Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

    Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

কলিয়াবৰৰ চুলুঙত ২৪ ঘণ্টাই চলিছে ক্রয়-বিক্রয়, প্রতিদিনে শাক-পাচলিৰ যোগান। তিনিশ গাড়ীৰে চুবুৰীয়া ৰাজ্যলৈ, তিনি হেজাৰ শ্ৰমিকৰ দ্বাৰা স্থাপন ৫০টা সৰু-বৰ গুদাম, মাটি আমাৰ, খেতি আমাৰ, বজাৰ আমাৰ, গতিকে পইচাও আমাৰ সৰ্গবে ক'লে ব্যৱসায়ীয়ে

publisher by publisher
September 15, 2026
in Assam, News
Reading Time: 2 mins read
0
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
0
SHARES
1
VIEWS
ShareShareShareShare

RelatedPosts

Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ

Vegetable Wholesale Market in Kaliabar Chulung:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নিশাৰ গভীৰতা যিমানেই বাঢ়ি নাযাওক কিয়, কাৰো চকুত টোপনিয়ে হেঁচা মাৰি নধৰে। কাৰো ভাগৰনালাগে। কোনোৱেই কষ্ট অনুভৱ নকৰে। কাৰণ লেনদেনত বাকী নাই। হাতে হাতে ‘দিয়া অৰু লৈ যোৱা’ৰ ব্যৱস্থা। সেয়েহে ওৰে নিশা ক্রেতা আৰু বিক্রেতাৰ মাজত উত্তেজনা বিৰাজমান।
বিৰামহীনভাৱে কেলকুলেটৰত আঙুলিৰ চাপ পৰি থাকে টক্ টক টক্! সামান্য দূৰত্বৰ অন্তৰে অন্তৰে ১০ৰ পৰা ২০ জন ক্রেতা-বিক্রেতাৰ জুম। এফালে গাড়ী বোজাই কাি শ্ৰমিকৰ চিঞৰ – বাখৰ টকাৰ লেনদেন৷ কোনোবাই ম’বাইলৰ পৰ্দাত টিপি গুগুল পে’ৰ জৰিয়তে নিমিষতে কেলকুলেটৰৰ হিচাপ চাই লাখ টকা হস্তান্তৰ কৰিছে। আকৌ কোনোবাই হাতত থকা মোনাৰ পৰা উলিয়াই দিছে চাৰি লাখ, পাঁচ লাখ, যাৰ যিমান দেনা। এয়াই চুলুং বজাৰ।
২৪ ঘন্টাই ক্রয়-বিক্রয়ৰ বাবে খোলা থকা শাক-পাচলিৰ পাইকাৰী বজাৰ। মধ্য অসমৰ নগাঁও জিলাৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত চুলুং পঞ্চায়তত অৱস্থিত চুলুং বজাৰ। ৭১৫ (ক) নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ২০ মিটাৰ নিলগত অৱস্থিত এই বজাৰখন। ঘাইপথেদি গ’লে সহজে ধৰিব নোৱাৰি যে উত্তৰ-পূৱৰ সৰ্ববৃহৎ শাক-পাচলিৰ বজাৰখন আছে। অৱশ্যে প্রচাৰ-প্ৰসাৰ অবিহনেও দৈনিক কোটি কোটি টকাৰ লেনদেন হৈয়েই আছে। তিনি হেজাৰ কৃষক-শ্রমিকৰ পৰিয়ালৰ জীৱন-জীৱিকা কোনো অসুবিধা নোহোৱাকেই চলি আছে।
চুলুং বজাৰৰ নিচেই কাষত ৰাষ্ট্ৰীয় ঘাইপথ আৰু পৰিবহণ মন্ত্রণালয়ৰ টোলগেট। এই পথছোৱাই নগাঁও জিলাৰ আমনি আৰু শোণিতপুৰ জিলাৰ কলিয়া ভোমোৰা সেতুক সংযোগ কৰিছে। চুলুং বজাৰৰ পৰা উত্তৰ দিশে মাত্র সাত কিলোমিটাৰ আগুৱাই গ’লেই ঐতিহাসিক কলিয়াভোমেৰা সেতু। অর্থাৎ, মহাবাহুৰ পাৰত গঢ়ি উঠিছে চুলুং বজাৰখন। দিনৰ ভাগত দাঁতিকাষৰীয়া জিলাসমূহৰ ক্রেতাই গতানুগতিক প্ৰক্ৰিয়াৰে চুলুং বজাৰত ভিৰ কৰে।
