্লেখ্য যে ইৰানৰ ৰাজধানী তেহৰানত ইজৰাইলে সামৰিক বাহিনীয়ে তীব্র আক্রমণ চলোৱা বুলি সামাজিক মাধ্যম ‘এক্স’ত প্রকাশ কৰে বাহিনীটোৱে। তেহৰানৰ মাজমজিয়াতে আক্রমণ চলোৱা বুলি কয় ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ) য়ে। লেবানন আৰু ইৰানত সমান্তৰালভাৱে আক্ৰমণ চলোৱা বুলি প্রকাশ কৰে আইডিএফে। লেবাননৰ ৰাজধানী বেইৰুটত আক্ৰমণ কৰে আইডিএফে। ইজৰাইলৰ কৰ্তৃপক্ষই কয় যে আজিৰ দিনটো ইৰানৰ শাসকীয় জ্যেষ্ঠ নেতৃত্ব তথা ৰাষ্ট্ৰখনৰ বিভিন্ন কমাণ্ড আৰু নিয়ন্ত্রণ কেন্দ্রসমূহক লক্ষ্য কৰি আক্ৰমণ কৰা হৈছে।

একেদৰে ইৰানৰ ৰিভ’লিউচনাৰি গার্ডে এক বিবৃতিত কয় যে এই পর্যন্ত বাহিনীটোৱে পাঁচশটা মার্কিন আৰু ইজৰাইল স্থলীত আক্ৰমণ কৰিছে। বিবৃতিত কয়, ‘সংঘৰ্ষৰ আৰম্ভণিৰে পৰা ইৰানৰ সশস্ত্ৰ বাহিনীয়ে ছশটা কৌশলী লক্ষ্য আৰু পাঁচশটা মার্কিন আৰু ইজৰাইলৰ সামৰিক ঘাটিত আক্ৰমণ কৰিছে। এই পর্যন্ত ইৰান ৰিভলিউচনাৰি গার্ডে সাতশৰো অধিক ড্র’ন আৰু হেজাৰ হেজাৰ ক্ষেপণাস্ত্র নিক্ষেপ কৰা বুলি কয়।

কালিৰ দিনটো ইজৰাইলত কমেও ১১ জন আৰু লেবাননত ৩১ জন লোকৰ মৃত্যু হোৱা বুলি ইজৰাইলী কর্তৃপক্ষই তথ্য সদৰী কৰিছে।

মধ্য প্রাচ্যত সংকট গভীৰ

যুদ্ধৰ পৰিস্থিতি কালি অধিক ভয়াৱহ হৈ উঠিছে। নাটকীয়ভাবে বৃদ্ধি পাইছে ইৰানৰ ওপৰত মার্কিন আৰু ইজৰাইলী বাহিনীৰ যৌথ আক্ৰমণৰ ফলত মধ্য প্রাচ্যত সৃষ্টি হোৱা যুদ্ধৰ তীব্রতা। মাত্র ১০ ঘণ্টাৰ ভিতৰতে কমেও নখন দেশৰ ঠায়ে ঠায়ে চলিছে ধ্বংসলীলা আৰু বৃদ্ধি পাইছে হতাহতৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ইজৰাইল আৰু মার্কিন যুদ্ধবিমানে পুনৰ ইৰানৰ বিৰুদ্ধে এলানি আক্রমণ কৰে আৰু ইয়াৰ ফলত এই পর্যন্ত ইৰানত মৃতৰ সংখ্যা পাঁচশৰ অধিক বুলি ৰাষ্ট্ৰখনৰ ৰেড ক্রেছচেন্ট ছ’চাইটিয়ে তথ্য সদৰী কৰে। তদুপৰি ইৰানৰ ১৩০ৰো অধিক মহানগৰী আক্ৰমণৰ সন্মুখীন হোৱা বুলি কয়।

ইৰানত আক্ৰমণৰ প্ৰতিশোধকল্পে উত্তৰ ইজৰাইলত হিজবুল্লাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলী বাহিনীয়ে লেবাননকো আক্রমণ কৰে। ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধকল্পে সন্ত্রাসবাদী সংগঠন হিজবুল্লাই ইজৰাইলক আক্ৰমণ কৰিছিল।

