Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

প্রতিদিনে ইনডাকশ্বন ব্যৱহাৰ কৰে নেকি?

সঠিকভাৱে পৰিষ্কাৰ নকৰিলে অতি সোনকালে হ'ব পাৰে নষ্ট

publisher by publisher
March 19, 2026
in Lifestyle
Reading Time: 1 min read
0
প্রতিদিনে ইনডাকশ্বন ব্যৱহাৰ কৰে নেকি?
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

Induction:✒️আজিকালি বহুত ঘৰত ৰান্ধনিঘৰত গেছৰ বিকল্প হিচাপে ইনডাকশ্বন কুকটপ ব্যৱহাৰ কৰা দেখা যায়। গেছৰ দাম বৃদ্ধি, কেতিয়াবা গেছৰ সংকট আদি কাৰণত বহু পৰিয়ালৰ বাবে ইনডাকশ্বন এক নিৰ্ভৰযোগ্য সহায়ক হৈ উঠিছে।

ADVERTISEMENT

ব্যৱহাৰ কৰাটো সহজ হ’লেও এই বৈদ্যুতিক যন্ত্ৰটোৰ যত্ন লোৱা খুবেই প্রয়োজনীয়। সঠিকভাৱে পৰিষ্কাৰ নকৰিলে কম দিনতেই ইনডাকশ্বন বেয়া হৈ যাব পাৰে ।

দৈনিক ৰন্ধা-বঢ়াৰ সময়ত দাইলৰ পানী, ভাতৰ ফেন, গাখীৰ বা মাছ-মাংসৰ জোল ইনডাকশ্বনৰ ওপৰত পৰাটো সাধাৰণ কথা। এই দাগবোৰ সময়মতে চাফা নকৰিলে শুকাই যায় আৰু পাছত পৰিষ্কাৰ কৰাটো কঠিন হৈ পৰে।

তদুপৰি বেয়াকৈ পৰিষ্কাৰ কৰিলে পেনেলৰ বুটাম বা ছেটিঙছৰো ক্ষতি হ’ব পাৰে। সেয়ে ইনডাকশ্বন পৰিষ্কাৰ কৰাৰ সঠিক নিয়ম জনাটো অতি দৰকাৰ।

ইনডাকশন পৰিষ্কাৰ কৰাৰ এটা সহজ উপায় হৈছে ভিনেগাৰ ব্যৱহাৰ কৰা। প্রথমে এখন শুকান কাপোৰৰে ইনডাকশ্বনৰ ওপৰভাগ ভালকৈ মচি লওক। তাৰ পাছত ভিনেগাৰত অলপ পানী মিহলাই এটা মিশ্রণ তৈয়াৰ কৰক।

সেই মিশ্রণত কাপোৰ ভিজাই ইনডাকশ্বনৰ ওপৰটো মচি দিলে সহজেই দাগ আঁতৰ হয় আৰু চাফা হৈ পৰে।

যদি ইনডাকশ্বনৰ ওপৰত বেজি দাগ থাকে, তেন্তে বেকিং চ’ডা ব্যৱহাৰ কৰিব পাৰে। অলপ গৰম পানীত বেকিং চ’ড়া মিহলাই লওক। তাৰ পাছত সূতাৰ কাপোৰ বা কঁপাহ সেই মিশ্রণত ভিজাই ইনডাকশনৰ ওপৰত অলপ ঘঁহি মচি লওক। এই পদ্ধতিত কঠিন দাগো সহজে আঁতৰ হয়।

বহুতে বাচন ধোৱাৰ বাবে যি চাবোন ব্যৱহাৰ কৰে, সেইটো ইনডাকশন পৰিষ্কাৰ কৰাতো সহায়ক হয়। কিন্তু চাবোনটো পোনে পোনে ইনডাকশ্বনৰ ওপৰত নাঢালিব। গৰম পানীত অলপ চাবোন মিহলাই লওক। তাৰ পাছত কাপোৰ বা কোমল স্ক্রাবাৰৰে লাহে লাহে মচি দিলে দাগবোৰ আঁতৰ হয়। যদি দাগ বেছি হয়, তেন্তে মিশ্রণত অলপ বেকিং চ’ড়াও ব্যৱহাৰ কৰিব পাৰে।

ইনডাকশ্বন পৰিষ্কাৰ কৰাৰ আগতে কিন্তু চুইচ অফ কৰক আৰু প্লাগ খুলি ল’ব। বন্ধন কার্য শেষ হোৱাৰ লগে লগে পৰিষ্কাৰ কৰিবলৈ নাযাব। কুকটপ সম্পূর্ণ ঠাণ্ডা হ’লেহে মচিব। প্রতিদিনে পানীত ভিজাই পৰিষ্কাৰ কৰাৰ প্রয়োজন নাই। দৈনিক ব্যৱহাৰৰ পাছত এখন শুকান কাপোৰৰে মচি দিলেই যথেষ্ট। সপ্তাহত অন্ততঃ এবাৰ ভালকৈ পৰিষ্কাৰ কৰিলে ইনডাকশ্বন দীঘলীয়া সময়ইলৈ ভালে থাকে।

সামান্য যত্ন আৰু সঠিক পৰিষ্কাৰৰ অভ্যাসে ইনডাকশ্বন কুকটপ বহু বছৰ ধৰি ভাল অৱস্থাত ৰাখিব পাৰে। সেয়ে ইয়াৰ সঠিক যত্ন লোৱাটোও সমানেই গুৰুত্বপূর্ণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: InductionKitchen use
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d