Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

publisher by publisher
September 20, 2026
in Assam, News
Reading Time: 1 min read
0
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

ZubeenGargTribute: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অনাদি অনন্ত কাললৈ যেন অপেক্ষা কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ! শনিবাৰে হিয়াৰ আমঠুৰ প্রয়াণৰ দিনটোতে এনে এক আকুলতাৰেই যেন চালিত হৈছিল জুবিনক্ষেত্র অভিমুখী অসমৰ হেজাৰ হেজাৰ শিল্পীপ্রাণ। কোলাত কেচুৱা লৈ, বৃদ্ধা মাতৃক আগচি, ইজনে সিজনৰ হাতত ধৰি, শাৰী পাতি খোজ কাঢ়ি, বিভিন্ন বাহনৰে ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰি মহানগৰীৰ পৰা সোণাপুৰৰ জুবিনক্ষেত্ৰলৈ আগবঢ়া অনুৰাগীসকল সামান্য বিৰক্ত হোৱা নাছিল, ভয়াৱহ যান-জঁটত ক্ষোভ-ৰাগ প্ৰকাশ দূৰৰ কথা। তিনিদিনীয়া জুবিন দিৱসৰ শনিবাৰে শেষৰ দিনটোত সমাধিক্ষেত্ৰত পুনৰবাৰ অভূতপূর্ব জনা সমাবেশ।

ADVERTISEMENT

খানাপাৰাৰ পৰা জুবিনক্ষেত্রলৈ যাবলৈ তিনি ঘণ্টাৰ অধিক সময় লাগিছিল যদিও শান্ত সমাহিত এক পৰিৱেশ। মাজে মাজে কেৱল বিশেষকৈ তৰুণচামৰ সেই চিৰাচৰিত ‘জয় জুবিনদা’, ‘জুবিনদা অমৰ হওক’ ধ্বনি ভাহি আহে। দিছপুৰ থানাৰ কৰ্তব্যৰত নাম প্রকাশত অনিচ্ছুক আৰক্ষীয়েই ব্যাখ্যা কৰিলে এইদৰে, ‘আমি ভাবো যে ইয়াত কোনো খেলি-মেলি নহয়। কাৰণ সকলোৱে একে মন, একে ভাব লৈ ইয়ালৈ আহিছে। কাৰো মনত ভেদ ভাব নাই। ইয়াত সকলোবে এটা পক্ষ। কেরল জুবিন গাৰ্গৰ প্রতি প্রেম, শ্রদ্ধা, ভালপোৱা, স্নেহ নিবেদন।

যেতিয়া ভিন্ন চিন্তাৰ মানুহ থাকে, পৰস্পৰৰ বিৰোধিতাৰে আগবাঢ়ে, তেতিয়াহে সংঘাত হয়। এই জুবিনক্ষেত্র সকলোৰে মিলনৰ স্থলী। ইয়াত সংঘাতৰ প্ৰশ্ন নাই। ‘তেওঁ লগতে কয়, ‘আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ য’তে আছে তাতে কুশলে থাকক।’

প্রচণ্ড যান-টিৰ ফলত মীৰা দাস আৰু মুকুতা দাসক কঢ়িয়াই অনা অট’খনে যোৰাবাটতে নমাই থৈ গুচি গ’ল। যোৰাবাটৰ পৰা দুঘণ্টাৰ অধিক সময় খোজ কাঢ়ি জুবিনক্ষেত্রত উপস্থিত হোৱা উলুবাৰীৰ এছইবি কল’নীৰ বাসিন্দা মহিলা দুগৰাকীয়ে ক’লে, ‘ন্যায় নাপালোরেই। কেতিয়া ন্যায় দিব? আমি তেওঁৰ অমৰত্বৰ বাবে প্রার্থনা কৰিছো।’

