ADVERTISEMENT

Tag: Priyanka Chopra

বাফটাৰ মঞ্চত পৰিৱেশনকাৰীৰ দায়িত্ব লাভ কৰিলে প্ৰিয়ংকা চোপ্ৰাই

বাফটাৰ মঞ্চত পৰিৱেশনকাৰী হিচাপে আমন্ত্ৰণ পালে প্ৰিয়ংকা চোপ্ৰাই । ৭৪তম ব্ৰিটিছ একাডেমী ফিল্ম অৱৰ্ডছৰ ভাৰ্চুৱেল মঞ্চত অন্যতম পৰিৱেশনকাৰী হিচাপে উপস্থিত ...

Read more

প্ৰকাশিত কৰা হ’ল অস্কাৰৰ বাবে মনোনীত ব্যক্তিৰ তালিকা

অস্কাৰৰ বাবে মনোনীত ব্যক্তিৰ তালিকা Oscars.com বিশ্বব্যাপী শাখাৰ জৰিয়তে ঘোষণা কৰিলে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ।অহা ২৫ এপ্ৰিলত অস্কাৰ ...

Read more

লণ্ডনত স্বামী নিক জ’নাছ আৰু শহুৰ-শাহুৰ স’তে সময় কটাইছে বলিউডৰ অভিনেত্ৰী প্রিয়ংকা চোপ্ৰাই

লণ্ডনত ছুটি কটাইছে বলিউডৰ অভিনেত্ৰী প্রিয়ংকা চোপ্ৰাই।স্বামী নিক জ'নাছ,শহুৰ-শাহুৰ স'তে লণ্ডনৰ পিগি চপছত ছুটি কটোৱা দেখা গ'ল অভিনেত্ৰীগৰাকীক। প্ৰিয়ংকা চোপ্ৰাই ...

Read more

বিদেশত নিজৰ ৰেষ্টুৰেণ্ট মুকলি কৰিলে বলিউডৰ জনপ্রিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই

আমেৰিকাৰ গায়ক নিক জ'নাছৰ স'তে বিয়া হোৱাৰ পাছত বেয়াই ভাগ সময়ে আমেৰিকাত থাকে বলিউড জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা ।সম্প্ৰতি মেট্ৰিক্স ...

Read more

মিছ ৱৰ্ল্ডৰ সময়ত বেকষ্টেজত দুৰ্ঘটনা সন্মুখীন হৈছিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

২০০০ বৰ্ষত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ মূৰত জিলিকিছিল মিছ ৱৰ্ল্ডৰ মুকুট ।সেই সময়ত এটাৰ পিছত এটা সফলতাৰ শৃংখলাত উঠিছিল অভিনেত্ৰীগৰাকী । ...

Read more

প্ৰিয়ংকাৰ আত্মজীৱনী ‘আনফিনিছ’ত প্ৰকাশ পালে বিবাহৰ আঁৰৰ ৰহস্য

২০১৮ চনৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল প্ৰিয়ংকা আৰু নিক জোনাছ ।প্ৰিয়ংকা ইমান সোনকালে বিয়া কৰাৰ পৰিকল্পনা কৰা নাছিল। দুয়োজনে ...

Read more

নিকৰ আত্মবিশ্বাস দেখি নিকৰ প্ৰতি আকৰ্ষিত হৈছিল প্ৰিয়ংকা চোপ্ৰা

অভিনেত্ৰী গৰাকীৰ সাফল্য দেখি পিতৃ অশোক চোপ্ৰা যি দৰে সুখী হ'ল হয় ঠিক তেনেদৰেই সুখী স্বামী নিক ।এই সাদৃশ্য দেখি ...

Read more

প্ৰিয়ংকাৰ অনুৰাগিসকলৰ বাবে উপহাৰ আনফিনিছদ

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ আত্মজীৱনীত তেওঁৰ জীৱনৰ বিষয়ে বহুতো অজ্ঞাত তথ্য তুলি ধৰিছে । ২০১৬ চনত নিউয়ৰ্কলৈ গৈছিল প্ৰিয়ংকা। কিন্তু ...

Read more

অভিনেত্ৰী প্ৰিয়ংকাৰ শৈশৱৰ প্ৰেমৰ কাহিনী পঢ়ি আমেজ ল’লে স্বামী নিকে

এতিয়া বহু চৰ্চিত হৈছে প্ৰিয়ংকা চ'প্ৰাৰ আত্মজীৱনীৰ কথা ।এইবাৰ স্বামী নিক জোনাছে মুকলি কৰিলে এই কথা। তেওঁ কয়,"বৰ্তমানৰ পত্নীৰ এক্স-প্ৰেমীসকলৰ ...

Read more

অব্যাহত আছে টুইট যুদ্ধ

টুইটাৰত অব্যাহত আছে বলিউডৰ টুইট-যুদ্ধ। কেৱল সলনি হৈছে দলৰ পক্ষ বিপক্ষ। এইবাৰ দুয়োটা প্ৰান্তত আছে আন্তৰ্জাতিক তাৰকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা ...

Read more
Page 2 of 3 1 2 3