Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

    শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

    বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

    কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

    কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

publisher by publisher
September 28, 2026
in Assam, News
Reading Time: 1 min read
0
চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

CockroachJantaParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দিনজুৰি চলা উত্তপ্ত পৰিস্থিতি আৰু ব্যাপক প্রতিবাদৰ পাছত অৱশেষত নিশা ১০ বজাত ককৰ’চ জনতা পার্টি (চিজেপি)ৰ সহআহ্বায়ক আশুতোষ বাংকাসহ অন্যান্য নেতা-কর্মীক দশম আৰক্ষী বেটেলিয়নত আবদ্ধ কৰি ৰখা অৱস্থাৰ পৰা আৰক্ষীয়ে মুক্তি দিয়ে। আজি পুৱা চিজেপিৰ ৰাংকাকে ধৰি চাৰিজন কেন্দ্ৰীয় নেতাসহ মুঠ ৪৭ জনক আৰক্ষীয়ে চিজেপিৰ এক স্বেচ্ছাসেৱক সম্মিলন (মিট-আপ) কার্যসূচীত অংশগ্রহণৰ পূর্বে আটক কৰে। ইপিনে, কালি পুৱা প্রায় ন বজাত এইসকলক আৰক্ষীয়ে আটক কৰে আৰু দশম আৰক্ষী বেটেলিয়নত নিশা ১০ বজালৈ আবদ্ধ কৰি থয়।

ADVERTISEMENT

ইপিনে, পুৱা আটক কৰা ছগৰাকী যুৱতীক স্বাস্থ্য পৰীক্ষাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা আৰক্ষীয়ে যাবলৈ দিয়া হয়। এই যুৱতীসকলে অৰুণাচল প্রদেশ আৰু নগালেণ্ডৰ পৰা চিজেপিৰ মিট-আপলৈ অহা বুলি জানিবলৈ দিছে। অসমত চিজেপিৰ কৰ্মকর্তাসকলে অভিযোগ কৰে যে মিট-আপলৈ অহা নেতা-কর্মী আৰু স্বেচ্ছাসেবীসকলক কোনো কাৰণ নদর্শোৱাকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ ভিতৰত চাৰিজন কেন্দ্রীয় নেতা আছে।

তেওঁলোকে কয় যে এই আটক সম্পূর্ণৰূপে অবৈধ আৰু ইয়াকে লৈ উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়। চিজেপিৰ অভিযোগ অনুসৰি পুৱা প্রায় ন বজাত অজাপৰ নেত্রী কুংকি চৌধুৰীৰ দিছপুৰস্থিত বাসগৃহৰ সম্মুখত পার্কিঙতে বেনাৰ হাতত লৈ অহা অৱস্থাত আৰক্ষীয়ে নেতা-কর্মীসকলক গ্রেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে। বৈঠকৰ বাবে বেনাৰ লৈ সভাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁলোকক আটক কৰে বুলি কয়।

দশম আৰক্ষীৰ বেটেলিয়নৰ বাহিৰত ভিতৰত বন্দী হৈ থকাসকল মুক্তিৰ বাবে অপেক্ষা কৰি থকা চিজেপি কর্মী চন্দন বড়োরে কয় যে কালি পুৱা প্রায় ন বজাত আৰক্ষীয়ে স্বেচ্ছাসেৱক সম্মিলনৰ বাবে উপস্থিত হোৱা সকলক গ্ৰেপ্তাৰ কৰে। অজাপ নেত্রী কুংকি চৌধুৰীৰ বাসগৃহলৈ যোৱাৰ পথত ষ্টেট বেংক অব ইণ্ডিয়াৰ সমীপৰ পাৰ্কিঙত সভাৰ বাবে হাতত পতাকা লৈ যোৱা অৱস্থাত অসমৰ আহ্বায়ক চাহিলসহ কে’বাজনকো গ্ৰেপ্তাৰ কৰে। বাটতে এইদৰে বৈঠকলৈ যোৱা সকলক আবদ্ধ কৰাত আশুতোষ ৰাংকাই পৰিস্থিতি চাবলৈ অহাত তেওঁকো গ্ৰেপ্তাৰ কৰে।

অসম আৰক্ষী বেটেলিয়নৰ গেটৰ বাহিৰত চিজেপি নেতা-কর্মীৰ উপৰি অজাপ, আম আদমী পার্টি, এছএফআইকে ধৰি কে’বাটাও ৰাজনৈতিক-অৰাজনৈতিক দলৰ যুৱ নেতা-কর্মীয়ে অপেক্ষা কৰি থাকে। চিজেপিৰ কৰ্মীয়ে জনোৱা মতে অসমলৈ অহা চিজেপিৰ কেন্দ্রীয় নেতা ৰাংকাৰ উপৰি আন অসমৰ কৰ্মীসলৰক ভিতৰত আছে খৰ্গেশ্বৰ মিল, অসমত চিজেপিৰ মুখ্য আহ্বায়ক চাহিল উদ্দিন শাহ, হিতেশ বৰুৱা, মিন্টু দাস আৰু টমি বৰুৱা। আনহাতে বৈঠকলৈ অহা নগালেণ্ড তথা অৰুণাচলৰ কমেও তিনিগৰাকী মহিলা কর্মী গ্রেপ্তাৰ কৰে।