কোনোবাই বিক্ৰী কৰিবলৈ আৰু কোনোবাই কিনিবলৈ আহে। সাধাৰণতে দিনৰ লেনদেনক লৈ বৰ বেছি উত্তাপ দেখা নাযায়। অৱশ্যে উত্তেজনা বাঢ়ে নিশাৰ ভাগত। বিশেষকৈ নিশা ১২ বজাৰ পাছত ব্যস্ততাৰ অন্ত নাথাকে। একে সময়তে প্রায় তিনিশ সৰু-বৰ গাড়ীত শাক-পাচলিৰ ‘লোডিং’ চলি থাকে। একো একোখন ব্যবসায়িক পিক আপ বাহনত তিনিৰ পৰা চাৰি টন পর্যন্ত শাক-পাচলি বোজাই কৰা হয়। মিনি ট্রাকত বোজাই কৰা পাচলিৰ পৰিমাণ আঠৰ পৰা ১০ টন পর্যন্ত হয়।
দৰাচলতে মিনি ট্রাক বা ডিআই পিক-আপ ভানতেই পাচলিসমূহ বোজাই কৰা হয়। এই সন্দৰ্ভত বজাৰৰ এজন বেপাৰীয়ে কয় যে ক্ষুদ্র আকাৰৰ গাড়ীয়ে দ্রুত গতিত গন্তব্য স্থানত নির্ধাৰিত সময়ত সমগ্ৰীৰ যোগান ধৰিব পাৰে। শোচনীয় বাট-পথতো ন্যূনতম গতিবেগ ৰক্ষা কৰি যোগান ব্যৱস্থাটোৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে।
ইপিনে, নিশা এক বজাৰ লগে লগে ৰাষ্ট্ৰীয় ঘাইপথত ভিৰ কৰে ৰাজ্যৰ লগতে উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্য অভিমুখী দুৰণিবটীয়া নৈশ বাছসমূহ। কাষতে লাগি থকা ৰাষ্ট্ৰীয় ঘাইপথত নৈশ বাছসমূহ ৰখোৱাৰ লগে লগে ইতিমধ্যে ৰৈ থকা শ্রমিকৰ দলে বস্তাই বক্তাই শাক-পাচলি ভৰাই দিয়ে নৈশ বাছৰ তলৰ মহলাত। বাছৰ চালক অথবা সহায়কে গন্তব্য স্থানত ফোন কৰি ‘ইমান বস্তা ভঢ়াইছে’, বুলি মাত্র দুটা শব্দ কোৱা মাত্রকে সিপিনৰ পৰা গুগুল পে’ৰ জৰিয়তে আহে লাখ টকা। বিক্রেতাৰ ম’বাইল স্ক্রিনত পইচা অহাৰ লগে লগে বাছৰ প্ৰস্থান ঘটে।
নিশা প্রায় দুই বজাত চুলুং বজাৰৰ এছডি গুদামৰ স্বত্বাধিকাৰ আব্দুল লটিফ নামৰ ২৮ বছৰীয়া ভদ্র, অমায়িক, মৃদুভাষী আব্দুলে ‘দৈনিক অগ্রদূত’ৰ আগত কৈ গ’ল, ‘চুলুং বজাৰৰ লগত অতিকৈ কমেও তিনি হেজাৰ স্থানীয় বেপাৰী প্ৰত্যক্ষভাবে জড়িত। পৰোক্ষভাৱে জড়িতৰ সংখ্যা বৃহৎ। তিনিশতকৈ অধিক শাক-পাচলিভর্তি সৰু-বৰ গাড়ীয়ে উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যলৈ যায়। বিশেষকৈ ৰাতি যোৱাৰ মূল কাৰণটো হ’ল, বজাৰসমূহ দিনত খোলা থাকে। সাধাৰণ মানুহে দিনৰ ভাগত বজাৰ কৰে। এতেকে আমি নিশাৰ ভাগত যোগান ধৰো যাতে দিনৰ ভাগত ৰাইজৰ অসুবিধা নহয়। বজাৰত যোগানৰ ভাৰসাম্যতা যাতে ৰক্ষা পৰে।’
