ADVERTISEMENT

Tag: Russia Ukraine War

মাৰিঅ’পোলত আত্মসমৰ্পণ কৰিলে এক হেজাৰ ইউক্ৰেনীয় সেনাই !

মাৰিঅ'পোলত আত্মসমৰ্পণ কৰিছে এক হেজাৰতকৈও অধিক ইউক্ৰেনীয় সৈন্যই ।বুধবাৰে এই দাবী কৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে । পূৱ ইউক্ৰেইনৰ এই বন্দৰ ...

Read more

ৰাছিয়াৰ পৰা অস্ত্ৰ আমদানি হ্ৰাস কৰক ভাৰতে,নতুন দিল্লীক বাৰ্তা আমেৰিকাৰ

ৰাছিয়াৰ পৰা অস্ত্ৰ আমদানি হ্ৰাস কৰক ভাৰতে । ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত এনেদৰে নতুন দিল্লীলৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে আমেৰিকাই । ...

Read more

পশ্চিম ইউৰোপত বাঢ়িছে ইউক্ৰেনীয় শৰণাৰ্থীৰ ভিৰ

কিয়েভকে ধৰি কেবাখনো চহৰত ৰাছিয়াৰ সামৰিক অভিযান অব্যাহত । ইয়াৰ মাজতে, জেলেনস্কিৰ সেনাই দাবী কৰে যে ৰাজধানী কিয়েভত যুঁজি থকা ...

Read more

Russia-Ukraine War:যুদ্ধত গৃহহীন হৈছে ইউক্ৰেইনৰ অৰ্ধেকাংশতকৈও অধিক শিশু

ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাই থকাৰ এমাহৰো অধিক সময় হ'ল। যোৱা এমাহ ধৰি চলি থকা যুদ্ধত ভলোডিমিৰ জেলেনস্কি চৰকাৰে ...

Read more

Russia Ukraine War : ইউক্রেইনত আক্ৰমণ সম্পৰ্কত আন্তর্জাতিক আদালতত ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে ভাৰতীয় ন্যায়াধীশে

ইউক্রেইনত ৰাছিয়াক সেনা অভিযান বন্ধ কৰিবলৈ আদেশ দিলে আন্তর্জাতিক আদালতে । ইউক্রেইনত ৰাছিয়াৰ এই সামৰিক অভিযান সম্পৰ্কত আন্তর্জাতিক আদালতত নিৰ্বাচন ...

Read more

Russia Ukraine War : যুদ্ধ বিৰোধিতাত উত্তাল লেনিনৰ দেশ, গোপনে প্ৰচাৰ কৰা হৈছে সাংকেতিক ইস্তাহাৰ

যোৱা ২৪ ফেব্রুৱাৰীত ইউক্রেইন আক্রমণ কৰে ৰাছিয়াই । আক্ৰমণ যে কৰিব সেয়া অৱশ্য কে'বাদিনৰ আগৰ পৰাই বুজিছিল ৰাছিয়াৰ জনসাধাৰণে । ...

Read more

Russia-Ukraine War :ৰুছ সেনাৰ গুলিত মৃত্যু আমেৰিকাৰ সাংবাদিক,আহত আৰু এজন সহকৰ্মী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বলি হ'ল সাংবাদিক । দেওবাৰে বাতৰি সংগ্ৰহ কৰিব গৈ গুলিবিদ্ধ হৈ মৃত্যু হৈছে এজন আমেৰিকাৰ সাংবাদিক । আঘাতপ্ৰাপ্ত ...

Read more

Russia Ukraine War : আমেৰিকাৰ প্ৰেৰণ কৰা অস্ত্ৰ-শস্ত্ৰৰ গাড়ীত হ’ব পাৰে আক্ৰমণ ! আক্ৰমণ আৰু তীব্ৰতৰ কৰি বাৰ্তা ৰাছিয়াৰ

ৰাছিয়া বাহিনীয়ে ইউক্ৰেইনৰ কে'বাখনো চহৰত তেওঁলোকৰ বোমা বিস্ফোৰণ তীব্ৰতৰ কৰি তুলিছে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি তেওঁলোকে ইতিমধ্যে দেশখনৰ দক্ষিণ বন্দৰৰ ...

Read more

শিশুৰ চিকিৎসালয়ত বৰ্বৰোচিত আক্ৰমণ : গৰজি উঠিল ৰাষ্ট্ৰসংঘ

ৰাছিয়াৰ আক্ৰমণৰ বৰ্বৰতাৰ পৰা ৰেহাই লাভ নকৰিলে চিকিৎসালয়ে । ৰেহাই লাভ কৰা নাই কণমানি শিশুৱেও । ইউক্ৰেইনৰ মাৰিউপ'লত ৰাছিয়াৰ বোমা ...

Read more

Russia Ukraine War : আর্থিক নিষেধাজ্ঞাৰ ফলত ৰাছিয়াৰ পৰা ন লাখ কোটি টকা আদায়ত সমস্যা হ’ব বেংকসমূহৰ

ঋণৰ পৰিমাণ ন লাখ ১৫ হেজাৰ কোটি টাকাৰো (প্রায় ১২,০০০ কোটি ডলাৰ) অধিক । কিন্তু আমেৰিকাসহ পশ্চিমীয়া দেশসমূহৰ নিষেধাজ্ঞাৰ ফলত ...

Read more
Page 3 of 4 1 2 3 4