চিজেপিয়ে কয় যে অসমত চিজেপিৰ বৈঠক অনুষ্ঠিত কৰিবলৈ নিদিয়ে প্রশাসনে। সেয়েহে বৈঠক অনুষ্ঠিত কৰিবলৈ যোৱা পছতে নেতা-কর্মীক আটক কৰা বুলি ‘দৈনিক অগ্রদূত’ক কয় দশম বেটেলিয়নৰ বাহিৰত অপেক্ষা কৰি থকা যুৱক-যুৱতীসকলে। এনে এজন কর্মীয়ে কয়, ‘চৰকাৰে আমাক ভয় কৰিছে। আমি কেবল এখন স্বেচ্ছাসেৱী বৈঠকৰ আয়োজন কৰিছিলো। হিমন্ত বিশ্ব শর্মাই যি মন যায় তাকে কৰিছে। স্বেচ্ছাসেৱক বৈঠকৰ বাবে বেনাৰ লৈ সভাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে কিয় আটক কৰা হ’ল সেই কথাও আমাক কোৱা নাই। তদুপৰি এই পর্যন্ত আৰক্ষীয়ে কোনো আনুষ্ঠানিক বিবৃতি প্রকাশ কৰা নাই।’

ইপিনে, আৰক্ষীয়ে কয় যে অসম সচিবালয় থকা স্পর্শকাতৰ স্থলীত অপ্রত্যাশিতভাবে এনে সমাৱেশ আৰু বৈঠকৰ আয়োজনৰ বাবেই আটক কৰা হৈছে। ইয়াক আৰক্ষীৰ অজুহাত বুলি কয় চিজেপিৰ নেতা-কর্মীয়ে। তেওঁলোকে কয় যে বৈঠক অনুষ্ঠিত হ’বলগীয়া অঞ্চলটোত অঞ্চলজুৰি ব্যাপক নিৰাপত্তাৰক্ষী নিয়োগ কৰে আৰু বেৰিকেড স্থাপন কৰে। মহানগৰীৰ দিছপুৰ অঞ্চলৰ সচিবালয়ৰ সম্মুখৰ স্থানৰ লগতে গণেশগুৰি, গণেশ মন্দিৰ আদি অঞ্চলত আজি পুৱাৰে পৰা বৃহৎ পৰিমাণর আৰক্ষী নিয়োগ কৰা হৈছে।

বেৰিকেড বান্ধি চিজেপিৰ কৰ্মীক বৈঠকলৈ যোৱাত বাধা প্রদান কৰে আৰক্ষীয়ে। কুংকি চৌধুৰীৰ ঘৰলৈ যোৱা পথত আৰক্ষীয়ে চিজেপিৰ বৈঠকলৈ যোৱাৰ পথতে আবদ্ধ কৰে বুলি দৈনিক অগ্রদূতক চিজেপিৰ কৰ্মীয়ে কয়। পুৱা প্রায় ন বজাৰ পৰা আৰক্ষীয়ে বাছত উঠাই দশম আৰক্ষী বেটেলিয়নলৈ লৈ যায়। কমেও ৪০ জনক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে আজি পুৱাৰে পৰা সভাস্থলীলৈ যোৱাৰ পথ বন্ধ কৰি দিয়ে। উল্লেখ্য যে ৰাইজৰ দলৰ অখিল গগৈয়ে পুৱাৰ ভাগত চিজেপিৰ নেতৃত্বক সাক্ষাৎ কৰে।

জয় আই অসম ধ্বনি দিলে ৰাংকাই: হিমন্ত বিশ্ব শর্মাই ভয় খাইছে

বাছত উঠোৱাৰ পাছত ৰাংকাই জয় আই অসম আৰু ইনকিলাব ধ্বনি দিয়ে। তেওঁ কয়, ‘হিমন্ত বিশ্ব শর্মাই ভয় খাইছে। আমি যদি অসমৰ বিদ্যালয়ৰ বাস্তৱ ছবি দেখুৱাই দিও তেনেহ’লে দেশে গম পাব যে ইয়াৰ বিদ্যালয়ৰ অৱস্থাৰ কেনেকুৱা? হিমন্ত বিশ্ব শর্মাই ভয় খাইছে যে কিদৰে কাজিৰঙাত আমাৰ মানুহৰ অধিকাৰ কাঢ়ি লোৱা হৈছে, কিদৰে পানী, জংঘল আৰু মাটি কাঢ়ি লৈ পুঁজিপতিক দিয়া হৈছে।’

