Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ৰঙিয়াত স্বদেশীক বিদেশী সজাই ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ:পৰিয়ালত হাহাকাৰঃকৃষক সভাৰ বিক্ষোভ

publisher by publisher
May 6, 2019
in News
Reading Time: 1 min read
0
ৰঙিয়াত স্বদেশীক বিদেশী সজাই ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ:পৰিয়ালত হাহাকাৰঃকৃষক সভাৰ বিক্ষোভ
2
SHARES
18
VIEWS
ShareShareShareShare

ৰঙিয়া :

ADVERTISEMENT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ৰাজ্যখনত লাখ লাখ হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ প্ৰচেষ্টা চলোৱা বুলি ৰাজ্যৰ শতাধিক দল সংগঠনে তাল আফাল লগোৱাৰ সময়তে ৰঙিয়াত চাৰিগৰাকী স্বদেশীক বিদেশী সজাই ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰাৰ এক গুৰুতৰ অভিযোগ উথ্থাপিত হৈছে । ফলত তেওঁলোকৰ পৰিয়ালত হাহাকাৰৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিবাদত আজি নিখিল ভাৰত কৃষক সভাই ৰঙিয়া থানাৰ সমীপত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । নিখিল ভাৰত কৃষক সভাৰ অভিযোগ অনুসৰি ৰঙিয়া ২নং তুলসীবাৰীৰ সন্তোষ বিশ্বাস (৬৬) আৰু দিলীপ বিশ্বাস( ৪৮) আনহাতে ৰঙিয়া ইছাপুৰৰ মৰ্জিনা বেগম(৬০)আৰু তেওঁৰ পুত্ৰ চবেদ আলীক(৩৫) ৰঙিয়া সীমান্ত আৰক্ষীয়ে আজি থানাত মাতি পঠায়। কোনোধৰনৰ লিখিত জাননী অবিহনে অকল মৌখিক নিৰ্দেশত তেওঁ লোকক থানাত মাতি পঠায় বুলি জানিবলৈ দিয়ে। আৰক্ষীৰ নিৰ্দেশক সম্মান জনাই আজি তেওঁলোকে ৰঙিয়া থানাত আহি উপস্থিত হয়। থানাত অহাৰ লগে লগে সীমান্ত আৰক্ষীয়ে তেওঁলোকক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্বাক্ষৰৰ প্ৰয়োজন থকা বুলি কৈ আৰু স্বাক্ষৰ কৰাৰ পিছতেই ওভতাই অনাৰ প্ৰতিশ্ৰুতিৰে গাড়ীত উঠাই লৈ যায়। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিয়াৰ পিছত সীমান্ত আৰক্ষীয়ে তেওঁলোকক গোৱালপাৰা ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰে বুলি জনা গৈছে। উল্লেখ্য দীৰ্ঘদিন ধৰি তুলসীবাৰী অঞ্চলত বসবাস কৰা বিশ্বাসৰ পৰিয়ালক ১৯৮৯ চনতেই গুৱাহাটী ভৰলুমুখ থানাত থকা বিদেশী ন্যায়াধিকৰণ সদস্য শ্ৰীমতি বি, কে, দাসে দোষমুক্ত কৰিছিল। অকল সেয়াই নহয় তেওঁলোকৰ লিগেছি থকাৰ উপৰিও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতো কোনো ধৰনৰ জাননী জাৰি নকৰি ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰাত ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে মৰ্জিনা বেগম আৰু চবেদ আলীৰ পৰিয়ালৰ ১৯৭১ চনৰ পূৰ্বৰ সকলো নথি পত্ৰ থকা স্বত্বেও তেওঁলোকক ডি ভোটাৰ কৰি ৰখাৰ লগতে আজি তেওঁলোককো গোৱালপাৰা ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰে ।এই ঘটনা প্ৰচাৰ হোৱাৰ লগে লগে নিখিল ভাৰত কৃষক সভাৰ তৰফৰপৰা মোছাৰেফ হুছেইন, নৃপেন নাথ, ভুৱনেশ্বৰ লহকৰ, শৰৎ কলিতা, সঞ্জীৱ মহন্তৰ নেতৃত্বত এদল সদস্যই ৰঙিয়া থানাৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰী সকলে স্বদেশীক বিদেশী সজোৱা নচলিব, মোদী চৰকাৰ হায় হায়, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম থকা নাগৰিকক হাৰাশাস্তি কৰা নচলিব, মুখ্যমন্ত্ৰী হুছিয়াৰ আদি শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । ভাৰতীয় নাগৰিকক এই দৰে পৰিকল্পিত ভাৱে হাৰাশাস্তি কৰিলে সভাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। উল্লেখ্য বিশ্বাসৰ পৰিয়ালে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল। কোনোধৰনৰ আগজাননী নিদিয়াকৈ হঠাৎ তেওঁলোকক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰাত পৰিয়াল দুটাত হাহাকাৰৰ সৃষ্টি হৈছে ।অকল সেয়াই নহয় কন কন শিশু কিশোৰ সহ অন্যান্য সকলে এক অনিশ্চিত ভৱিষ্যতত নিমজ্জিত হোৱাত মূৰত স্বৰগ ভাঙি পৰে। পৰিয়ালত উঠে কান্দোনৰ ৰোল।

RelatedPosts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d