One Arrested:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বীৰ লাচিত সেনাৰ শিৱসাগৰ। জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তদন্ত ইতিমধ্যে ক্ষিপ্ৰতাৰে আৰম্ভ হোৱাৰ মাজতে বুধবাৰে নিশা আৰক্ষীয়ে বীৰ লাচিত সেনাৰ এজাহাৰৰ ভিত্তিত বিহুবৰৰ পৰা আবিদুৰ ৰহমান নামৰ এজন যুৱকক আটক কৰে ৷ ঘটনাৰ স’তে নাম সাঙোৰ খোৱা বহু কেইজন এই পৰ্যন্ত পলাতক অৱস্থাত আছে ৷
ADVERTISEMENT































