বিজেপি দলক পুনৰ বাৰ আস্থাত লোৱাৰ বাবে দেশ বাসীৰ লগতে অসমবাসীক ধন্যবাদ।
বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দিযাৰ বাবে মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন।
দলৰ সমূহ নেতা কৰ্মীক ধন্যবাদ জ্ঞাপন।
দেশবাসীয়ে নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কাম আৰু কৰ্মদক্ষতাৰ ওপৰত আস্থা থকা বাবেই বিজেপি দলক জয়ী কৰালে।
ADVERTISEMENT





























