Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Nature Camp in Kherani:জ্ঞান শিক্ষাক ৰোমাঞ্চক কৰি তোলাৰ লক্ষ্যৰে পশ্চিম কাৰ্বি আংলং-ডিমা হাছাওত আয়োজন প্ৰাকৃতিক শিবিৰ

publisher by publisher
March 28, 2026
in News
Reading Time: 1 min read
0
Nature Camp in Kherani:জ্ঞান শিক্ষাক ৰোমাঞ্চক কৰি তোলাৰ লক্ষ্যৰে পশ্চিম কাৰ্বি আংলং-ডিমা হাছাওত আয়োজন প্ৰাকৃতিক শিবিৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Missing women in Kherani:পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰা সন্ধানহীন তিনি বছৰীয়া সন্তানৰ মাতৃ

Kherani:পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অব্যাহত উত্তপ্ত পৰিস্থিতি

West Karbi Anglong Situation:পশ্চিম কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি

Nature Camp in Kherani:

বিজ্ঞান শিক্ষাক ৰোমাঞ্চক কৰি তোলা আৰু বিজ্ঞানক এক বৃত্তি হিচাপে প্ৰচাৰ কৰাই হৈছে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মূল উদ্দেশ্য আৰু লক্ষ্য। আৰু তাৰেই এক অংশ হিচাপে যোৱা বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙৰ খেৰণিৰ পদুমণি অৰণ্য আৰু ডিমা হাছাওৰ গল্ফ ফিল্ডৰ জলাশয় সন্দৰ্ভত জ্ঞান প্ৰদানৰ লক্ষ্যৰে ছাত্র-ছাত্ৰীক একগোট কৰাই পৃথকে পৃথকে আয়োজন কৰা হয় দুটাকৈ প্ৰাকৃতিক শিবিৰৰ।

ADVERTISEMENT

উল্লেখ্য যে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ৰংখাং খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ লগতে জিলা ন’ডেল এজেন্সীৰ সহযোগত আয়োজন কৰা এই প্ৰাকৃতিক পৰিৱেশ শিবিৰৰ।গুৰুত্বপূৰ্ণ যে প্ৰাকৃতিক পৰিৱেশ অধ্যয়নৰ এই শিবিৰ অনুষ্ঠানিকভাৱে উদ্বোধন কৰে খেৰণি বন বিভাগৰ বন বিষয়া সুশীল চৰকাৰে। উক্ত আয়োজিত শিবিৰত ৰংখাং খণ্ডৰ অন্তর্গৰ ১০ খন বিদ্যালয়ৰ ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে ১২ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীও অংশ লয় এই অনুষ্ঠানত।

প্ৰথম দিনৰ কাৰ্যসূচীত সমলব্যক্তি (resource person) হিচাপে গোবিন্দ কুমাৰ দেৱনাথ, হৰিপদ দাস আৰু দ্বীপেন দাসে অংশ লোৱা কাৰ্যসূচীত খেৰণি বন বিভাগৰ বন বিষয়া সুশীল চৰকাৰে হাতী-মানুহৰ সংঘাত আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে লবলগীয়া উপায় সন্দৰ্ভত ব্যাখ্যা আগবঢ়োৱাৰ সমান্তৰালকৈ পদুমণি অৰণ্যত ছাত্ৰ-ছাত্ৰীৰ সহযোগত বৃক্ষৰোপণৰ কাৰ্য্যসূচীও ৰূপায়ন কৰা পৰিলক্ষিত হয়। একেদৰে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ডিমা হাছাওৰ গল্ফ ফিল্ডত আয়োজন কৰা শিবিৰত ছাত্ৰ-ছাত্ৰী সকলক পৰিবেশ আৰু পৰিবেশৰ ভাৰসাম্যতা, গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ বিৰূপ প্ৰভাৱ আদিৰ উপৰিও জলাশয় আৰু মানৱ জীৱনত থকা ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰা হয়।

সমান্তৰালকৈ সমল ব্যক্তি হিচাপে উপস্থিত থকা ক্ৰমে বিৰাজ টেৰণ, হৰিপদ দাস আৰু গোবিন্দ দেৱনাথৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলক গল্ফ ফিল্ডৰ জলাশয়ৰ সংৰক্ষণ, পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী হিচাপে ইয়াৰ বাবে লবলগীয়া পদক্ষেপ আৰু ইয়াৰ উপকাৰীতাৰ বিষয়ে জ্ঞান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিলা ন’ডেল এজেন্সী, ৰংখাং খণ্ডৰ সমন্নয়ক বীৰেন ডেকাই আঁত ধৰা আৰু পৰিচালনা কৰা শিবিৰৰ জৰিয়তে ভৱিষ্যতে যাতে ছাত্ৰ ছাত্ৰী সকলে এক সুপৰিৱেশ গঢ়ি তুলিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় কামকাজবোৰ কৰি যাবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায়। ইয়াৰ উপৰিও শিবিৰত অংশগ্ৰহণ কৰা ছাত্র ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰি উদ্যোগতাই ছাত্র ছাত্ৰীসকল উৎসাহী আৰু আগ্ৰহী কৰাৰ চেষ্টা অব্যাহত ৰখাও পৰিলক্ষিত হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KheraniNature Camp
publisher

publisher

Related Posts

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d