Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

publisher by publisher
September 21, 2026
in News, Space
Reading Time: 1 min read
0
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
0
SHARES
2
VIEWS
ShareShareShareShare

RelatedPosts

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

NASA :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চন্দ্ৰৰ বুকুত বিশাল এক উজ্জ্বল দাগ। তাক ঘেৰি আছে ক’লা গহ্বৰে। সম্প্রতি সেই দৃশ্যই দৃষ্টিগোচৰ হৈছে নাছাৰ বিজ্ঞানীসকলৰ। ফলত তাক লৈয়েই আৰম্ভ হৈছে বিশেষ চর্চা; কিন্তু কিয় ইমান চর্চা?

ADVERTISEMENT

একাংশ বিজ্ঞানীয়ে দাবী কৰিছে যে এই ধৰণৰ সদ্যোজাত গহ্বৰ পৰ্যবেক্ষণ কৰাৰ সুযোগ তেওঁলোকৰ আগতে হোৱা নাছিল। চন্দ্ৰত গধুৰ কিবা কৰিলে কি অভিঘাত হয়, কিমান হয়, সেয়াও এইদৰে আগতে কেতিয়াও প্ৰত্যক্ষ কৰিব পৰা নাছিল গৱেষকসকলে। তেওঁলোকে মন্তব্য কৰিছে যে এই আৱিষ্কাৰক ‘শতাব্দীৰ শ্ৰেষ্ঠ’ বুলিও ক’ব পাৰি।

নাছাৰ বিজ্ঞানী ৰবাৰ্ট বাগনাৰে চন্দ্ৰৰ মানচিত্র বিশ্লেষণ কৰি চাইছিল। তেতিয়াই সেই বিশাল গহ্বৰটো তেওঁৰ দৃষ্টিগোচৰ হয়। নাছাৰ লুনাৰ ৰেকনেছাঁছ অৰবিটাৰ কেমেৰা (এলআৰঅ’চি) প্ৰযুক্তিৰ পৰা পোৱা ফটো, তথ্যক লৈ ৱাগনাৰে গৱেষণা আৰম্ভ কৰে।

সেই একেটা অংশৰ আগৰ আৰু পাছৰ ফটো মিলাই চাই তেওঁ। তাতেই দেখে যে চন্দ্ৰৰ সেই অংশত সম্প্রতি এটা গহ্বৰৰ সৃষ্টি হৈছে। বাগনাৰৰ সেই গৱেষণা ‘ছায়েন্স এডভান্সেছ’ পত্রিকাত প্রকাশ পাইছে।

ইপিনে, চন্দ্রক লৈ গৱেষণা কৰা টন মেকগেটচিনৰ মতে, ২০২৪ৰ ১১ এপ্ৰিলৰ পৰা ২২ মে’ৰ ভিতৰত চন্দ্ৰৰ পূব দিশে এই গহ্বৰ সৃষ্টি হৈছে। বিজ্ঞানীজনৰ নামানুসাৰেই এই গহ্বৰৰ নামকৰণ হৈছে ‘মেকগেটচিন’।

কিদৰে সৃষ্টি হ’ল এই গহ্বৰ?
একাংশ বিজ্ঞানীয়ে জনাইছে যে চন্দ্ৰৰ বুকুত একটা ধুমকেতু বা গ্রহাণু আছাৰ খাই পৰিছিল। তিনি মহলাৰ পৰা ছয় মহলা ঘৰৰ সমান আছিল সেই ধুমকেতু বা গ্রহাণু। তাৰ আঘাততে চন্দ্ৰৰ বুকুত সেই বিশাল গাঁতৰ সৃষ্টি হয়, যি প্রায় ৭২৮ ফুট বহল।

সমান্তৰালকৈ দুখন ফুটবল খেলপথাৰ সেই গাঁতত সোমাই যাব পাৰে। বিজ্ঞানীসকলে জনাইছে যে চন্দ্ৰৰ বুকুত সদায় ইমান ডাঙৰ গাঁতৰ সৃষ্টি নহয়। কোনো বস্তু আছাৰ খাই পৰাৰ ফলত ইমান প্ৰৱল অভিঘাতো সৃষ্টি নহয়। এশ বছৰত হয়তো এবাৰ চন্দ্ৰত এই ঘটনা ঘটে।

চন্দ্রত কোনো বায়ুমণ্ডল নথকাত ধুমকেতু বা উল্কাই গতি নেহেৰুৱাই পোনপটীয়াকৈ আঘাত হানে। তাৰ ফলত তাত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হয়। প্ৰৱল সংঘৰ্ষৰ ফলত চন্দ্ৰৰ মাটিৰ তলৰ অংশ ওপৰৰ ফালে গুচি আহে। বিজ্ঞানীসকলে এই প্রক্রিয়াক ‘লুনাৰ গাৰ্ডনিং’ বুলি কয়।

বিগত ১৭ বছৰ ধৰি নাছাৰ লুনাৰ ৰেকনেছাঁছ অৰবিটাৰে চন্দ্ৰক প্ৰপ্রদক্ষিণ কৰি আছে। ইয়াৰ মাধ্যমেৰে নাছাই চন্দ্ৰৰ তাপমাত্রা, বতৰ, পৰিৱেশ, ভূপৃষ্ঠক নিৰীক্ষণ কৰি আছে। তাত বিকিৰণ হয় নে নহয়, সেয়াও বিশ্লেষণ কৰি চাইছে। সেয়া কৰোতেই নাছাৰ বিজ্ঞানীসকলে দেখিছে যে বিগত ১৭ বছৰ ধৰি চন্দ্ৰৰ বুকুত গ্রহাণু, ধুমকেতু আছাৰ খাই পৰাৰ ফলত পৃষ্ঠত প্রায় এক লক্ষ বাৰ বিভিন্ন পৰিৱৰ্তন দেখা গৈছে।

সম্প্রতি বিজ্ঞানীসকলে প্রত্যক্ষ কৰিলে সদ্যগঠিত এক গহ্বৰ। সেই গহ্বৰ কিদৰে সৃষ্টি হ’ল, তাৰ ফলত চন্দ্ৰত কি প্ৰভাৱ পৰিলে, সেয়াও বহুখিনি বুজিব পাৰিছে বিজ্ঞানীসকলে। বিজ্ঞানীসকলৰ মতে, ইয়াৰ ফলত ভৱিষ্যতে চন্দ্ৰত গৱেষণা কেন্দ্র বা লেণ্ডাৰ প্ৰেৰণৰ ক্ষেত্ৰত্রত কি কি অসুবিধা হ’ব পাৰে, সেয়াও বুজা গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি
Assam

তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

September 21, 2026
নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!
India

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

September 21, 2026
নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা
International

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

September 21, 2026
ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

September 20, 2026
পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d