তেওঁলোকে কয় যে সমাধিক্ষেত্রই যেন শনিবাৰে সকলোকে হাতবাউলি মাতিছে। জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলোকে একেলগে একে স্থানত বসবাস কৰা জুবিনৰ সপোনৰ অসম যেন আজি সমাধিক্ষেত্রত প্রতিফলিত হ’ল। এই অনুভৱ ব্যক্ত কৰিলে বহুজনে। শিৱসাগৰৰ ৰংঘৰ চাৰিআলি আৰু বৰ্তমান মহানগৰীৰ পাঞ্জাবাৰীৰ বাসিন্দা নাজিমাই কয়, ‘জুবিনদাৰ কাৰণে আহিছো। সৰুৰে পৰা তেওঁৰ গান শুনি ডাঙৰ হৈছো। জুবিনদাই ন্যায় পাব লাগে, এবছৰ হৈ গ’ল, তেওঁৰ নিচিনা মানুহে যদি ন্যায় নাপায় তেন্তে আমাৰ দৰে সৰু-সৰু মানুহৰ কি হ’ব। জুবিনদা আমাৰ তেজত সোমাই আছে। আমাৰ প্ৰজন্ম, আমাৰ পৰৱৰ্তী প্রজন্ম, আমাৰ ল’ৰা-ছোৱালী সকলো জুবিনদাৰ গান শুনে। তেওঁৰ গান নুশুনিলে টোপনি নাহে। মনে-প্রাণে ভালপোৱা এজন মানুহ। আমি ভগৱান বুলি ভাবো তেওঁক। কাৰণ তেওঁ সকলো দি গৈছে। তেওঁৰ গানত সকলো কথা সোমাই আছে। ধনী-দুখীয়া, জাতি-ধর্ম, হিন্দু-মুছলমানৰ ভেদাভেদ নথকা সমাজৰ কথা কোৱা, সকলোকে একত্রিত কৰা জুবিনদা যদি ভগবান নহয় তেন্তে কোন।

চাইকেলৰে আহিল বহুজন

প্রার্থনা সেই এটাই-ন্যায় প্রাপ্তিৰ ‘জুবিনদা য’তেই থাকক, ভালে কুশলে থাকক। ইমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে, আমিও বহুত কষ্ট কৰি আহিছো। এতিয়া যিমান মানুহ ইয়াত আছে তাতকৈ বহুগুণ বেছি মানুহ আহিয়ে আছে। কিমানে যে চাইকেলৰেও আহিছে।’ সমাধিৰ বাহিৰত থকা থিয় কৰি থোৱা শাৰী শাৰী চাইকেলবোৰ দেখুৱাই ক’লে ওচৰৰে মালয়বাৰীৰ ৰেখা কলিতা আৰু পানীমতি দাসে। তেওঁলোকে কয়, ‘গানেৰে আমি তেওঁক জীয়াই ৰাখিব লাগিব। এই বেদনা সদায় অটুট থাকিব। আমি খাটি খোৱা মানুহ। কেতিয়াবা তাঁত ব’ও আৰু কেতিয়াবা হাজিৰা-কামলাৰ কাম কৰি খাওঁ। আমাৰ দৰে মানুহৰ কথা তেওঁ কৈছিল জুবিনদাক আমি জীয়াই থাকোতে চিনি নাপালো। তেওঁ এই পৃথিবী এৰি গুচি যোৱাৰ পাছতহে বুজি পালো যে তেওঁ কোন আছিল। এইবোৰ কথা ভাবিলে মনত বৰ বেজাৰ হয়।’

তেওঁলোকে কয়, ‘জুবিনদাই সোনকালে ন্যায় পাব লাগে, এবছৰ হৈ গ’ল। অসমবাসীয়েও বিচাৰিছে। চৰকাৰে বা কি কৰে।’ তেওঁলোকে কয়, ‘আমি আগতে জুবিনদাৰ গানবোৰ ইমান বুজি পোৱা নাছিলো। আমাৰ শিক্ষা-দীক্ষা নাই। এতিয়া শুনি শুনি অনুভৱ কৰিছো যে তেওঁৰ গানৰ মাহাত্ম্য কি। সিবাই সিবাই সোমাই যায় জুবিনদাৰ গান। আমি হাজিবা কৰো, শ্রমজীবী মহিলা। ফুটপাথত থকা মানুহ, দুখীয়া মানুহ, বিপদত পৰা মানুহৰ বাবে তেওঁ বহু সহায় কৰিছে। ভাল মানুহ কাৰণে বোধ হয় ভগৱানে সোনকালে লৈ গ’ল।’

তেওঁলোকৰ গাঁৱলৈ গৈছিল জুবিন গাৰ্গ। সেই সময়ত কোলাৰ কেঁচুৱা থকা বাবে তেওঁ অনুষ্ঠানলৈ যাব নোৱাৰিলে, কিন্তু গাঁৱলৈ গৈছিল বাবে লগ পোৱা যেন অনুভৱ হয় বুলিও ক’লে। তেওঁলোকে কে’বাবাৰো সমাধিক্ষেত্রলৈ আহিছে। আজিও ভিৰৰ কোবত দুয়োৰে চেণ্ডেল হেৰাল। অঞ্চলটোৰ পৰা অহা পাঁচজন লোকক সমাধিক্ষেত্রলৈ অহা বাবেই স্থানীয় ই-বিক্সা চালকজনে এটকাও লোৱা নাই। মহিলা দুগৰাকীয়ে কয়, ‘তেওঁৰ নাম উৎপল কলিতা। পাঁচশ টকা তেওঁৰ বাবে বহু। কিন্তু জুবিনদাৰ নামতে আমাৰ পৰা পইচা লোৱা নাই।’

