মহানগৰীৰ ফাঁচী বজাৰত পুৱাই খাদ্য সুৰক্ষা বিভাগৰ অভিযান। ফলমূলৰ বজাৰত চলিল এই অভিযান। পুষ্টিকৰ খাদ্যৰ নামত মহানগৰীৰ বজাৰ ভৰিছে ভেজাল সামগ্ৰীৰে। অভিযানকালত জব্দ হ’ল কাৰ্বাইড দি পকোৱা বৃহৎ পৰিমাণৰ ফলমূল। দুজন ব্যৱস্যায়ীক আটক, ঈদৰ পূৰ্বে চলোৱা হল এই অভিযান।
ADVERTISEMENT






