কেবল গাড়ীয়েই নহয়। চুলুং গাঁৱৰ এশতকৈ অধিক স্থানীয় ঠেলাৱালাৰ জীৱন-জীৱিকা প্রত্যক্ষভাৱে চুলুং বজাৰৰ ওপৰত নিৰ্ভৰশীল। দিনৰ ভাগত পৰিয়ালৰ কোনোবা সদস্যই ঠেলা চলোৱাৰ বিপৰীতে পিতৃয়ে নিশাৰ ভাগত একেখন ঠেলা চলাই দৈনিক ১৫শৰ পৰা দুহেজাৰ টকা উপাৰ্জন কৰি আহিছে। তদুপৰি, বহিঃৰাজ্যৰ লগতে নগাঁও জিলাৰ বাহিৰৰ পৰা অহা ক্রেতাৰ লগতে যোগান ব্যৱস্থাটোৰ লগত জড়িত গাড়ীৰ শ্ৰমিকৰ চাহিদা পূৰণ কৰিবলৈও ২৪ ঘন্টাই দোকান, হোটেলসমূহ খোলা ৰাখিব লাগে। সেয়েহে দোকানীসকলেও চুলুং বজাৰৰ লগত প্রত্যক্ষভাৱে জড়িত।
চুলুং বজাৰৰ শাক-পাচলিৰ মূল তালিকাখন ‘দৈনিক অগ্রদূত ‘ক সদৰী কৰি লটিফে কয়, ‘ধান খেতিৰ সময়ত অসমত বৰ বেছি পাচলিৰ উৎপাদন নহয়। স্থানীয় পাচলিৰ উৎপাদন বুলিবলৈ এই মুহূর্তত দাংবডি, বেঙেনা, তিয়হ আৰু কিছু পৰিমাণে জলকীয়া আহে। তেনে পৰিস্থিতিত আমি মেঘালয়ৰ পৰা স্কোৱাছ, বিট, গাজৰ, মটৰ মাহ, আলু, আদা, জলকীয়া আৰু মূলা আনি অসমৰ স্থানীয় বজাৰৰ লগতে উত্তৰ-পূৱৰ অন্য ৰাজ্যলৈ যোগান ধৰি আছে। তদুপৰি বন্ধাকবি, ফুলকবি, বিলাহী, জলকীয়া অৰুণাচল প্ৰদেশৰ কামেং আৰু টাৱাং জিলাৰ পৰা আমদানি কৰি আছো।’
এদিনীয়া ভ্রমণকাৰীৰ বাবে ওপৰে ওপৰে চালে চুলুং বজাৰখন অতি ৰমকজমক যদিও বহু কাৰিকৰী সমস্যাই স্থানীয় বেপাৰীক সময়ে সময়ে বৃহৎ লোকচানৰ সম্মুখীন কৰাইছে। বিশেষকৈ, স্থানীয় ব্যৱসায়ীৰ নিজা প্রচেষ্টাত ২০টাকৈ বৃহৎ আৰু ৩০টাতকৈ অধিক ক্ষুদ্র ক্ষুদ্ৰ পৰিসৰৰ গুদাম নির্মাণ কৰা হৈছে যদিও বজাৰখনত শীতল ভাণ্ডাৰ নথকা হেতুকে যথেষ্ট পৰিমাণে শাক-পাচলি নষ্ট হয়।
বহু সময়ত স্থানীয় ব্যৱসায়ীয়ে লাখ লাখ টকাৰ লোকচান ভৰিবলগীয়া হ’য়। চুলুং বজাৰৰ কথা বাদেই, দাঁতিকাষৰীয়া অঞ্চলতো শীতল ভাণ্ডাৰৰ কোনো ব্যৱস্থা নাই। তেনে পৰিস্থিতিত চুলুং বজাৰৰ যোগান ব্যৱস্থা, শাক-পাচলিৰ সংৰক্ষণ, লাভ-লোকচান সকলো প্রত্যক্ষভাবে নিৰ্ভৰ কৰে প্ৰকৃতিৰ ওপৰত। ৰ’দ-বৰষুণ, গৰম-ঠাণ্ডাৰ ওপৰত নিৰ্ভৰ কৰে। চুলুং বজাৰৰ ইতিহাস সন্দৰ্ভত ৬৫ বছৰীয়া চেলিম আলীয়ে কয়, ‘কৰ’না মহামাৰীৰ
পূৰ্বে চুলুং বজাৰখন কেৱল দিনৰ ভাগত খোলা হৈছিল। অসমৰ অন্যান্য প্ৰান্তৰ দৰে চুলুং বজাৰো এক সাধাৰণ আৰু দিনৰ ভাগত চলা গতানুগতিক গাঁৱলীয়া বজাৰ আছিল। অতি ক্ষুদ্ৰ পৰিসৰৰ ব্যৱসায়িক লেনদেনৰ মাজত স্থানীয় কৃষক-শ্রমিকৰ কিনা-বেচাৰ মাজতে সীমাবদ্ধ আছিল চুলুং বজাৰ। কিন্তু কৰ’না মহামাৰীৰ সময়ত চৰকাৰে তলাবন্ধ (ল’ক ডাউন) ঘোষণা কৰাত স্থানীয় লোকসকল যথেষ্ট সংকটৰ মুখামুখি হৈছিল। জীৱন-জীৱিকা হেৰুওৱাৰ উপক্রম হৈছিল। আর্থিকভাবে ভাঙি পৰিছিল।