তেওঁ কয়, ‘হিমন্ত বিশ্ব শর্মাই ভয় খাইছে যে কিদৰে মানবসৃষ্ট বানে শ শ লোকৰ প্রাণ কাঢ়িলে। কিন্তু আমি হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰো। আমি জানো বিধানসভা নির্বাচনত আপুনি কিদৰে অসমৰ সমষ্টিসমূহৰ সীমা নির্ধাৰণ কৰিছে। এখন গাঁৱৰ মানুহে তিনিটা পৃথক সমষ্টিত ভোট দিছে। কেৱল এইকাৰণেই যাতে নির্বাচনত আপুনি জয়ী হ’ব পাৰে। কিন্তু আমি ভয় খোৱা মানুহ নহয়।’

সমান্তৰালভাৱে ৰাংকাই জৰুৰীকালীন বুলি উল্লেখ কৰি সামাজিক মাধ্যমত এটা প’ষ্টত কয়, ‘আমাৰ মিট-আপ স্থলীলৈ যোৱাৰ সমস্ত পথত দুয়োফালৰ পৰা বেৰিকেড বান্ধি দিয়া হৈছে। অসম আৰক্ষীয়ে কন্দুৱা গেছ লৈ সাজু হৈ আছে। আমাৰ স্বেচ্ছাসেৱকসকলক আটক কৰা হৈছে। কাৰো মিট-আপ স্থলীলৈ যাবলৈ দিয়া হোৱা নাই।’ ইয়াৰ পাছতে ৰাংকাকো আটক কৰে।

তদুপৰি তেওঁ এটা প’ষ্টত লিখে যেতিয়াই হিমন্তই ভয় খায় তেতিয়া আৰক্ষীক আগুৱাই দিয়ে। ইপিনে, নিশা মুকলি হোৱাৰ পাছত ৰাংকাই লিখে, ‘অৱশেষত অসম আৰক্ষীৰ অবৈধ আটকৰ অন্ত পৰিল। আমি আৰক্ষীক আমাক য’ৰ পৰা অবৈধভাবে উঠাই আনিছিল তালৈকে আমাক নি থৈ আহিবলৈ আৰক্ষীক কৈছো। মই অসম সচিবালয়ৰ সন্মুখৰ চৌধুৰী টিলাত সংবাদ মাধ্যমক সকলো কথা জনাম। জয় আই অসম।’

দশম আৰক্ষী বেটেলিয়নতে অনশনত বহিল আবদ্ধ চিজেপি

ইপিনে, আটকাধীন চিজেপি নেতা-কর্মীয়ে মোকলাই নিদিয়া পর্যন্ত দশম আৰক্ষী বেটেলিয়নতে অনির্দিষ্টকালীন অনশনত বহে। মোকলাই নিদিয়া পর্যন্ত অনশন অব্যাহত ৰাখিব বুলি তেওঁলোকে সদৰী কৰে। অসমৰ চিজেপিৰ আহ্বায়ক চাহিলে বাছত উঠা পূর্বে কয় যে তেওঁলোকক শান্তিপূর্ণভাবে স্বেচ্ছাসেবক বৈঠক অনুষ্ঠিত কৰিবলৈ বাধা কৰিলে আৰু তেওঁলোকক ইচ্ছাৰ বিৰুদ্ধে আটক কৰিলে। বাংকায়ো অভিযোগ কৰে যে এটা ব্যক্তিগত সম্পত্তিত শান্তিপূর্ণভাবে এই সমাবেশৰ আয়োজন কৰা হৈছিল।

সম্পূর্ণ শান্তিপূর্ণভাবে থকা অবস্থাতো চিজেপিৰ সদস্যসকলক অবৈধভাৱে আটক কৰা বুলি অভিযোগ কৰে। নিশা পর্যন্ত মোকলাই নিদিয়াত বাহিৰত অপেক্ষা কৰি থকাসকলৰ ভিৰ সামান্য বাঢ়ে আৰু একাংশই দশম আৰক্ষীৰ বেটেলিয়নৰ বাহিৰৰ পথতে বহি প্রতিবাদ জনায়।