ইপিনে, মধ্য প্রাচ্যৰ দুই হেজাৰ কিলোমিটাৰ অঞ্চলজুৰি তৈলক্ষেত্ৰ আৰু অন্যান্য লক্ষ্যস্থানত ইৰানৰ আক্ৰমণৰ ফলত ব্যাপক ক্ষয়-ক্ষতি হৈছে। মার্কিন সামৰিক বাহিনীয়ে জনোৱা মতে, ইৰানৰ আক্ৰমণক প্রতিহত কৰিবলৈ গৈ কুৱেইটৰ বিমান প্ৰতিৰক্ষাই ভুলবশতঃ আমেৰিকাৰ তিনিখন এফ-১৫ই যুঁজাৰু বিমানত আঘাত হানি ভূপতিত কৰে। অৱশ্যে বিমানত থকা ছজন মার্কিন সেনাক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলিও কয়। একাংশ সংবাদ প্ৰতিষ্ঠানৰ মতে কুৱেইট চিটিৰ ৩২ কিলোমিটাৰ পশ্চিমৰ অল-জাহৰা চহৰত ভাঙি পৰিছিল মার্কিন যুদ্ধ বিমান এফ-১৫।

উল্লেখ্য যে কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্রণালয়ে উদ্ধৃতি দি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি কুৱেইটৰ বিভিন্ন অঞ্চলত বহুসংখ্যক মার্কিন যুদ্ধ বিমান ধ্বংস হৈছে। ইপিনে, কুৱেইটত মার্কিন দূতাবাসক লক্ষ্য কৰি ইৰানে আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত মার্কিন দূতাবাসৰ আকাশ ক’লা ধোঁৱাৰে ছানি ধৰে। নিৰাপত্তা বাহিনীৰ ব্যাপক উপস্থিতিৰ লগতে এম্বুলেন্স আৰু অগ্নিনির্বাপক বাহিনীৰ গাড়ী চলাচল এই অঞ্চলত বৃদ্ধি পোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত প্রচাৰিত হৈছে। এই আক্ৰমণৰ পাছতে কুৱেইটত থকা মার্কিন নাগৰিকলৈ সতর্কবাণী প্ৰেৰণ কৰে হোৱাইট হাউছে। নাগৰিকসকলৰ দূতাবাসলৈ আহিবলৈ মনা কৰাৰ উপৰি বহুমহলীয়া ঘৰ আৰু খিৰীকিৰ ওচৰত নাথাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

একেদৰে ডুবাই, সংযুক্ত আৰব আমিৰশ্বাহিৰ ছামহা, কাটাৰৰ ৰাজধানী ড’হা আদিত প্রচণ্ড বিস্ফোৰণৰ শব্দই কঁপাই তুলিছে। ড্র’ন আক্ৰমণৰ ফলত উদ্ভৱ হোৱা অগ্নিকাণ্ডত ছৌদি আৰবে ৰাষ্ট্ৰখনৰ সৰ্ববৃহৎ তেল শোধনাগাৰ বন্ধ কৰি দিয়ে। ইৰানে এই তৈলক্ষেত্রত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে।