তেনে পৰিস্থিতিৰ পৰা উদ্ধাৰ পোৱাৰ বাবে পৰৱৰ্তী সময়ত চুলুং বজাৰখনক দিনে-নিশাই খোলা ৰাখি, বজাৰৰ পৰিসৰ বৃদ্ধি কৰি আর্থিক লোকচানৰ ক্ষতিপূৰণ মাৰিবলৈ চেষ্ট কৰা হৈছিল। বহিঃৰাজ্যৰ লগত সংযোগ স্থাপন কৰি নতুন গ্ৰাহকৰ আৱিষ্কাৰ কৰা হৈছিল। আৰু আজি হেজাৰ হেজাৰ কৃষক-শ্রমিকৰ কষ্টৰ ফল ৰাইজৰ চকুৰ আগত। অসমীয়া হিচাপে আমি গর্বিত, অত্যন্ত উৎফুল্লিত, অসমৰ এখন অখ্যাত গাঁও চুলুঙৰ পৰাই আজি সমগ্ৰ উত্তৰ-পূৱৰ শাক-পাচলিৰ বাজৰখন প্রত্যক্ষ আৰু পৰোক্ষভাবে নিয়ন্ত্রিত।’
নিশা দুই বজাতো দোকানৰ সন্মুখত এদল শ্রমিকৰ লগত বহি-হাঁহিমুখে লেনদেনৰ হিচাপত ব্যক্ত লটিফে ‘দৈনিক অগ্রদূত ‘ক কয়, ‘চুলুং বজাৰ প্ৰতিষ্ঠাৰ পূৰ্বে মোৰ দেউতা খেতিয়ক আছিল। স্বাভাৱিকতে উচিত মূল্যৰ পৰা বঞ্চিত হৈছিল। কষ্টৰ উচিত ফল পোৱা নাছিল। এতেকে উৎপাদনত ব্যস্ত মোৰ দেউতাই মোৰ আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পাছত বজাৰ ব্যৱস্থাত সোমাবলৈ পৰামৰ্শ দিলে। এতেকে মই স্নাতক ডিগ্রী সমাপ্ত কৰি কৃষি উৎপাদনৰ ব্যৱসায়ত মনোনিৱেশ কৰিলো।
এতিয়া মোক চাকৰিৰ প্ৰয়োজন নাই। চুলুঙৰ কোনো স্থানীয় উচ্চ শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ প্ৰয়োজন নাই। মাটি আমাৰ, খেতি আমাৰ, বজাৰ আমাৰ। এতেকে পইচাও আমাৰ। কষ্ট কৰিছো, উপাৰ্জনৰ সীমা নাই। লক্ষ্য আমাৰ দিগন্তত। সংস্থাপন মানে কেৱল চৰকাৰী চাকৰি নহয়। এতেকে চাকৰি অবিহনেই ইতিমধ্যে মই সংস্থাপিত। কৃষি উৎপাদন আৰু ব্যৱসায়ৰে আমি নতুন প্রজন্মই কেবল উত্তৰ-পূৱ কিয়, সমগ্র দেশত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰো।’
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: chulungKaliabarlatest newsnort east marketvegetable wholesale market
publisher

publisher

Related Posts

Assam

September 15, 2026
Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ
Assam

Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

September 15, 2026
Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ
Assam

Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ

September 15, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
Assam

Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

September 15, 2026
Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ
Assam

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

September 15, 2026
Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d