ADVERTISEMENT

Tag: CM Assam

শালবাৰীত কোচৰাজবংশীৰ প্ৰতাৰণা দিৱস পালন, ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদ

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত বাগসাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত আজি প্ৰতাৰণা দিৱস ...

Read more

গুইজানৰ ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে বুৰাইছে বিভিন্ন অঞ্চল

বিগত কিছুদিনৰ পৰা হৈ থকা প্ৰবল বৰষুণৰ ফলত ডিব্ৰু নৈৰ জলপৃষ্ঠ সুৰা-সুৰে বাঢ়িব ধৰিছে আৰু নিশাৰ ভাগতে বুৰাই পেলাই বহু ...

Read more

ভ্ৰাম্যমাণ থিয়েটাৰৰ কন্ঠ শিল্পী বিনোদ ডেকাৰ জীৱন সংগ্ৰাম

এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শকৰ মাজত এটি চিনাকী নাম বিনোদ ডেকা । নেপথ্যৰ পৰা সংগীত পৰিবেশন কৰি প্ৰেক্ষাগৃহ গিজগিজাই থকা দৰ্শকক ...

Read more

কলগাছিয়াৰ বামুনটাৰীত আন্তঃজিলা যাতায়তক কেন্দ্ৰ কৰি ড্ৰাইভাৰ, হেণ্ডিমেন, সহায়কৰ মাজত উত্তেজনা

কলগাছিয়াৰ বামুনটাৰীত আন্তঃজিলা যাতায়তক কেন্দ্ৰ কৰি বাছ চালকসকলৰ মাজত তীব্ৰ উত্তেজনাই দেখা দিছে । আন্তঃজিলা যাতায়ত একাংশ বাছ বন্ধ ৰাখিছে ...

Read more

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিছে আঠমহীয়া কেচুৱা আৰিয়ান হুছেইন

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক'ভিড পজিটিভ হৈ আঠমহীয়া কেঁচুৱা আৰিয়ান হুছেইনে মৃত্যুৰ সৈতে যুঁজ দি আছে । কলগাছিয়াৰ আদিতপুৰ গাঁৱৰ ...

Read more

জনীয়াত বেঁকী নৈৰ খহনীয়াৰ ৰুদ্ৰমূৰ্তি, নৈত জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি, ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান

জনীয়া সমষ্টিৰ শওঁপুৰ, সুতিৰপাথাৰ আৰু আমগুৰি গাঁৱত বেঁকী নৈৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে । ...

Read more

প্ৰতিষেধক প্ৰদান নকৰাকৈ ভেকচিনৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱসায়ত নামিছে গোসাঁইগাঁৱৰ একাংশ দালালৰূপী কৰ্মী

কৰ'না মহামাৰী প্ৰতিৰোধ কৰাৰ নামত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ সক্ৰিয় ভূমিকাক ভেঙুচালি কৰি বিনামূলীয়া ভেকচিন প্ৰদান কেন্দ্ৰক ব্যৱসায়ত পৰিণত কৰা ...

Read more

মনত অদম্য সাহস আৰু হেঁপাহ থকাৰ স্বত্তেও থমকি ৰৈছে আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ প্ৰতিমা দহোতীয়া

তিনিচুকীয়া জিলাৰ মাকুম ৰাইডাং গাঁ‌ৱৰ জীয়ৰী প্ৰতিমা দহোতীয়াই এসময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যথেষ্ট সুনাম কঢ়িয়াই আনিবলৈ সক্ষম ...

Read more
Page 4 of 5 1 3 4 5