Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

publisher by publisher
April 9, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’না পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

International Labour Organization

1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

খাটি খোৱা মানুহৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে মাৰাত্মক কৰ’না ভাইৰাছ। বিশ্বজুৰি কোটি কোটি মানুহৰ জীৱনলৈ বিপৰ্যয় কঢ়িয়াই অনা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ  বাবে ভাৰতৰ অসংগঠিত খণ্ডত কৰ্মৰত প্ৰায় ৪০ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসত পতিত হ’ব ৷চলিত বৰ্ষৰ পাছৰ তিনিমাহত বিশ্বজুৰি ২০ কোটি হেৰুৱাব চাকৰি ৷ ৰাষ্ট্ৰসংঘই এই সকীয়নি দিছে। আন্তৰ্জাতিক শ্ৰমিক সংস্থা(আই এল অ’)ই এক প্ৰতিবেদনত বিশ্ব মহামাৰী কৰ’না ভাইৰাছত দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সবাতোকৈ শোচনীয় বিশ্বসংকট বুলি অভিহিত কৰিছে। উন্নত আৰু উন্নতকামী উভয় দেশতে শ্ৰমিক আৰু ব্যৱসায়ীলৈ বিপৰ্যস্ত নামি আহিছে । আমি একত্ৰিতভাৱে দ্ৰুত আৰু সংকল্পবদ্ধ ৰূপত আগুৱাই যাব লাগিব। শুদ্ধ আৰু জৰুৰীকালীন পদক্ষেপে জীৱন ৰক্ষা আৰু পতনৰ মাজত বৃহৎ পাৰ্থক্য আনিব পাৰে ।আই এল অ’ৰ সঞ্চালক প্ৰধান গাই ৰাইডাৰে এইদৰে কয় ।

ADVERTISEMENT

বিশ্বজুৰি বিশেষকৈ ঠন ধৰি উঠিবলৈ ধৰা অৰ্থনীতিৰ দেশসমূহত দুশ কোটি মানুহে অসংগঠিত খণ্ডত কৰ্মৰত হৈ আছে ৷প্ৰতিবেদন অনুসৰি এইসকলৰ জীৱনলৈ অধিক বিপৰ্যয় নামি অহাৰ আশংকা আছে ৷ইতিমধ্যে ক’ভিড ১৯ ৰ সংকটে বহু কোটি এনে শ্ৰমিকক ক্ষতিগ্ৰস্ত কৰিছে ৷”তলাবন্ধৰ ফলত ভাৰত,নাইজেৰিয়া আৰু ব্ৰাজিলৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকল ক্ষতিৰ সন্মুখীন হৈছে ৷” এইদৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে । প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ দৰে দেশত প্ৰায় ৯০ শতাংশই শ্ৰমিকে অসংগঠিত অৰ্থনৈতিক খণ্ডত কৰ্মৰত শ্ৰমিকসকল এই সংকটকালত দৰিদ্ৰতাৰ ভয়াৱহ কবলত পৰাৰ সম্ভাৱনা আছে।

বৰ্তমান ভাৰতত দিয়া তলাবন্ধৰ কাৰণে এই শ্ৰমিকসকলৰ জীৱনত গুৰুতৰভাৱে আঘাত কৰিছে ৷ বহুতেই কাম বন বাদ দি গ্ৰামাঞ্চললৈ উভতিছে ৷এইদৰে প্ৰায় ৪০ কোটি শ্ৰমিকৰ জীৱন ভয়াৱহৰূপে আঘাতপ্ৰাপ্ত হ’ব বুলি শংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে। ইপিনে বিভিন্ন শ্ৰেণীৰ আয়সম্পন্ন গোটসমূহৰ ক্ষেত্ৰতো ভয়াৱহ ক্ষতি হ’ব বুলি প্ৰতিবেদন কোৱা হৈছে ৷ উচ্চ মধ্যবিত্ত আয় সম্পন্ন দেশসমূহত বিশেষকৈ কৰ্মসংস্থাপনহীনতাৰ সৃষ্টি হ’ব। সংখ্যা হিচাপত সেয়া হ’ব সাত শতাংশ অৰ্থাৎ ১০ কোটি৷ আই এল অ’ৰ সঞ্চালক প্ৰধানজনে কয় যে ভৱিষ্যত পন্থা কিদৰে গ্ৰহণ কৰা হ’ব তাৰ ওপৰতে নিৰ্ভৰ কৰিব এই বিশ্বজোৰা কৰ্মসংস্থাপনহীনতাৰ সংকট ৷ সম্প্ৰতি প্ৰতি পাঁচজনৰ ভিতৰত কমেও চাৰিজন সমগ্ৰ বিশ্বতে ক্ষতিৰ সন্মুখীন হৈছে ৷ আগন্তুক দিনত এয়া বৃদ্ধি পাব ৷ প্ৰতিবেদনত কোৱা হৈছে যে সৰ্বাধিক শোচনীয় অৱস্থাৰ সন্মুখীন হ’ব পৰা খণ্ডৰ স’তে জৰিত আছে ১২৫ কোটি লোক। এইসকলে চাকৰি হেৰুৱাব পাৰে অথবা তেওঁলোকৰ মজুৰি হ্ৰাস পাব পাৰে ৷ এই ক্ষেত্ৰত উল্লেখযোগ্য দেশ হৈছে আমেৰিকা আৰু আফ্ৰিকা ৷ সেয়েহে বৃহৎ পৰিসৰৰ সংহত নীতিৰ প্ৰয়োজন আছে বুলি বিশ্ব সংস্থাটোৱে কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONAINTERNATIONAL LABOUR ORGANIZATION
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d