Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ধুবুৰী-কচুগাঁও গড়কাপ্টানি পথৰ দুৰৱস্হাঃ দশক জুৰি যাতায়াতৰ সমস্যাত ভুগিছে ৰাইজ

publisher by publisher
April 27, 2019
in News
Reading Time: 1 min read
0
ধুবুৰী-কচুগাঁও গড়কাপ্টানি পথৰ দুৰৱস্হাঃ দশক জুৰি যাতায়াতৰ সমস্যাত ভুগিছে ৰাইজ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

শ্ৰীৰামপুৰ: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ পৰা ধুবুৰীলৈ যোৱা একমাত্ৰ গড়কাপ্টানি পথটো হৈছে ধুবুৰী-কচুগাঁও পথ চমুকৈ ডি কে ৰোড।ব্ৰিটিছৰ দিনত নিৰ্মাণ কৰা এই গুৰুত্বপূৰ্ণ পথটোৰ প্ৰতি চৰকাৰৰ যেন কোনো আগ্ৰহ নাই।প্ৰায় দুইদশক ধৰি পথটো জৰাজীৰ্ণ হৈ যাতায়াতৰ অনুপযোগী হৈ পৰা সত্বেও কোকৰাঝাৰ আৰু ধুবুৰী জিলা প্ৰশাসন নাইবা উক্ত জিলাৰ গড়কাপ্টানি বিভাগ চকুমুদা কুলীৰ ভাও লৈ থকাত উক্ত অঞ্চলৰ লাখ লাখ জনসাধাৰণে যমৰ যাতনা ভুগি আহিছে।উক্ত পথটোৰ মেৰামতিৰ নামত প্ৰতিবছৰে বিভাগে ধনৰ আৱন্টন দিয়ে যদিও মেৰামতিৰ নামত কেৱল জোৰা-টাপলি মাৰি আৱণ্টিত ধনৰ আত্মসাৎ কৰা হয় বুলি ৰাইজৰ অভিযোগ।ডি কে ৰোড বিভাগীয় একাংশ বিষয়া আৰু ঠিকাদাৰৰ বাবে ক্ষীৰতি গাই লৈ পৰিণত হৈছে বুলি কয় কুমাৰগঞ্জৰ অশোক বৰ্মন নামৰ এজন সমাজকৰ্মীয়ে। তেওঁ ৰাজ্যৰ গড়কাপ্টানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি আৰু কয় যে ‘ মন্ত্ৰী মহোদয় আপুনি হেলিকপ্টাৰ লৈ উক্ত অঞ্চললৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজক বহুতো প্ৰতিশ্ৰুতি দি গ’লে। কিন্তু কোকৰাঝাৰ ধুবুৰী সীমান্তৰ এইখন অঞ্চলৰ পথ-ঘাটৰ অৱস্হাৰ বিষয়ে আৰু আপোনাৰ বিভাটোৰ এনে ব্যৰ্থতা সন্দৰ্ভত আপুনি অৱগতনে ?’ উক্ত পথৰ দুৰৱস্হা দূৰীকৰণৰ বাবে অঞ্চলৰ ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ উপৰি পথ মেৰামতি কৰাৰ দাবীত একাধিকবাৰ আন্দোলন কৰা সত্বেও উক্ত পথটোৰ মেৰামতি কৰা নাই। ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, বিধায়ক অশ্বিনী সৰকাৰেও ৰাইজক কেৱল প্ৰতিশ্ৰুতি দি আহিছে।ইপিনে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰৰ পৰা গ্ৰাহামপুৰ লৈ বিটিচিৰ সীমালৈকে উক্ত পথটো মেৰামতিৰ বাবে প্ৰায় ডেৰ বছৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা ধন আৱণ্টন কৰা হৈছিল আৰু স্হানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ তত্বাবধায়কত উক্ত মেৰামতিৰ কাম সম্পন্ন কৰা হয় যদিও ৰহস্যজনক ভাৱে পাঁচ কিলোমিটাৰ পথ মেৰামতি কৰা হোৱা নাই।পাঁচ কিলোমিটাৰ কৈ পথ মেৰামতিৰ দায়িত্ব পৃথকে পৃথকে এজনকৈ ঠিকাদাৰক দিয়া হৈছিল যদিও মল্লিকাপুৰৰ পৰা গ্ৰাহামপুৰ লৈকে পথৰ মেৰামতি নকৰি আৱণ্টিত ধন আত্মসাৎ কৰা বুলি অভিযোগ উঠিছে।শ্ৰীৰামপুৰৰ পৰা মল্লিকাপুৰ লৈকে ডি কে গড়কাপ্টানি পথৰ মেৰামতি কৰাৰ পাছত সেয়াও বৰ্তমানে পুনৰ জহি খহি যাবলৈ ধৰিছে।কিন্তু মল্লিকাপুৰৰ পৰা গ্ৰাহামপুৰ লৈকে পথৰ অৱস্হা ইমানে বেয়া হৈ পৰিছে যে যানবাহন চলাটো দূৰৰ কথা খোঁজ কাঢ়ি যোৱা পুৰুষ-মহিলা-বৃদ্ধ-বৃদ্ধা-ছাত্ৰ-ছাত্ৰীৰ বাবে দুৰূহ হৈ পৰিছে।