Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

লোকচানৰ গৰাহত উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ বৃহৎ কলৰ বজাৰ

publisher by publisher
April 12, 2020
in COVID-19, News
Reading Time: 1 min read
0
লোকচানৰ গৰাহত উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ বৃহৎ কলৰ বজাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Goalpara:মাকৈৰ মূল্য হ্ৰাস, গোৱালপাৰা-বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

Wild Elephant Attack:গোৱালপাৰাত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

‘তিনিশ ষাঠি জোপা/ ৰুবা কল/ মাহিলি মাহিলি/ চিকুণাবা তল/ পাত-পচলা লাভতে খাবা/ লংকাৰ বণিজ হাততে পাবা।’ এই আপ্তবাক্য শাৰী সাৰোগত কৰিয়ে পশ্চিম অসমৰ গোৱালপাৰা জিলাৰ শ শ যুৱকে বাণিজ্যিক ভিত্তিত কলৰ খেতি কৰি আহিছে। ইয়াকে কেন্দ্ৰ কৰি গোৱালপাৰাৰ দৰংগিৰিত গঢ় লৈ উঠিছে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সবাতোকৈ বৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰি বজাৰৰ পৰাই গুৱাহাটী মহানগৰীকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ প্ৰতিনিয়ত ট্ৰাকে ট্ৰাকে সৰবৰাহ হয় বিভিন্ন প্ৰজাতিৰ কল। কিন্তু তলাবন্ধৰ সময়ৰে পৰা উকা হৈ আছে দৰংগিৰি বজাৰ। ফলত অঞ্চলটোৰ কৃষকসকলৰ শ শ জোপাৰ কল ইতিমধ্যে গছতে নষ্ট হৈছে। বিশেষকৈ, তলাবন্ধৰ সমান্তৰালকৈ জলবায়ুৰ প্ৰভাৱৰ বাবে কলৰ খেতিয়কসকলৰ অৱস্থা বাৰুকৈয়ে শোচনীয় হৈ পৰিছে।

ADVERTISEMENT

গোৱালপাৰা ধনুভঙাৰ অন্যতম উদ্যমী যুৱক তথা কলৰ খেতিয়ক দেৱব্রত ৰাভাই কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত অব্যাহত থকা তলাবন্ধৰ বাবে প্ৰায় ৩০ লাখ টকা মূল্যৰ কল ইতিমধ্যে নষ্ট হৈছে। তলাবন্ধ আৰম্ভ হোৱাৰ সময়তে প্ৰায় ১০ হেজাৰ জোপা কলৰ থোক কটাৰ সময় হৈছিল, কিন্তু পাইকাৰী ব্যৱসায়ীসকল আহিব নোৱাৰাৰ বাবে গছতে কলৰ থোকসমূহ পকিবলৈ ধৰে আৰু গৰমৰ বাবে এটা সময়ত এই কলসমূহ নষ্ট হৈ পৰে। শীতল ভঁৰাল নথকাৰ বাবে কলৰ খেতিয়কসকলে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে অসমকে ধৰি সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ গোৱালপাৰা জিলাৰ পৰাই সৰ্বাধিক কলৰ সৰবৰাহ হয়, কিন্তু আজি পৰ্যন্ত জিলাখনত কল মজুত ৰাখিব পৰাকৈ এটাও শীতল ভঁৰাল নাই। অথচ গোৱালপাৰাৰ ধনুভাঙা, ৰংজুলিকে ধৰি বিভিন্ন প্ৰান্তত প্ৰায় তিনিশৰো অধিক খেতিয়কৰ ডেৰ-দুইলাখ জোপা কল আছে।

‘ব্যক্তিগতভাৱে মই প্ৰায় দুশ বিঘা মাটিত ৩০ হেজাৰৰো অধিক জোপা কলৰ খেতি কৰিছো। মালভোগ, জাহাজী, মনোহৰ, চেনিচম্পাকে ধৰি বিভিন্ন প্ৰজাতিৰ কলেৰে বাগান ভৰি আছে, কিন্তু কটাৰ সময় পাৰ হোৱাৰ বাবে জাহাজী কলৰ ৮০ শতাংশ ইতিমধ্যে নষ্ট হৈছে। কেৱল মোৰেই নহয়, অঞ্চলটোৰ আন খেতিয়কসকলৰ কল গছতে পকি নষ্ট হৈ গৈছে।’ তেওঁ এইদৰে কয়। বৰ্তমানে থকা কলসমূহ যাতে নষ্ট হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলাৰ উপায়ুক্তৰ পৰা অনুমতি লৈ কাটিবলৈ কালিৰ পৰা আৰম্ভ কৰা বুলি উল্লেখ কৰি ৰাভাই কয় যে স্বাভাৱিক সময়ত পাইকাৰী  বিক্ৰেতাসকলে দৰংগিৰি বজাৰৰ পৰাই অঞ্চলটোৰ কল ক্ৰয় কৰি নিয়ে, কিন্তু তলাবন্ধৰ বাবে কোনো এজন পাইকাৰী বিক্ৰেতাই দৰংগিৰীলৈ  আহিবলৈ আগ্ৰহী নহয়। সেয়ে গছত থকা কলসমূহ নষ্ট হোৱাৰ আশংকাত উপায়ুক্তৰ অনুমতি লৈ নিজাববীয়াকৈ গুৱাহাটীলৈ কল সৰবৰাহ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শীতল ভঁৰাল নথকাৰ বাবে খেতিয়কসকলে লোকচান ভৰি হ’লেও নিজাববীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হোৱা বুলি তেওঁ উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19GOALPARA
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d