Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

অসমৰ ৩২খন জিলাক ‘হাই ৰিস্ক’ জিলাৰূপে চিহ্নিত কেন্দ্ৰৰ: মুখ্যমন্ত্ৰী 

publisher by publisher
April 16, 2020
in COVID-19, Loksabha Election, News
Reading Time: 1 min read
0
অসমৰ ৩২খন জিলাক ‘হাই ৰিস্ক’ জিলাৰূপে চিহ্নিত কেন্দ্ৰৰ: মুখ্যমন্ত্ৰী 
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

‘আৰক্ষী বিভাগে সকলো চৰকাৰী বিভাগৰ স’তে সহযোগিতা বৰ্তাই কাম কৰিব লাগিব। যেতিয়া চৰকাৰৰ সকলোবোৰ বিভাগে এক হৈ সহযোগিতাৰে কাম কৰে তেনে পৰিস্থিতিতহে চৰকাৰী কাম- কাজ সমূহৰ সুচল ৰূপায়ন সম্ভৱ হৈ উঠে তথা জনসাধাৰণে সেই কামৰ সুফল লাভ কৰিবলৈ সক্ষম হয়।’ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ ১০খন জিলাৰ আৰক্ষী অধীক্ষক সকলৰে এক বৈঠকত মিলিত হোৱাৰ পৰত এইদৰে কোৱাৰ লগতে জিলাকেইখনৰ সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়। ক’ৰণা ভাইৰাছ ৰ বিৰুদ্ধে চলি থকা যুজঁখনত আগশাৰীৰ যোদ্ধা ৰূপে অসম আৰক্ষীয়ে গ্ৰহণ কৰি অহা ভূমিকাক প্ৰসংশা কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে গোলাঘাটত সংঘটিত এক ঘটনাৰ সন্দৰ্ভত আৰক্ষীক সতৰ্ক কৰিও দিয়ে।

ADVERTISEMENT

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে তলা বন্ধৰ মাজতে নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ যোৱা শক্তি বিভাগৰ একাংশ কৰ্মচাৰীক আৰক্ষীয়ে হাৰাশাস্তি কৰিছিল। সেই বিষয়টো উক্ষাপন  কৰি মুখ্যমন্ত্ৰী সোণোৱালে এই ধৰণৰ অবাঞ্চিত ঘটনা যাতে পুনৰ সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰক্ষীক সতৰ্ক কৰি দিয়ে। লগতে কয় যে এই ধৰণৰ ঘটনাই আৰক্ষী বিভাগে কৰি অহা ভাল কাম সমূহত কালিমা সানে। সেইদৰে স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, কৃষি, পশুপালনকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ স’তে সহযোগিতাৰে কাম কৰিবলৈকো মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তিনি মে’ পৰ্যন্ত বৃদ্ধি কৰা তলাবন্ধ সময়ছোৱাত সৰ্বসাধাৰণ লোকে অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত যাতে কোনো জটিলতাৰ সন্মুখীন নহয়, তাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাত আৰক্ষীয়েও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগিব। সেইদৰে ৰাজ্যত যাতে কঠোৰভাবে তলাবন্ধ ৰূপায়িত হয় আৰু ৰাইজে যাতে তলা বন্ধৰ নীতি নিৰ্দেশনাসমূহ  পুৰ্ণাংগৰুপত মানি চলে, সেয়া নিশ্চিত কৰিবলৈকো মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। আৰক্ষী বিভাগৰ কাম কাজ সম্পৰ্কে ৰাইজৰ মতামত জানিবলৈ সামাজিক মাধ্যমযোগে জনমত লবলৈ পৰামৰ্শ আগবঢ়াই।

মুখ্যমন্ত্ৰীয়ে এই দুৰ্যোগপূৰ্ণ সময়ত জটিলতাৰ সন্মুখীন হৈ অহা জনসাধাৰণক খাদ্য, ঔষধকে ধৰি প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰাৰ বাবে আৰক্ষীয়ে লোৱা পদক্ষেপৰ শলাগ লয়। লগতে তেওঁ তলা বন্ধৰ সময়ছোৱাত খাদ্য সামগ্ৰী আৰু ঔষধৰ যিকোনো ধৰনৰ যোগানৰ ক্ষেত্ৰত বিশেষকৈ বয়োজেষ্ঠ্য নাগৰিক, গৰ্ভৱতী মহিলা আৰু শিশুৰ প্ৰয়োজন সমূহৰ ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি উজনি অসমৰ জিলা কেইখনৰ আৰক্ষী অধীক্ষক সকলক চাহ বাগিচাৰ লাইন চৰ্দাৰ আৰু শ্ৰমিক সকলৰ সৈতে সহযোগিতাৰ চাহ বাগিচাৰ লাইন  সমূহত নিৰীক্ষণ ৰাখিবলৈকো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। আনহাতে, দেশৰ দেশৰ বিভিন্ন প্ৰান্তৰ যিসকল শ্ৰমিক সম্প্ৰতি অসমত আবদ্ধ হৈ আছে, তেওঁলোকৰো সঠিক যত্ন লবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। এই শ্ৰমিক সকলক নিৰপদে ৰখাৰ বাবে অসম চৰকাৰে তেওঁলোকক নিজ নিজ ৰাজ্যৰ প্ৰশাসনক প্ৰতিশ্ৰুতি দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। আনহাতে কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে সোনোৱালে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে দৰিদ্ৰ শ্ৰেণীলৈ আগবঢ়োৱা চাউল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগানত যাতে কোনো যতি নপৰে আৰু এই লোক সকল কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই দিশত গুৰুত্ব আৰোপ কৰিবলৈকো মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক যথোচিত পদক্ষেপ ল’বলৈ কয়।

ইপিনে, সামাজিক মাধ্যমযোগে সমাজত হিংসা, ঘৃণা, অশান্তি বিয়পোৱা বাৰ্তা যাতে কোনেও বিয়পাব নোৱাৰে আৰু এই সন্ধিক্ষণত যাতে সমাজত শান্তি-সম্প্ৰীতি বাহাল থাকে তাৰ বাবে সামাজিক মাধ্যমৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ তাৎক্ষণিক সতৰ্কবাণী দিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষীবিভাগক নিৰ্দেশ দিয়ে। উল্লেখ্য যে অসমৰ ৩২ খন জিলা কৰ’না ভাইৰাছ সংক্ৰমণৰ সংক্ৰান্তত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে চিহ্নিত কৰা ‘হাই ৰিস্ক’ জিলাসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। সেয়ে এই জিলাসমূহত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ আৰক্ষী বিভাগক প্ৰস্তুত হৈ থাকিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownSarbananda SonowalSTAY HOME STAY HOME
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d