পথছোৱাৰ বৰ্তমানে কোনো চিনচাবে নাই আছে কেৱল গাত আৰু জৰাজীৰ্ণ পথৰ অৱশিষ্ট অংশ।উক্ত জৰাজীৰ্ণ পথটোৰ মেৰামতি কৰাৰ বাবে ইয়াৰ ৰাইজে বিধায়কগৰাকীক বহুবাৰ আৱেদন নিৱেদন কৰাৰ পাছতো কোনো ফল পোৱা নাই।ইপিনে গোসাঁইগাঁৱৰ পৰা তামাৰহাট লৈ চলাচল কৰা শতাধিক অটোচালক তথা অন্যান বাহনৰ চালক সকলে উক্ত পথৰ দূৰৱস্হাৰ কথা কবলৈ গৈ উত্তেজিত আৰু আৱেগিক হৈ পৰে। উক্ত পথেৰে চলাচল কৰাৰ বাবে বাহনবোৰৰ যন্ত্ৰপাতি নষ্ট হয় যাৰ ফলত গেৰেজতে উপাৰ্জনৰ পইচা খৰচ হৈ যায়।শ্ৰীৰামপুৰৰ অটো চালক শম্ভু কৰ্মকাৰে কয়,’এইখন অটোৰ ওপৰতে মোৰ ছজনীয়া পৰিয়ালটো নিৰ্ভৰশীল।কিন্তু অটো চলাই এতিয়া সংসাৰ প্ৰতিপালন কৰাটোৱে মোৰ বাবে সমস্যা হৈ পৰিছে।মল্লিকাপুৰৰ পৰা খাল সদৃশ পথৰ বাবে তামাৰহাট লৈ কে অটো চলাব নোৱাৰি কেৱল শ্ৰীৰামপুৰৰ পৰা গোসাঁইগাঁও লৈ ভাৰা মাৰিব লাগে।যাৰফলত গোটেই দিনটোত ২০০-২৫০ টকা উপাৰ্জন কৰিব নোৱাৰি।’ উক্ত পথৰ দৃৰৱস্হা আৰম্ভ হৈছে দুইদশক পূৰ্বৰ পৰা।দীৰ্ঘ দিনে জৰাজীৰ্ণ হৈ থকা পথৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে যুৱ প্ৰজন্মৰ এইজন অটোচালকে এই অৱস্হাৰ বাবে চৰককাৰৰ লগতে স্হানীয় জনপ্ৰতিনিধি সকলৰ উদাসীনতাকে দায়ী কৰে।ৰাইজৰ একাধিক জ্বলন্ত সমস্যাৰ প্ৰতি দৃষ্টিপাত নকৰা স্হানীয় নেতা পালিনেতাৰ স্বাৰ্থপৰায়ণ মানসিকতাৰ বাবে কেৱল যাতায়াত নহয় চিকিৎসা সেৱা, বিশুদ্ধ খোৱা পানী আদি একাধিক চৰকাৰী পৰিসেৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে।আজিকালি প্ৰতিবাদ কৰিও কোনো লাভ নহয় বুলি ৰাইজেও নীৰৱে সমস্যাবোৰ ভোগ কৰি থাকিবলৈ বাধ্য হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে তথ্যসহ অভিযোগ কৰা সত্বেও আজিকোপতি কোনো পদক্ষেপ লোৱা নাই শাসক পক্ষই।গতিকে আমি দৰিদ্ৰ তথা সাধাৰণ জনতাই সমস্যাৰে জৰ্জৰিত হৈ জিয়াই আছো বুলি আৱেগেৰে অটোচালক গৰাকীয়ে নিজৰ অভিব্যক্তি ব্যক্ত কৰে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা
India

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

October 25, 2026
ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী
International

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

October 25, 2026
প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ
News

প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

October 25, 2026
দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি
India

দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

October 25, 2026
ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ
Assam

ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

October 25, 2026
ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী
Assam

ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

October 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d