জুবিন আজিও জীয়াই আছে: জুবিন ভগৱান নেঃ তেওঁ অসমৰ সাহস

সমাধিলৈ অহা বহুজনে ক’লে যে জুবিন গাৰ্গ এই পৃথিবী এৰি যোৱা বুলি তেওঁলোকে মানি ল’ব নোৱাৰে। আচমিনা আৰু ৰেখা নামৰ দুগৰাকী মহিলাই কয়, ‘জুবিনদা নাই বুলি আমাৰ মনত ভাবে নাই, এনেকুৱা লাগে যেন তেওঁ জীয়াই আছে।’ জুবিন ঈশ্বৰ, ভগৱান বুলি বহুতে আখ্যা দিছে। ইয়াকে লৈ বিতর্ক নোহোৱাকৈ থকা নাই। আজি সমাধিলৈ অহা পাঞ্জাবাৰীৰ প্রতিভা নাথে কয়, ‘জুবিনক ভগবান বুলি ভাবিবলৈ বাধ্য। কিয়নো তেওঁক মানুহে ইমান ভাল পায় যে এটা সাংঘাতিক পজিটিভিটিৰ সৃষ্টি হয়। সেয়েহে তেওঁক ভগবান বুলি ভাবে। তেওঁৰ গান, তেওঁৰ কথা মানুহৰ হৃদয়ত সোমাই গ’ল, মনত জোঁকাৰি গৈছে। হৃদয় চুব পৰা মানেই ভগৱান। তেওঁৰ গানে আমাৰ হৃদয় চুই গৈছে। সেয়েহে আমি তেওঁক ভগবান বুলি ভাবো।’

মহিলাগৰাকীয়ে কয়, ‘তেওঁক অসমৰ সাহস বুলি ক’ব লাগিব। তেওঁ আমাৰ অভিভাবক। জুবিনদাৰ পৰাই মানুহে অন্যায়ৰ বিৰুদ্ধে, দুর্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ শিকিলে। এতিয়াও এই উৎসাহ জাগ্রত হৈ আছে। জুবিনদা আমাৰ মাজত এইদৰে জীয়াই থাকক। আমাৰ মানুহ সদায়ে সাহসী হৈ থাকক। অসমত এতিয়া যি পৰিস্থিতি হৈছে, ধ্বংসমুখী হৈছে অসম। এই কথাবোৰ মানুহে বুজি পাওক। প্রতিবাদ কৰিবলৈ ওলাই আহক। সঁচা কথাত মাত মাতক, যুক্তি প্রদর্শন কৰক।’

মৰিগাঁৱৰ দীঘলবৰীৰ পৰা অহা যুৱক মনদীপ, অনুপম, নিদাংকই ক’লে, ‘জুবিনদাক কিমান ভাল পাওঁ ভাষাবে বুজাব নোৱাৰো কিহেৰে বুজাম, কোনো শব্দ নাই। জুবিনদাৰ মই মুক্ত এই কথাষাৰ ভাল পাওঁ। গোটেই বাটটো আমি জয় জুবিনদা, জাষ্টিচ ফৰ জুবিনদা বুলি আওৰাই আহিছো। মুকলি মনৰে জীয়াবলৈ আমিও বিচাৰো। হৃদয় থকালৈকে জুবিনদা আমাৰ মাজত থাকিব।’ এই কথাখিনি কওঁতে বুকুত থপৰিয়াই বুজাই দিলে মনদীপে। তেওঁ ক’লে, ‘প্রতিটো কোণতে জুবিনদাৰ গান বাজি থাকে। এই হৃদয় বন্ধ হ’লেহে জুবিনদা…।’

জাতি-ধৰ্মৰ ভেদাভেদহীন জীৱন বিচাৰে এইসকল যুৱকে। জুবিনে কোৱাৰ দৰে সপোন দেখে। তেওঁলোকে জুবিনৰ আদর্শ জীয়াই ৰাখিব বিচাৰে। তেওঁলোকে কয়, ‘জুবিনদাৰ পৰাই প্রেম, ভালপোৱা, ভেদাভেদহীন সমাজৰ কথা শিকিছো।’

