Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰাক স্বাধীনতা কালৰ বিধায়ক ওচমান আলি সদাগৰৰ আঠজন সদস্যৰ বিৰুদ্ধে এন আৰ চি কৰ্তৃপক্ষই আপত্তিৰ জাননী

publisher by publisher
May 5, 2019
in News
Reading Time: 1 min read
0
নিৰ্ব্বাচনত অনুপ্ৰৱেশকাৰীয়ে লাভ কৰিব ভোটদানৰ সুযোগ?
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

তামিলনাডুত নতুন যুগৰ সূচনা! 

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

দিনটোৰ ৰাশিফল

বৰ্ণাঢ্য ইতিহাস জৰিত পৰিয়ালৰ সদস্য ক্ষোভ : নাগৰিকত্বৰ দৰে এক গুৰুত্বপূৰ্ণ বিষয়ত অযথা হাৰাশাস্তি কৰা উচিত নহয়

 নগাঁও : এন আৰ চিৰ সম্পূৰ্ণ খচৰা তালিকাৰ পৰা বাদ লোকসকলে কৰা দাবী আবেদনসমুহ নিষ্পত্তিৰ বাবে ইতিপূৰ্বে আৰম্ভ হোৱা শুনানীৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়ত কাইলৈৰে পৰা আৰম্ভ হ’ব আপত্তি আবেদনৰ শুনানি প্ৰক্ৰিয়া। এই শুনানিত অংশ লবলৈ একাংশ নাগৰিকে জাননী লাভ কৰাৰ পিছত কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে, দেশৰ প্ৰাক স্বাধীনতা কালচোৱাত ১০৮ জনীয়া প্ৰথম অসম বিধান সভা(১৯৩৭-১৯৪৬)ৰ এগৰাকী অন্যতম সদস্য ওচমান আলি সদাগৰৰ পৰিয়ালয়ৰ একাংশ সদস্যৰ বিৰুদ্ধে সন্দেহজনক নাগৰিকৰ বুলি কোনো দুষ্ট চক্ৰ‌ই এন আৰ চিৰ আপত্তিৰ আবেদন দাখিল কৰিছে। যাৰ বাবে এই পৰিয়ালটোৰ সকলো সদস্যৰ নাম এন আৰ চিৰ সম্পূৰ্ণ খচৰা তালিকাত প্ৰকাশ হোৱাৰ পিছতো এই পৰিয়ালটোৰ আঠ জন সদস্য‌ই আপত্তি আবেদন নিষ্পত্তিৰ শুনানিত অংশ লবলৈ কাইলৈ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ শুনানি কেন্দ্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই মাতি পঠাইছে। এই জাননী লাভ কৰাত স্বাভাৱিকতে পৰিয়ালটোৰ সদস্য সকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱাৰ সমান্তৰাল ভাবে তেওঁলোক  হতাশাগ্ৰস্ত হৈ পৰিছে। উল্লেখ্য যে, প্ৰাক স্বাধীনতাৰ ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ অসমৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ নেতৃত্বাধীন অসম বিধান সভাৰ নগাঁও সমষ্টিৰ বিধায়ক আছিল ওচমান আলী সদাগৰ। নগাঁও জিলাৰ আলিটাঙনীৰ বাসিন্দা আছিল তেওঁ। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নাছিল যদিও তেওঁ এগৰাকী দুৰদৰ্শী বিচক্ষণ ৰাজনীতিবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। যাৰ বাবে তেওঁৰ লগতে কেইগৰাকীমান সংখ্যালঘু বিধায়কে তেতিয়াৰ গ্ৰুপিং নীতিৰ বিৰোধিতা কৰি গোপীনাথ বৰদলৈৰ পক্ষত অৱস্থান গ্ৰহণ কৰাৰ লগতে  অসমৰ সপক্ষে ভোটদান কৰাৰ বাবে অসমখন তেতিয়াৰ পূৰ্ব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশৰ পৰিবৰ্তে ভাৰতবৰ্ষতে থাকিল। এইগৰাকী উদাৰ মনৰ ব্যক্তিৰ ইমানেই অসম আৰু অসমীয়াৰ প্ৰতি আন্তৰিকতা আছিল যে তেওঁৰ আখৰীক জ্ঞান নথকা সত্ত্বেও তেওঁ ১৯০২ চনতে নিজা মাটি দান দি আলিটাঙনীত এখন অসমীয়া মাধ্যমৰ মোক্তাব বিদ্যালয় স্থাপন কৰি নাৰী শিক্ষাৰ ব্যৱস্থা কৰিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯২৪ চনত আলিটাঙনী মিডিল স্কুল