Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাহিলীপাৰাৰ বাসগৃহৰ পৰা ছিংগাপুৰলৈ যাত্ৰা, তাৰ পাছত অপেক্ষা হৈ ৰ’ল অনন্ত

    সোণাপুৰৰ শ্মশানৰ নতুন পৰিচয়ৰ আঁৰত প্ৰাণৰ শিল্পীগৰাকীৰ মানৱীয় সত্তা

    জুবিনবিহীন এটা বছৰ, সৃষ্টিৰ মাজত আজিও সজীৱ প্ৰাণৰ শিল্পী

    মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ

    মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ

    জুবিনবিহীন এটা বছৰ, সোঁৱৰণীত আজিও জীপাল প্ৰাণৰ শিল্পী

    টিপুক চাহ বাগিচাত জৰাজীৰ্ণ শ্ৰমিক কোৱাটাৰ, বৰষুণ আহিলেই আতংক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সোণাপুৰৰ শ্মশানৰ নতুন পৰিচয়ৰ আঁৰত প্ৰাণৰ শিল্পীগৰাকীৰ মানৱীয় সত্তা

publisher by publisher
September 19, 2026
in Assam, News
Reading Time: 1 min read
0
সোণাপুৰৰ শ্মশানৰ নতুন পৰিচয়ৰ আঁৰত প্ৰাণৰ শিল্পীগৰাকীৰ মানৱীয় সত্তা
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ZubeenGarg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সোণাপুৰৰ সেই স্থানত আজি কেৱল এজন প্ৰয়াত শিল্পীৰ স্মৃতি বিচাৰি মানুহ উপস্থিত নহয়। তাত উপস্থিত হোৱা প্ৰতিজন মানুহেই যেন জুবিন গাৰ্গ নামৰ এক বিশাল মানৱীয় সত্তাৰ স’তে পুনৰ পৰিচিত হয়। যিখন ঠাই এসময়ত শ্মশান আছিল, সেইখনেই আজি সকলো জাতি-ধৰ্মৰ মানুহৰ বাবে প্ৰাৰ্থনা আৰু উপাসনাৰ পবিত্ৰ স্থান হৈ পৰিছে।

ADVERTISEMENT

এয়া সাধাৰণ পৰিৱৰ্তন নহয়। কাৰণ, হিন্দু বিশ্বাসত শ্মশানৰ যি পৰম্পৰাগত স্থান, তাৰ পৰা সম্পূৰ্ণ পৃথক এক পৰিচয় লাভ কৰিছে সোণাপুৰৰ এই স্থানটোৱে। ইয়াত ধৰ্মৰ পৰিচয়ে মানুহক পৃথক কৰা নাই। সকলোৰে বাবে ঠাইখন পবিত্ৰ। এই ব্যতিক্ৰমৰ আঁৰত থকা অনুভৱক হয়তো যুক্তি বা শব্দৰে সম্পূৰ্ণকৈ বুজাই কোৱা সম্ভৱ নহয়।

আজি জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত সেই কথাই পুনৰ মনলৈ আহে—জুবিন আচলতে কেৱল এগৰাকী গায়ক আছিলনে?

তেওঁৰ কণ্ঠই তেওঁক অসংখ্য মানুহৰ প্ৰিয় শিল্পী কৰি তুলিছিল। কিন্তু সময় পাৰ হোৱাৰ লগে লগে তেওঁৰ আন এটা পৰিচয় অধিক স্পষ্ট হৈ উঠিছে—এজন ‘মানুহ’ হিচাপে জুবিন গাৰ্গ কেনে আছিল, সেই কথা।

জীৱিত অৱস্থাত তেওঁৰ বহু কাম, বহু দায়বদ্ধতা আৰু বহু চিন্তা হয়তো সকলোৰে দৃষ্টিগোচৰ হোৱা নাছিল। বিপদগ্ৰস্ত আৰু দুৰ্ভগীয়া লোকৰ কাষত থিয় দিয়াৰ লগতে প্ৰকৃতি আৰু অমাত-অবোধ পশু-পক্ষীৰ বাবেও তেওঁ নীৰৱে কাম কৰি গৈছিল। সেই কামবোৰৰ বহু কথাই হয়তো তেওঁৰ অনুপস্থিতিৰ পাছতহে অধিক মানুহৰ মাজলৈ আহিল।

সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ ক্ষেত্ৰতো তেওঁ নিজৰ স্থিতিত অটল আছিল। ৰাজহুৱাভাৱে বহু সময়ত এনে কিছুমান অপ্ৰিয় সত্যও তেওঁ কৈছিল, যিবোৰে বহুজনক অস্বস্তিত পেলাব পাৰিছিল। কিন্তু সমাজখনক নিকা কৰি ৰখাৰ স্বাৰ্থত নিজৰ কথাখিনি ক’বলৈ তেওঁ পিছপৰা নাছিল।

তেওঁৰ কথাৰ আঁৰৰ উদ্দেশ্য বুজিবলৈ হয়তো সময় লাগিল। জুবিন নোহোৱাৰ পাছতহে বহুতে তেওঁৰ সেই স্পষ্টবাদিতা আৰু মানৱীয় দায়বদ্ধতাক নতুনকৈ চাবলৈ আৰম্ভ কৰিলে।

এসময়ত অসমৰ অধিকাংশ মানুহৰ বাবে জুবিনৰ পৰিচয় আছিল এগৰাকী অসাধাৰণ কণ্ঠশিল্পী হিচাপে। ঈশ্বৰপ্ৰদত্ত কণ্ঠ আৰু সংগীতৰ প্ৰতিভাই তেওঁক এক সুকীয়া স্থান দিছিল। কিন্তু তেওঁৰ মহাপ্ৰয়াণে যেন সেই পৰিচয়ৰ পৰিসৰ বহুখিনি বহলাই দিলে।

তেতিয়াই বহুতে উপলব্ধি কৰিলে, হেৰাই যোৱা মানুহজন কেৱল এগৰাকী শিল্পী নাছিল। তেওঁৰ মাজত আছিল এক প্ৰচণ্ড আৱেগিক আৰু মানৱীয় সত্তা, যাৰ প্ৰভাৱ সংগীতৰ সীমা পাৰ হৈ মানুহৰ জীৱন আৰু সমাজলৈকে বিস্তৃত হৈছিল।

সেয়ে জুবিনক সোঁৱৰণ কৰাৰ অৰ্থ কেৱল তেওঁৰ নামত ফুল-গামোচা আগবঢ়োৱাই নহয়। তেওঁ যি দায়বদ্ধতাৰে নিজৰ কাম কৰি গৈছিল, তাৰ পৰা আমি কিমানখিনি শিকিলোঁ—সেই প্ৰশ্নটোৱেই আজি অধিক প্ৰাসংগিক।

নিজৰ কথা আৰু কামৰ মাজত ব্যৱধান নৰখা, অন্যায় বা অপ্ৰিয় সত্যৰ সন্মুখত নীৰৱ হৈ নথকা, বিপদত পৰা মানুহৰ কাষত থিয় দিয়া আৰু প্ৰকৃতি তথা জীৱ-জন্তুৰ প্ৰতি দায়িত্বশীল হোৱা—জুবিনৰ জীৱনৰ বহু কামে এই কথাবোৰৰেই ইংগিত দিয়ে।

আৰু সেই বাবেই হয়তো সোণাপুৰৰ সেই শ্মশানৰ ৰূপান্তৰক কেৱল এটা স্থানৰ পৰিৱৰ্তন বুলি চাব নোৱাৰি। ই যেন জুবিনক লৈ সমাজৰ সলনি হোৱা উপলব্ধিৰো এক প্ৰতীক।

যিজন মানুহক জীৱিত কালত বহুতে মূলতঃ গায়ক হিচাপেই চিনিছিল, তেওঁ নোহোৱাৰ পাছত তেওঁৰ মানৱীয় অৱদানৰ বহু দিশ নতুনকৈ চৰ্চালৈ আহিল। সেই উপলব্ধিয়েই হয়তো এখন শ্মশানক বহুজনৰ বাবে পবিত্ৰ প্ৰাৰ্থনাস্থলী কৰি তুলিলে।

জুবিনৰ স্মৃতিৰ সৈতে জড়িত এই মন্দিৰ সেয়ে অনন্তকাললৈ পবিত্ৰ হৈ থাকক। কিন্তু তাৰ পবিত্ৰতাৰ সঁচা অৰ্থ তেতিয়াহে পূৰ্ণ হ’ব, যেতিয়া এই স্থানলৈ অহা মানুহে কেৱল জুবিনক স্মৰণ কৰাই নহয়, তেওঁৰ জীৱনৰ পৰা এটা কথাও নিজৰ মাজলৈ লৈ যাব—ভাল মানুহ হোৱাৰ চেষ্টা।

সেইটোৱেই হয়তো জুবিন গাৰ্গৰ প্ৰতি আটাইতকৈ গভীৰ শ্ৰদ্ধাঞ্জলি

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #ZubeenGarg #ZubeenGargTribute #ZubeenGargLegacy #ZubeenDivas #ZubeenKhetra #ZubeenGargMemories #AssameseMusic #Assam #DainikAgradoot
publisher

publisher

Related Posts

কাহিলীপাৰাৰ বাসগৃহৰ পৰা ছিংগাপুৰলৈ যাত্ৰা, তাৰ পাছত অপেক্ষা হৈ ৰ’ল অনন্ত
Assam

কাহিলীপাৰাৰ বাসগৃহৰ পৰা ছিংগাপুৰলৈ যাত্ৰা, তাৰ পাছত অপেক্ষা হৈ ৰ’ল অনন্ত

September 19, 2026
জুবিনবিহীন এটা বছৰ, সৃষ্টিৰ মাজত আজিও সজীৱ প্ৰাণৰ শিল্পী
Assam

জুবিনবিহীন এটা বছৰ, সৃষ্টিৰ মাজত আজিও সজীৱ প্ৰাণৰ শিল্পী

September 19, 2026
মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ
Assam

মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এবছৰ

September 19, 2026
জুবিনবিহীন এটা বছৰ, সোঁৱৰণীত আজিও জীপাল প্ৰাণৰ শিল্পী
Assam

জুবিনবিহীন এটা বছৰ, সোঁৱৰণীত আজিও জীপাল প্ৰাণৰ শিল্পী

September 19, 2026
টিপুক চাহ বাগিচাত জৰাজীৰ্ণ শ্ৰমিক কোৱাটাৰ, বৰষুণ আহিলেই আতংক
Assam

টিপুক চাহ বাগিচাত জৰাজীৰ্ণ শ্ৰমিক কোৱাটাৰ, বৰষুণ আহিলেই আতংক

September 18, 2026
একেৰাহে ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হিমালয়ৰ বিস্তীৰ্ণ অঞ্চল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d