ট্রাম্পৰ পুনৰ সকীয়নি

মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এক সাক্ষাৎকাৰত কয় যে ইৰানে এতিয়াও আক্ৰমণৰ বৃহৎ ঢৌৰ সন্মুখীন হ’বলৈ বাকী আছে। তেওঁ কয়, ‘আমি এতিয়াও ভয়াৱহ আক্ৰমণ কৰা নাই। এয়া মাত্ৰ আৰম্ভণিহে।’ অৱশ্যে যুদ্ধ অধিক দীঘলীয়া হোৱাটো নিবিচাৰে বুলিও ট্রাম্পে কয়। এই যুদ্ধ চাৰি সপ্তাহৰ হ’ব বুলিও মার্কিন ৰাষ্ট্ৰপতিজনে কয়। তদুপৰি তেওঁ পূর্বসূৰী বাৰাক অ’বামাই ইৰানক পৰমাণু কাৰ্যসূচী আৰম্ভ কৰিবলৈ সন্মতি দিয়া বুলিও সমালোচনা কৰে। প্ৰয়োজন হ’লে মার্কিন স্থলসেনা বাহিনীয়েও ইৰানলৈ প্ৰেৰণ কৰিব বুলি ট্রাম্পে কয়। ইপিনে, মার্কিন প্রতিৰক্ষা সচিবে ইৰানৰ স’তে যুঁজক ‘এয়া ইৰাক নহয়’ বুলিও কয়। সূত্ৰত প্ৰকাশ যে ইৰানৰ বিৰুদ্ধে সামৰিক অভিযানৰ জৰিয়তে অতি সোনকালে শাসক সলনি কৰিব পৰাটো কিমান বাস্তৱ হ’ব তাকে লৈ সন্দেহ আছে। ছাইপ্রাছতো সংকট ঘনীভূত: ব্রিটিছ বায়ুসেনা ঘাটিত আক্রমণ ইছলামিক ৰিভলিউচনাৰি গাৰ্ডছৰ এক বিবৃতিয়ে শংকিত কৰিছে ছাইপ্রাছক। সেনাবাহিনীটোৰ জেনেৰেল চৰ্দাৰ জব্বাৰিয়ে কয় যে আমেৰিকাই তেওঁলোকৰ অধিকাংশ যুঁজাৰু বিমানক ছাইপ্ৰাছলৈ স্থানান্তৰিত কৰিছে আৰু এই পৰিস্থিতিত ছাইপ্ৰাছতো আক্ৰমণ কৰা হ’ব। আন এক তথ্য অনুসৰি ইউৰোপত মার্কিন মিত্রশক্তিক প্ৰথমটো আক্ৰমণৰ লক্ষ্য কৰি লৈ ছাইপ্ৰাছত থকা ব্রিটেইনৰ এক বায়ুসেনা ঘাটিত আক্ৰমণ কৰা হয়। বাহৰেইনৰ পাছত ছাইপ্ৰাছৰ অক্রোতিৰিত ব্ৰিটিছ বায়ুসেনা ঘাটিত দুখন ড্ৰ’নৰে আক্ৰমণ কৰে। সূত্ৰত প্রকাশ যে ইয়াৰে এখন ধ্বংসপ্রাপ্ত হৈছে আৰু আনখন ৰাণৱেত ভূপতিত হৈছে। ব্রিটেইনৰ বৈদেশিক মন্ত্রী য়েভেট কুপাৰে দাবী কৰে যে এই সামৰিক ঘাটি আমেৰিকাই ব্যৱহাৰ কৰা নাই। ব্রিটেইনে আৰু ছাইপ্রাছে প্রকাশ কৰে যে এই আক্ৰমণৰ ফলত বিশেষ ক্ষয়-ক্ষতি হোৱা নাই। ইপিনে, ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মেৰে আজি দেশৰ সংসদত দাবী কৰে যে ইৰানত প্রাথমিক আক্ৰমণৰ স’তে তেওঁলোক জড়িত নহয়। পৰৱৰ্তী পৰ্যায়ত মার্কিন সেনাক কেৱল আত্মৰক্ষাৰ উদ্দেশ্যৰে কেইটামান ব্রিটিছ ঘাটি ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল। কুপাৰে দাবী কৰে যে ছাইপ্ৰাছৰ এই সামৰিক ঘাটি আমেৰিকাক ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল। ব্রিটিছ প্রধানমন্ত্রীয়ে সংসদত কয় যে ৰাষ্ট্ৰখনে ইৰানৰ বিৰুদ্ধে মার্কিন-ইজৰাইলৰ যৌথ আক্ৰমণত জড়িত নহয়। তেওঁ কয়, ‘ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এই আক্রমণত আমি জড়িত নোহোৱাৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্রকাশ কৰিছে যদিও ব্রিটেইনৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ হকে কাম কৰাটো মোৰ দায়িত্ব আৰু মই তাকে কৰিম।

ইৰানলৈ বন্ধুত্বৰ বাৰ্তা চীনৰ

এই পৰিস্থিতিৰ মাজতে চীনৰ বৈদেশিক মন্ত্রী বাং ইয়ে ইৰানৰ বৈদেশিক মন্ত্ৰী আৰাঘচিক কয় যে চীন আৰু ইৰানৰ মাজত থকা বন্ধুত্বৰ পৰম্পৰাক চীনে সজীৱ কৰিবলৈ বিচাৰে আৰু ইৰানৰ সাৰ্বভৌমত্ব, সুৰক্ষা, ভৌগোলিক সংহতি আৰু ইয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সমর্থন আছে চীনৰ। চীনৰ চৰকাৰী টিভিৰ মাধ্যমৰে এই কথা প্ৰকাশ কৰা হৈছে। চীনে আমেৰিকা আৰু ইজৰাইলক তাৎক্ষণিকভাৱে সামৰিক অভিযান বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অধিক উত্তেজনা বিয়পোৱাৰ পৰা আঁতৰি আহিবলৈ তথা এই সংঘর্ষ মধ্য প্রাচ্য অঞ্চলত প্ৰসাৰৰ পৰা বিৰত থাকিবলৈ কয়। একে সময়তে ট্রাম্পে এই যুদ্ধত অধিক মার্কিন লোক হতাহত হ’ব পাৰে বুলিও কয়।

খামেনেইৰ পত্নীও মৃত

খামেনেইৰ পত্নী খোজাস্তেহ বাঘেৰজাদেহেৰো মৃত্যু হোৱা বুলি সূত্রত প্রকাশ। এই মর্মে আক্ৰমণৰ সময়ত খামেনেইৰ স’তে আছিল পত্নীও। আক্ৰমণত খামেনেইৰ মৃত্যু হয় যদিও গুৰুতৰভাৱে আহত হৈছিল পত্নী। দুদিন পাছত তেওঁৰ মৃত্যু হয় বুলি সূত্রত প্রকাশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IranIsraelTerrorist
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d