আৰু ১৯২৮ চনৰ ৫ এপ্ৰিলত আলিটাঙনী ওচমানীয়া হাইস্কুল স্থাপন কৰি সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰথমবাৰৰ বাবে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান আৰম্ভ কৰি এক প্ৰকাৰ নজিৰ সৃষ্টি কৰিছিল। অকল ইমানেই নহয়, আনুষ্ঠানিক শিক্ষা নথকাৰ পিছতো অসমীয়া ভাষা-সাহিত্যৰ প্ৰতিও আছিল তেওঁৰ অগাধ আগ্ৰহ। যাৰ বাবে ১৯১৭ চনতে গঠিত অসম সাহিত্য সভাৰ প্ৰথম দাতা সদস্য সকলৰ অন্যতম আছিল তেওঁ। সাহিত্য সভাই  ১৯২৪-১৯৩০ চনলৈ প্ৰকাশ কৰা বিশেষ সদস্য তালিকাত ওচমান আলি সদাগৰ নাম সন্নিবিষ্ট আছে। এইগৰাকী মহান ব্যক্তিৰ এগৰাকী সুযোগ্য সন্তান আছিল নগাঁৱৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ মহম্মদ আব্দুল হাই। ১৯৪৮ চনতে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অধ্যক্ষ গৰাকী কৰ্তব্যৰত অৱস্থাত অৰ্থাৎ ১৯৮৫ চনতে মৃত্যু হৈছিল। তেওঁৰ জন্মস্থান আলিটাঙনীত যদিও কৰ্মসূত্ৰে নগাঁও চহৰৰ খ্ৰীষ্টানপট্টিত পৰিয়াল সহ বসবাস কৰিছিল। প্ৰয়াত শিক্ষাবিদ আব্দুল হাইৰ বৰ্তমান জীৱিত তিনি পুত্ৰ সন্তানৰ দুই পুত্ৰ ক্ৰমে আনোৱাৰ হুছেইন আৰু ম‌ইনুল হকসহ পৰিয়ালটোৰ আঠজন সদস্যৰ বিৰুদ্ধে এন আৰ চিৰ আপত্তিৰ জাননী লাভ কৰাত পৰিয়ালটোৰ লগতে সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে ইয়াৰে আনোৱাৰা হুছেইনে নগাঁৱৰ ডচন বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সহকাৰী শিক্ষক হিচাপে ২০১১ চনতে অৱসৰ গ্ৰহণ কৰিছে। আনহাতে, ম‌ইনুল হক হ’ল আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ এগৰাকী বিজ্ঞান শিক্ষক। এনে এক বৰ্ণাঢ্য ইতিহাস জৰিত এটা উচ্চ শিক্ষিত পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে এন আৰ চিৰ আপত্তি দাখিল কৰা কাৰ্য‌ই এটা কথা স্পষ্ট হৈছে যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াটোকে একাংশ দুষ্ট চক্ৰ‌ই বাধাগ্ৰস্ত কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। মনকৰিবলগীয়া বিষয় এই যে আনোৱাৰ হুছেইন আৰু ম‌ইনুল হক সহ তেওঁলোকৰ পৰিয়ালৰ মুঠ ১৮ জন লোকে প্ৰয়াত অধ্যক্ষ মহম্মদ আব্দুল হাইৰ তেতিয়াৰ ৰূপহীহাট বিধান সভা সমষ্টিৰ ১৯৬৫ চনৰ ভোটাৰ তালিকাখন লিগেচী ডাটা কোড(২৮০-৪০৭৩-৪৯৩৪) ব্যৱহাৰ কৰি এন আৰ চিত যাৱতীয় নথি পত্ৰসহ আবেদন কৰিছে। ইয়াৰ পিছত তেওঁলোকৰ মুঠ ১৮ জন সদস্যৰ ভিতৰত আঠজনৰ বিৰুদ্ধে অনাহকত আপত্তি দাখিল কৰা কাৰ্য সহজ বাবে লোৱা নাই পৰিয়ালটোৱে। পৰিয়ালটোৰ একাংশ লোকে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে নাগৰিকত্বৰ দৰে এক গুৰুত্বপূৰ্ণ বিষয়ত অযথা হাৰাশাস্তি কৰি মানসিক অশান্তি দিয়া উচিত নহয়। এই ক্ষেত্ৰত তেওঁলোকে পৰৱৰ্তী সময়ত আইনৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে। জানিব পৰা মতে, নগাঁও জিলাত হাজাৰ হাজাৰ লোকৰ বিৰুদ্ধে ইতিমধ্যে এন আৰ চি কৰ্তৃপক্ষই আপত্তিৰ জাননী প্ৰেৰণ কৰিছে। ইয়াৰে অধিকাংশ‌ই ভুৱা আবেদনকাৰী বুলি ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে। এই ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d