Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

    নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে

    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাত দুই লক্ষাধিকৰ মৃত্যু

publisher by publisher
April 27, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’নাত দুই লক্ষাধিকৰ মৃত্যু
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

মাত্ৰ ৩৭ দিনতেই ১০ হেজাৰৰ পৰা দুই লক্ষাধিকলৈ বৃদ্ধি হ’ল মৃতকৰ সংখ্যা

ADVERTISEMENT

কৰ’নাৰ গ্ৰাসত ত্ৰস্তমান হৈছে সমগ্ৰ বিশ্ব। বিশ্বৰ আগশাৰীৰ দেশসমূহক ইয়াৰ মৃত্যুযজ্ঞই কঁপাই তুলিছে। নানা বাধা নিষেধ, সামাজিক দূৰত্ব, তলাবন্ধৰ দৰে সতৰ্কতাৰ প্ৰায় সকলো ব্যৱস্থাই পূৰ্ণ কৰাৰ পিছতো কৰ’না আক্ৰমণত ক্ষত-বিক্ষত হৈছে বিশ্ব। প্ৰতিদিনে কেবাগুণে বৃদ্ধি হবলৈ ধৰিছে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা। বিশ্বত আজি কৰ’নাৰ আক্ৰমণৰ ফলত মৃতকৰ সংখ্যাই দুই লাখৰ অতিক্ৰম কৰিলে।

বিগত বৰ্ষৰ শেষৰ সময়ছোৱাত চীনৰ হুবেই প্ৰদেশৰ উহানৰ বাবে প্ৰথমে আৰম্ভ হয় ক’ভিড-১৯ ৰ সংক্ৰমণ। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা সমগ্র বিশ্বই ইয়াৰ মাৰাত্মক ৰূপ প্ৰত্যক্ষ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ ১৯৫ খন দেশৰ ভিতৰত ১৮৫ খনতে কৰ’না বিয়পি পৰিছে। আমেৰিকাৰ ভিতৰত ভাