Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাহিলীপাৰাৰ বাসগৃহৰ পৰা ছিংগাপুৰলৈ যাত্ৰা, তাৰ পাছত অপেক্ষা হৈ ৰ’ল অনন্ত

    সোণাপুৰৰ শ্মশানৰ নতুন পৰিচয়ৰ আঁৰত প্ৰাণৰ শিল্পীগৰাকীৰ মানৱীয় সত্তা

    জুবিনবিহীন এটা বছৰ, সৃষ্টিৰ মাজত আজিও সজীৱ প্ৰাণৰ শিল্পী

    মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ

    মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ

    জুবিনবিহীন এটা বছৰ, সোঁৱৰণীত আজিও জীপাল প্ৰাণৰ শিল্পী

    টিপুক চাহ বাগিচাত জৰাজীৰ্ণ শ্ৰমিক কোৱাটাৰ, বৰষুণ আহিলেই আতংক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাহিলীপাৰাৰ বাসগৃহৰ পৰা ছিংগাপুৰলৈ যাত্ৰা, তাৰ পাছত অপেক্ষা হৈ ৰ’ল অনন্ত

publisher by publisher
September 19, 2026
in Assam, News
Reading Time: 1 min read
0
কাহিলীপাৰাৰ বাসগৃহৰ পৰা ছিংগাপুৰলৈ যাত্ৰা, তাৰ পাছত অপেক্ষা হৈ ৰ’ল অনন্ত
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Zubeen Garg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ঠিক এবছৰ পূৰ্বে, বুধবাৰে পুৱাই কাহিলীপাৰাৰ বাসগৃহৰ পৰা ওলাই গৈছিল জুবিন গাৰ্গ। সেই যাত্ৰা যে তেওঁৰ জীৱনৰ শেষ যাত্ৰা হৈ পৰিব, সেয়া সেই সময়ত কোনেও কল্পনাও কৰা নাছিল। শুকুৰবাৰে বিয়লি প্ৰায় তিনি বজাত আহিছিল সেই অবিশ্বাস্য খবৰ—জুবিন গাৰ্গ আৰু নাই।

ADVERTISEMENT

২০২৫ চনৰ সেই দিনটোৰ পাছত পাৰ হৈ গ’ল এটা বছৰ। কিন্তু কাহিলীপাৰাৰ সেই বাসগৃহ, জোনালীৰ ষ্টুডিঅ’ আৰু খাৰঘুলিৰ নিৰ্মীয়মাণ সপোনৰ ঘৰখনৰ স’তে জড়িত স্মৃতিবোৰ আজিও অনুৰাগীৰ মনত সজীৱ।

বিগত কেবাবছৰ ধৰি পত্নী গৰিমা গাৰ্গৰ স’তে কাহিলীপাৰাৰ ভগদত্তপুৰ পথস্থিত ‘ছিনাৰ্জী ইম্পেৰিয়ল’ আৱাসিক এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ ফ্লেটটোত বাস কৰিছিল জুবিনে। আনহাতে, খাৰঘুলিত নিৰ্মাণ হৈ আছিল তেওঁৰ সপোনৰ ঘৰ।

এক অনুষ্ঠানত খাৰঘুলিকে স্থায়ী ঠিকনা হিচাপে লোৱাৰ কথা জুবিনে ঘোষণা কৰিছিল। কিন্তু সেই ঘৰখনত বাস কৰাৰ সপোন পূৰণ নহ’ল।

ছিংগাপুৰ অভিমুখে যোৱাৰ দিনটোও এতিয়া জুবিনৰ স্মৃতিৰ এক অবিচ্ছেদ্য অংশ। বুধবাৰে কাহিলীপুৱাতে কাহিলীপাৰাৰ ফ্লেটৰ পৰা ওলাই গৈ পুৱা প্ৰায় পাঁচ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা ছিংগাপুৰলৈ উৰা মাৰিছিল জুবিন। সেই সময়ত তেওঁৰ স’তে নাছিল পত্নী গৰিমা শইকীয়া গাৰ্গ।

জুবিনৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ পাছত গৰিমাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। সন্ধিয়ালৈকে তেওঁৰ আশা আছিল জুবিন উশাহ লৈ আছে আৰু সুস্থ শৰীৰে উভতি আহিব। কিন্তু সেই আশা বাস্তৱ নহ’ল।

মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে কাহিলীপাৰাৰ বাসগৃহৰ সন্মুখত সৃষ্টি হৈছিল অভাৱনীয় পৰিৱেশ।কাহিলীপাৰা-লালগণেশ সংযোগী পথৰ পৰা ফ্লেটলৈ যোৱা প্ৰায় পাঁচশ মিটাৰ পথ অনুৰাগীৰে ভৰি পৰিছিল। কোনোবাই ওপৰলৈ চাই ‘জুবিন দা’ বুলি চিঞৰিছিল, কোনোবাই চকুলো টুকিছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ভগদত্তপুৰ পথত যান-বাহন চলাচল বন্ধ কৰিবলগীয়া হৈছিল।

কেৱল কাহিলীপাৰাই নহয়, জোনালীৰ ষ্টুডিঅ’ আৰু খাৰঘুলিৰ নিৰ্মীয়মাণ বাসগৃহৰ চৌহদতো সেই সময়ত ভিৰ কৰিছিল শ শ অনুৰাগীয়ে। প্ৰিয় শিল্পীগৰাকীক এবাৰ চোৱাৰ হেঁপাহেৰে বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত হৈছিল তাত। জোনালীৰ ষ্টুডিঅ’ত থকা জুবিনৰ প্ৰিয় ইছিজু বাহনখনৰ কাষতো দেখা গৈছিল অনুৰাগীৰ ভিৰ।

আৰু সেই সময়ৰ আন এটা দৃশ্যই গভীৰভাৱে স্পৰ্শ কৰিছিল অনুৰাগীৰ মন। জুবিনৰ মৰমৰ কুকুৰকেইটাই তেওঁৰ ইছিজু বাহনখনৰ কাষেৰে অহা-যোৱা কৰি অৱশেষত চোতালত শুই পৰা দৃশ্যৰ ভিডিঅ’ই বহুজনৰ চকু সেমেকাই তুলিছিল।

জুবিনৰ মৃত্যুৰ খবৰক সহজভাৱে মানি ল’ব পৰা নাছিল তেওঁৰ অনুৰাগীসকলে। মহানগৰীৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাজগড়ৰ ষ্টুডিঅ’ৰ সন্মুখত অনুৰাগীৰ কান্দোন, জোনালীৰ ষ্টুডিঅ’ত হিয়া ঢাকুৰি কান্দি উঠা অনুৰাগীৰ দৃশ্য—সকলোতে আছিল একেটাই আশা, খবৰটো যেন সঁচা নহয়।

সেইদিনা অহা এজাক বৰষুণক লৈও অনুৰাগীৰ মুখত শুনা গৈছিল একেই অনুভৱ—‘আজি আকাশেও কান্দিছে।’

এবছৰ পাছত সেই দিনটোৰ স্মৃতি আকৌ এবাৰ উভতি আহিছে। যিটো ফ্লেটৰ পৰা জুবিনে জীৱনৰ শেষ যাত্ৰাত ওলাই গৈছিল, য’ত তেওঁৰ উভতি অহালৈ অপেক্ষা কৰা হৈছিল, সেই বাসগৃহৰ সৈতে জড়িত প্ৰতিটো স্মৃতিয়েই আজি যেন তেওঁৰ অনুপস্থিতিৰ কথাকে সোঁৱৰাই দিয়ে।

জুবিনৰ নিজৰ গীতৰ সেই পংক্তিৰ দৰেই—‘সোণেৰে সজোৱা পঁজা জহি-খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই।’ এটা বছৰ পাৰ হ’ল, কিন্তু সেই সোণেৰে সজোৱা পঁজাটো দুনাই সাজিব নোৱাৰাকৈয়ে অসমবাসীৰ মাজত এৰি গ’ল জুবিনে তেওঁৰ অসংখ্য স্মৃতি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #দৈনিকঅগ্ৰদূত #অগ্ৰদূত #dainikagradoot #agradoot #dainikagradootdigital #দৈনিকঅগ্ৰদূতডিজিটেল
publisher

publisher

Related Posts

সোণাপুৰৰ শ্মশানৰ নতুন পৰিচয়ৰ আঁৰত প্ৰাণৰ শিল্পীগৰাকীৰ মানৱীয় সত্তা
Assam

সোণাপুৰৰ শ্মশানৰ নতুন পৰিচয়ৰ আঁৰত প্ৰাণৰ শিল্পীগৰাকীৰ মানৱীয় সত্তা

September 19, 2026
জুবিনবিহীন এটা বছৰ, সৃষ্টিৰ মাজত আজিও সজীৱ প্ৰাণৰ শিল্পী
Assam

জুবিনবিহীন এটা বছৰ, সৃষ্টিৰ মাজত আজিও সজীৱ প্ৰাণৰ শিল্পী

September 19, 2026
মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ
Assam

মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ

September 19, 2026
জুবিনবিহীন এটা বছৰ, সোঁৱৰণীত আজিও জীপাল প্ৰাণৰ শিল্পী
Assam

জুবিনবিহীন এটা বছৰ, সোঁৱৰণীত আজিও জীপাল প্ৰাণৰ শিল্পী

September 19, 2026
টিপুক চাহ বাগিচাত জৰাজীৰ্ণ শ্ৰমিক কোৱাটাৰ, বৰষুণ আহিলেই আতংক
Assam

টিপুক চাহ বাগিচাত জৰাজীৰ্ণ শ্ৰমিক কোৱাটাৰ, বৰষুণ আহিলেই আতংক

September 18, 2026
একেৰাহে ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হিমালয়ৰ বিস্তীৰ্ণ অঞ্চল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d