দিপকেৰ হুংকাৰ

ইপিনে, চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেই তেওঁৰ সতীৰ্থ ৰাংকাকে ধৰি চিজেপিৰ কৰ্মীসকলক আটক কৰাত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে পুৱাৰে পৰা ৰাংকাক আবদ্ধ কৰি ৰখাৰ পাছতো নিশা পর্যন্ত এৰি দিয়া নাই অসম আৰক্ষীয়ে। তেওঁ নিশা এটা প’ষ্টত কয়, ‘আপোনালোক অবগত যে মোৰ সতীর্থ আশুতোষক পুৱাৰে পৰা অসম আৰক্ষীয়ে আবদ্ধ কৰিছে আৰু এতিয়ালৈ এৰি দিয়া নাই। সেয়েহে মই কাইলৈ পুৱা অসমলৈ যাম। মোক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মই আপোনালোকক অনুৰোধ জনাও যে আমাৰ বাবে আপোনালোক অসমলৈ নাহিব। দুই অক্টোবৰৰ আমাৰ কাৰ্যসূচীৰ বাবে মুম্বাইলৈ যাব। তাত আমি শান্তিপূর্ণভাবে জেল ভৰো আন্দোলন কৰিম। ই এক গুরুত্বপূর্ণ আন্দোলন। মুম্বাইৰ প্রতিবাদ আমাৰ গণতন্ত্ৰৰ বাবে, আপোনালোকৰ গণতন্ত্ৰৰ বাবে।’

উল্লেখ্য যে মহানগৰীত চিজেপিৰ অসম প্রদেশ শাখাই এখন বিশেষ স্বেচ্ছাসেৱক সম্মিলনৰ আহ্বান জনাইছিল। আৰক্ষীৰ মতে প্ৰশাসনৰ অনুমতি অবিহনে এই সম্মিলনৰ আয়োজন কৰা হয়। সম্মিলনক কেন্দ্ৰ কৰি দিছপুৰ আৰক্ষীয়ে বৃহৎ অভিযান চলায়। সভা অনুষ্ঠিত হোৱাৰ পূৰ্বেই আৰক্ষীয়ে বাধা প্রদান কৰে। পুৱা ১০ বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভহোৱাৰ কথা আছিল যদিও প্রতিবাদকাৰীসকলে দিছপুৰৰ নির্দিষ্ট অঞ্চলত প্ৰৱেশৰ পূৰ্বেই বেৰিকেড দি তেওঁলোকক পথতে ভেটা দিয়া বুলি অভিযোগ উঠিছে। বাটৰ পৰাই শিক্ষক-শিক্ষয়িত্রী তথা যুৱক-যুৱতীসকলক আটক কৰি বাহনত উঠাই লৈ যায়।

আটকাধীনসকলৰ ওপৰত চিজেপিৰ কেন্দ্রীয় নেতা অংকিত ভৰদ্বাজ আৰু প্রেম আকাশ থকা বুলি স্থানীয় স্বেচ্ছাসেৱকসকলে দাবী কৰে। তেওঁলোকে দাবী কৰে যে বৈঠক সম্পূর্ণ শান্তিপূর্ণ আছিল। অসমৰ স্বেচ্ছাসেৱকসকলে একত্ৰিত কৰাটো তেওঁলোকৰ একমাত্র উদ্দেশ্য আছিল। প্রশাসনে গণতান্ত্রিক অধিকাৰ খৰ্ব কৰি কৰ্মীসকলক বৈঠকস্থলীত সমবেত হোৱাত বাধা প্রদান কৰা বুলি স্বেচ্ছাসেৱকসকলে কয়। অসম সচিবালয় থকা সংবেদনশীল অঞ্চলত অপ্রত্যাশিত সমাবেশৰ বাবে প্রয়োজনীয় অনুজ্ঞাপত্র নাছিল বুলি আৰক্ষীয়ে দর্শোৱাৰ কাৰণ অজুহাত বুলি তেওঁলোকে কয়। তেওঁলোকে জনোৱা মতে আটকাধীনসকলৰ ভিতৰত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষার্থীও আছে।

অতি দুখৰ কথা: শিল্পী অর্ঘদীপ

সম্মিলনৰ অংশগ্ৰহণৰ বাবে দিছপুৰলৈ অহা ৰাজ্যৰ অভিনেতা তথা চিজেপিৰ সমৰ্থক অর্ঘদীপ বৰৱাই মুখ্যমন্ত্রী শৰ্মাক সমালোচনা কৰি কয়, ‘অতি দুখৰ কথা। আপুিনি এনেকুৱা আন্দোলনক যদি ভয় খাইছে তেনেহ’লে আপোনাৰ মানসিকতাই প্ৰমাণ কৰি দিছে যে আপুনি নিজেই ভয়ত ভুগি আছে। সেয়েহে যিসকলে মুক্ত চিন্তাক বিশ্বাস কৰে তেওঁলোকক বিশ্বাস কৰিবলৈ আহ্বান জনাইছো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #CJP #CockroachJantaParty #AssamPolitics #AssamPolice #Guwahati #AshutoshRankha #PoliticalProtest #CivilRights #Democracy #FreedomOfExpression #AssamNews #GuwahatiNews #DainikAgradoot
publisher

publisher

Related Posts

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস
Assam

শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

September 28, 2026
বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী
Assam

বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

September 28, 2026
কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ
Assam

কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d