Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাটিত পৰি থাকিলেও মিহলি নহয় চিগাৰেটৰ ‘ফিল্টাৰ’

১০ বছৰ পাছতো বিষাক্ত কৰি থাকে পৰিৱেশ

publisher by publisher
March 21, 2026
in News, world
Reading Time: 1 min read
0
মাটিত পৰি থাকিলেও মিহলি নহয় চিগাৰেটৰ ‘ফিল্টাৰ’
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

নতুন কৰ, উপ-কৰ আৰোপ কেন্দ্ৰৰ 

চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

Korean Cigarette seized in Guwahti : মহানগৰীত শুল্ক বিভাগৰ মাৰাথন অভিযানত জব্দ সাত কোটি কোৰিয়ান চিগাৰেট,আটক সৰবৰাহকাৰী

Cigarette: চিগাৰেটে কেৱল ধূম্রপায়ীসকল বা চিগাৰেট সেৱনৰ সময়ত তেওঁলোকৰ ওচৰে-পাঁজৰে থকা সকলোৰে স্বাস্থ্যৰ ক্ষতি নকৰে, বৰঞ্চ ই আনৰো স্বাস্থ্যৰ প্ৰচুৰ ক্ষতিসাধন কৰে। শেহতীয়া এক গৱেষণাত পোহৰলৈ অহা অনুসৰি, চিগাৰেটৰ ‘ফিল্টাৰ’ (ওঁঠেৰে হোঁপা অংশ)-এ বহু বছৰলৈ স্বাস্থ্যৰ ক্ষতি কৰি থাকে।কাৰণ এই ফিল্টাৰ বহু বছৰ ধৰি কেঁচা মাটিত পৰি থাকিলেও মাটিৰ স’তে মিহলি হৈ নাযায়।

ADVERTISEMENT

শেহতীয়াভাৱে পৰিৱেশ প্রদূষণ বিষয়ক পত্রিকা ‘এনভাইৰনমেন্টেল পলিউচন’ত প্রকাশিত এক প্ৰতিবেদন অনুসৰি, চিগাৰেটৰ ফিল্টাৰ অংশই ১০ বছৰৰ পাছতো পৰিৱেশলৈ বিষাক্ত দ্রব্য নির্গত কৰি থাকে। উল্লেখ্য যে চিগাৰেটৰ ফিল্টাৰ মূলতঃ চেলুল’জ এচিচেটৰ দ্বাৰা তৈয়াৰ কৰা হয়। এই চেলুল’জ এছিচেট হ’ল প্লাষ্টিকৰ এক পলিমাৰ।

চেলুল’জৰ স’তে এছিটিক আনহাইড্রেডৰ ৰাসায়নিক বিক্রিয়া ঘটাৰ ফলত চেলুল’জ এছিচেট উৎপন্ন হয়। এই দ্রব্য বহু বছৰ ধৰি মাটিত পৰি থাকিলেও মাটিৰ স’তে মিহলি নহয়।

গৱেষণাৰ তথ্য অনুসৰি, চিগাৰেটৰ ফিল্টাৰ মাটিত পৰি থাকিলে ভৌত, ৰাসায়নিক আৰু জৈৱিক পৰিৱৰ্তন হয়। তৎসত্ত্বেও ১০ বছৰতকৈ অধিক বছৰ ধৰি এই চিগাৰেটৰ ফিল্টাৰ মাটিত পৰি থাকিলেও সম্পূর্ণৰূপে মাটিৰ স’তে মিলি নাযায়। কাৰণ ইয়াৰ বিভিন্ন পৰিৱৰ্তন অত্যন্ত লেহেমীয়া গতিত চলে।

গতিকে অন্তিম পর্যায়ত মাইক্ৰ’প্লাষ্টিকৰ লেখীয়া অৱশিষ্ট মাটিতে পৰি থাকে। একাংশ বিজ্ঞানীয়ে মাটিত পৰি থকা চিগাৰেটৰ ফিল্টাৰ অংশৰ ১০ বছৰ ধৰি নিৰীক্ষণ কৰি এই তথ্য পোহৰলৈ আনিছে।

গৱেষণাত দেখা গৈছে যে মাটিত পৰি থকা চিগাৰেটৰ ফিল্টাৰত প্ৰাথমিক পর্যায়ত দ্রুততৰে পাচন ঘটে। প্রথম কিছু সপ্তাহতে ইয়াৰ বাহিৰৰ স্তৰসমূহ ভাঙিবলৈ আৰম্ভ কৰে; কিন্তু এটা সময়ৰ পৰা পাচনৰ গতি উল্লেখযোগ্যভাবে হ্রাস পায়। দীর্ঘ সময় ধৰি অত্যন্ত লেহেমীয়াভাবে এই প্রক্রিয়া চলে। ফলত পৰিৱেশলৈ ইয়াৰ পৰা বিষাক্ত দ্রব্য নির্গত হৈ থাকে।

এনেদৰে পাচন হ্রাস পোৱাৰ কাৰণ হৈছে ফিল্টাৰৰ গাঁথনিগত বৈশিষ্ট্য। কাৰণ চিগাৰেটৰ ফিল্টাৰত চেলুল’জ এছিচেট মিহলোৱা হয়। এই দ্রব্যত স্বাস্থ্যৰ বাবে ক্ষতিকাৰক উপাদান থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: chemicalsCigarette
publisher

publisher

Related Posts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d