ADVERTISEMENT

Tag: Russia

Russia – Ukraine War : পশ্চিমীয়া নিষেধাজ্ঞাৰ ফলত পুতিনৰ লক্ষ্য দিল্লী

Russia - Ukraine War : ইউক্ৰেইনত হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বই মস্কোৰ ওপৰত আৰোপ কৰা বিত্তীয় নিষেধাজ্ঞাৰ ফলত ...

Read more

Zombie Virus : ৪৮,৫০০ বছৰে বৰফৰ তলত থকা “জম্বি ভাইৰাছ” পুনৰুজ্জীৱিত কৰিছে বৈজ্ঞানিকে

Zombie Virus : জলবায়ু পৰিৱর্তনৰ ফলত প্রাচীন পাৰমাফ্রষ্টৰ গলন মানুহৰ বাবে নতুন ভাবুকিৰ কাৰণ হ'ব পাৰে । গৱেষকসকলৰ মতে যিয়ে ...

Read more

Ukraine : ইউক্ৰেইন নহয়, জাপান আক্ৰমণ কৰিব বিচাৰিছিল পুটিনে ! ফাদিল গোপন তথ্য

Ukraine : ইউক্ৰেইনক নহয় জাপান আক্ৰমণ কৰিব বিচাৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ ! শেহতীয়া এক প্ৰতিবেদনত এনে ধৰণৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ ...

Read more

Russia Ukraine War : দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা ইউক্ৰেইনত সকলোতকৈ ভয়াৱহ শীতকাল !

Russia Ukraine War : ৰাছিয়াৰ বাহিনীয়ে ৰাজধানী কিয়েভ আৰু খাৰকিভকে ধৰি ইউক্ৰেইনৰ বিভিন্ন অঞ্চলত আকৌ এবাৰ বিমান আক্ৰমণ তীব্ৰতৰ কৰি ...

Read more

Russia: জি-২০ সন্মিলনৰ পুৰ্বেই ৰাছিয়া ভ্ৰমণত জয়শংকৰ,বৈঠকত বহিব পাৰে পুটিনৰ স’তেই

Russia : ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণৰ তীব্ৰতা বৃদ্ধি কৰিছে। হিৰোছিমা-নাগাচাকি শৈলীৰ আক্ৰমণ সংঘটিত কৰা বুলি কোৱা শুনা গৈছে ৰাছিয়াৰ ...

Read more

Vladimir Putin’s Health : হাত ক’লা হৈ পৰিছে পুতিনৰ ! কোন ৰোগত আক্ৰান্ত ৰুছ ৰাষ্ট্ৰপ্ৰধান ?

Vladimir Putin's Health : হাত ক'লা হৈ পৰিছে ভ্লাদিমিৰ পুটিনৰ ! কি হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধানজনৰ ? সম্প্ৰতি প্ৰকাশ্যেত অহা কে'বাখনো ...

Read more

Russia Ukraine War : ইজিয়ুমৰ পাছত ৰুছ সীমান্তৰ গুৰুত্বপূর্ণ চহৰ দখল ইউক্রেইনৰ

খাৰকিভৰ পাছত এইবাৰ ৰুছ সীমান্তৰ ভেলেইকি বাৰলুক দখল কৰিলে ইউক্রেইন সেনাই । সামৰিক অৱস্থানগত দিশৰ পৰা গুৰুত্বপূর্ণ চহৰখন ইউক্ৰেইনৰ অধীনস্থ ...

Read more

IS Terrorist : আত্মঘাতী বিস্ফোৰণ ঘটাই ভাৰতীয় নেতাক হত্যাৰ পৰিকল্পনা, ৰাছিয়াত আটক আইএছ সন্ত্ৰাসবাদী

ভাৰতত আত্মঘাতী বিস্ফোৰণ ঘটাই শাসক শিবিৰৰ কোনো জনপ্রতিনিধিক হত্যাৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটছ (আইএছ)-ৰ স'তে জড়িত এজন ব্যক্তিয়ে ...

Read more
Page 2 of 23 1 2 3 23