‘আমি জুবিনদাক কেৱল গায়ক বুলি কেবল নাভাবো। তেওঁ আমাৰ ৰজা। অসমীয়া পৰম্পৰা ধৰি ৰাখিছিল জুবিনদাই। অসমক ইমানেই ভাল পাইছিল যে মুম্বাইৰ পৰা উভতি আহিছিল। তেওঁৰ গানৰ পৰাই আমি প্রেম কৰিবলৈ, সাহসৰে সঁচা কথা ক’বলৈ শিকিছো। বিশেষকৈ মাক ভাল পাবলৈ শিকিছো। সেয়েহে জুবিনদাক কিয় ভাল পায় এই সংজ্ঞা কোনেও দিব নোৱাৰে। শিশুৰ পৰা আজো ককালৈ সকলোৱে তেওঁক ভাল পায়।’

এইদৰে কয় শিৱসাগৰৰ নিজাম আহমেদে। মৰিগাঁৱৰ পৰা অহা আম্বিয়া খাতুন নামৰ ৬৫ বছৰীয়া মহিলাগৰাকীয়ে কয়, ‘জুবিনক ভাল পাওঁ বাবে আহিছো। আমাৰ নিয়ম মতে প্রার্থনা কৰে। তেওঁ যাতে বেহেস্তত থাকে। আমি ন্যায় বিচাৰো জুবিনৰ।’

ৰাজেশ চৌধুৰী নামৰ ক্ষুদ্র ব্যবসায়ী আৰু পত্নী লিপিকা চৌধুৰীয়ে কয় যে সমাধিক্ষেত্ৰৰ ওচৰৰ অঞ্চলতে তেওঁলোকৰ ঘৰ আৰু এতিয়া এই কথা তেওঁলোকৰ বাবে এক সৌভাগ্য। তেওঁলোকে কয়, ‘আমি জুবিনদাব ন্যায় বিচাৰো। জয় জুবিনদা ধ্বনিবে ওৰে নিশা বিটোত হোৱা জুবিন ক্ষেত্রলৈ শুকুৰবাৰে নিশা প্রায় এক বজাত সমাধিলৈ অহা ছয়গাঁৱৰ ঝাৰপাৰাৰ আমিনা বিবি আৰু কোলাত কেঁচুৱা লৈ অহা তেওঁৰ বোৱাৰী ছানিয়াই কয়, ‘তেওঁৰ ন্যায়প্রাপ্তিৰ বাবে প্রার্থনা কৰিছো। আজি নিশা ইয়াতে থাকিম। আমাক জুবিনৰ ন্যায় লাগে। তেওঁক আমি বহুত ভাল পাওঁ। জুবিনৰ মৰমে আমাক ইয়ালৈ টানি আনিছে।’

মহিলাগৰাকীয়ে কয়, ‘মোৰ জুবিনৰ নিচিনা এটা ল’ৰা আছে। সি গোটেই বাটটো কান্দি আহিছে। মোৰ স্বামীও আহিছে।’ লখিমপুৰৰ পৰা চাৰিদিন চাইকেল চলাই অহা নাওবৈচাৰ পৰা অহা ছাইফুল ইছলাম নামৰ পাচলি ব্যবসায়ীজনে হাতত দোতৰা লৈ এটাৰ পাছত আনটো গান গাইছে। এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ আহিছে তেওঁ। বাইহাটা চাৰিআলিৰ পৰা অহা মুস্তাফা ছাইদুলে কয়, ‘মই এইফালেৰে যিমান বাৰ অহা-যোৱা কৰো সিমানবাৰেই ইয়ালৈ আহো। তেওঁ আমাৰ প্ৰাণৰ শিল্পী। তেওঁৰ মহব্বতৰ বাবে আহিছো। বিভিন্ন সভাত তেওঁব বিষয়ে আমি কওঁ। চিৰজীবন যেন তেওঁ মানুহৰ হৃদয়ত থাকে তাৰে প্রার্থনা কৰিলো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত
Assam

প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

September 20, 2026
জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’
Assam

জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

September 20, 2026
জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল
Assam

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

September 20, 2026
মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি
India

মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

September 20, 2026
জুবিনে বিচৰা অসমেই উজলিল সমাধিত
Assam

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

September 20, 2026
মৰাণৰ কচুমাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন

September 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d