Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

৯৩৬ কৰ্মীক নিয়োগপত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

publisher by publisher
April 28, 2026
in India, News
Reading Time: 1 min read
0
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
1
SHARES
13
VIEWS
ShareShareShareShare

Uttar Pradesh:✒️উত্তৰপ্ৰদেশৰ আইন-শৃংখলা ব্যৱস্থা অধিক সুসংহত আৰু কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে যোগী আদিত্যনাথ (Yogi Adityanath) নেতৃত্বাধীন চৰকাৰে।

ADVERTISEMENT

মঙলবাৰে লখনৌ(Lucknow)স্থিত ইন্দিৰা গান্ধী প্ৰতিষ্ঠান (Indira Gandhi Pratishthan)ত আয়োজন কৰা এক আনুষ্ঠানিক কাৰ্যসূচীত ৯৩৬ জন আৰক্ষী কৰ্মীক নিয়োগপত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে।

RelatedPosts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

এই নিয়োগসমূহ উত্তৰ প্ৰদেশ (Uttar Pradesh Police)ৰ টেলিকমিউনিকেচন শাখাত কৰা হৈছে, য’ত নতুনকৈ নিযুক্ত কৰ্মীসকলে হেড অপাৰেটৰ আৰু হেড অপাৰেটৰ (মেকানিকেল) পদত দায়িত্ব গ্ৰহণ কৰিব।

আধুনিক প্ৰযুক্তিনিৰ্ভৰ এই শাখাই আৰক্ষীৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি অপৰাধ দমন ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উল্লেখযোগ্য যে, যোৱা দেওবাৰে ৰাজ্যখনত অনুষ্ঠিত এক বৃহৎ পাসিং-আউট পেৰেডত ৬০ হেজাৰতকৈ অধিক চিভিল আৰক্ষী কনষ্টেব্‌লৰ অংশগ্ৰহণে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়তে আৰক্ষী বাহিনীৰ কাৰ্যক্ষমতা আৰু প্ৰযুক্তিগত সক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই নতুন নিয়োগ প্ৰক্ৰিয়া আগবঢ়োৱা হৈছে।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও ৰাজ্যখনৰ অৰ্থমন্ত্ৰী সুৰেশ খান্না(Suresh Khanna)ৰ উপস্থিতিৰ সম্ভাৱনা আছে বুলি চৰকাৰী সূত্ৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে নবনিযুক্ত কৰ্মীসকলক উদ্দেশ্য কৰি প্ৰেৰণাদায়ক ভাষণ আগবঢ়াব, য’ত সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰ স’তে দায়িত্ব পালন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।

উত্তৰপ্ৰদেশ চৰকাৰে দাবী কৰা অনুসৰি, তেওঁলোকৰ শাসনকালত আৰক্ষী নিয়োগ প্ৰক্ৰিয়াত ব্যাপক সংস্কাৰ সাধন কৰা হৈছে, যাৰ ফলত কোনো ধৰণৰ অনিয়ম নোহোৱাকৈ যোগ্য প্ৰাৰ্থীসকলে সুযোগ লাভ কৰিছে। মঙলবাৰৰ এই কাৰ্যসূচীক সেই সংস্কাৰৰ এক স্পষ্ট প্ৰতিফলন হিচাপে দেখা হৈছে।

বিশেষজ্ঞ মহলৰ মতে, এই নতুন নিয়োগৰ জৰিয়তে আৰক্ষীৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী হ’ব, যাৰ ফলত ৰাজ্যখনত অপৰাধ নিয়ন্ত্ৰণ আৰু তাৎক্ষণিক সঁহাৰি প্ৰদান অধিক কাৰ্যক্ষম হ’ব। ফলস্বৰূপে, সুৰক্ষা আৰু কর্মসংস্থান—উভয় ক্ষেত্ৰতে এক ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: LucknowUttar PradeshYogi Adityanath
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d