Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

    কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

publisher by publisher
September 28, 2026
in Assam, News
Reading Time: 1 min read
0
কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

MPLADS : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ ৰাজনীতি এতিয়া তুংগত। শাসক-বিৰোধী সকলোৱে এই নির্বাচনত জয়লাভৰ অংকৰে নিজৰ নিজৰ ৰণকৌশল অনুসৰি সমষ্টিটোত জপিয়াই পৰিছে।

ADVERTISEMENT

সমষ্টিবাসীক উন্নয়নৰ সপোন দেখুৱাই ভোট যুদ্ধত জয়লাভেই এতিয়া সকলোৰে লক্ষ্য। এই সময়তে প্রশ্ন উত্থাপন হৈছে যে অসমৰ সাংসদে সমষ্টিৰ ৰাইজৰ উন্নয়নৰ বাবে কিমান কৰিব পাৰিছে?

চলিত অষ্টাদশ লোকসভাৰ কাৰ্যকালৰ অর্ধেক দিন উকলিল। আগতীয়াকৈ হ’লেও প্রায় সকলো দলেই ২০২৯ৰ নিৰ্বাচনৰ বাবে প্রস্তুতি আৰম্ভ কৰিয়েই দিছে; কিন্তু সামগ্রিকভাবে অসমৰ লোকসভাৰ সাংসদসকলে এতিয়ালৈকে নিজৰ সাংসদ পুঁজিৰ ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই।

যদিও এজন সাংসদ নিজৰ সাংসদ উন্নয়ন পুঁজিৰ ধন ব্যয়ৰ লগত প্রত্যক্ষভাৱে সম্পর্কিত নহয়, তথাপি পর্যবেক্ষণৰ ক্ষেত্ৰত দায়বদ্ধ। নগাঁৱৰ প্রাক্তন সাংসদজনকো হিচাপত ধৰিলে অসমৰ লোকসভাৰ ১৪ জন সাংসদে যোৱা আগষ্টলৈ নিজৰ উন্নয়ন পুঁজিৰে এতিয়ালৈকে ১৫ শতাংশও কাম কৰিবলৈ সক্ষম হোৱা নাই। আনকি দুর্ভাগ্যজনকভাবে এনে সাংসদো আছে যিয়ে সাংসদ উন্নয়ন পুঁজিৰে এটা প্ৰকল্পৰ কামো সম্পূৰ্ণ কৰিব পৰা নাই।

উল্লেখ্য যে সাংসদসকলে প্রতি বছৰে সাংসদ উন্নয়ন পুঁজি শিতানত পাঁচ কোটিকৈ টকা লাভ কৰে। এই পুঁজিৰে নিজৰ সংসদীয় সমষ্টিত মূলতঃ আন্তঃগাঁথনি নির্মাণ সম্পৰ্কীয় কাম কৰে। তাৰ বাবে এখন নির্মাণ সমিতি থাকে। সাংসদজনে কামৰ অনুমোদন দিয়াৰ পাছত চৰকাৰৰ নিৰ্দিষ্ট বিভাগৰ পৰা অনুমোদন লাভ কৰিলে নিৰ্মাণ সমিতিৰ তত্ত্বাৱধানত সেই কাম সম্পন্ন কৰা হয়। চলিত লোকসভাৰ অসমৰ সাংসদসকলে অনুমোদন দিয়া মুঠ প্রস্তাৱৰ সংখ্যা হ’ল ২,২৬৭টা।

ইয়াৰে চৰকাৰীভাবে অনুমোদনপ্রাপ্ত প্ৰকল্পৰ সংখ্যা ১,৫৮৪টা। এই প্রকল্পবোৰৰ ভিতৰত এতিয়ালৈকে সম্পূর্ণ হোৱা কামৰ সংখ্যা মাত্র ২০৫টা। ইয়াৰ ভিতৰতো দুর্ভাগ্যজনকভাবে তিনিজন সাংসদ ক্রমে শিলচৰৰ পৰিমল শুক্লবৈদ্য, কাজিৰঙাৰ কামাখ্যা প্রসাদ তাছা আৰু কৰিমগঞ্জৰ কৃপানাথ মাল্লাৰ সাংসদ উন্নয়ন পুঁজিৰ অধীনত এটা প্রকল্পও আজিলৈকে সম্পূর্ণ হৈ নুঠিল।

শুক্লবৈদ্যই অনুমোদন লাভ কৰা কামৰ সংখ্যা ৫৪টা, তাছাৰ অনুমোদিত প্রকল্প ৫৪টা আৰু মাল্লাৰ ৪৩টা। নগাঁৱকো ধৰিলে বাকী ১১ সাংসদৰ ভিতৰত অনুমোদিত প্ৰকল্পৰ সংখ্যাৰ বিপৰীতে সৰ্বাধিক কাম সম্পূর্ণ কৰিবলৈ সক্ষম হোৱা সাংসদজন হ’ল ডিফুৰ অমৰছিং টিছো। সাংসদজনৰ ৮৬ অনুমোদিত প্ৰকল্পৰ ৪১টা সম্পূৰ্ণ হৈছে।

শাসকীয় বিজেপিৰ আন সাংসদসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্রী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ ৬০টা কামৰ তিনিটা সম্পূৰ্ণ হৈছে। দৰং-ওদালগুৰিৰ দিলীপ শইকীয়াৰ ১৫৫টা কামৰ পাঁচটা সম্পূর্ণ হৈছে। গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ ৯৭টা কামৰ পাঁচটাহে সম্পূর্ণ হৈছে।

তেজপুৰৰ সাংসদ ৰঞ্জিৎ দত্তৰ অনুমোদন লাভ কৰা কামৰ সংখ্যা ১৯২টা আৰু ইয়াৰে ২২টা কাম আগষ্টলৈ সম্পূর্ণ হৈছে। একেদৰে লখিমপুৰৰ প্ৰদান বৰুৱাৰ ১১৫টা কামৰ ৩৩টা সম্পূৰ্ণ হৈছে।

কংগ্ৰেছৰ গৌৰৱ গগৈৰ অনুমোদন প্রাপ্ত কামৰ সংখ্যা ৩৩৯টা আৰু ইয়াৰে ৩৫টা সম্পূৰ্ণ হৈছে। ধুবুৰীৰ ৰকিবুল হুছেইনৰ অনুমোদন লাভ কৰা কামৰ সংখ্যা হ’ল ১৩১টা আৰু সম্পূর্ণ হৈছে ২৫ টা। বিজেপিৰ বিধায়ক প্রদ্যুৎ বৰদলৈ নগাঁৱৰ কংগ্ৰেছৰ সাংসদ হৈ থকালৈকে অনুমোদন লাভ কৰা কামৰ সংখ্যা আছিল ১৭৫টা আৰু এইবোৰৰ ১৩ টা কাম সম্পূৰ্ণ হৈছে।

বৰপেটাৰ সাংসদ অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীয়ে অনুমোদন লাভ কৰা কামৰ সংখ্যা ৬৮টা আৰু ইয়াৰে সম্পূৰ্ণ হৈছে তিনিটা। ইউপিপিএলৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে অনুমোদন লাভ কৰা কামৰ সংখ্যা হ’ল ৭৪টা আৰু ইয়াৰে ২০টা কাম সম্পূর্ণ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #MPLADS #AssamMPs #Parliament #DevelopmentFunds #AssamDevelopment #LokSabha #MPsDevelopmentFund #AssamPolitics #DevelopmentProjects #DainikAgradoot
publisher

publisher

Related Posts

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস
Assam

শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

September 28, 2026
চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী
Assam

চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

September 28, 2026
বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী
Assam

বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d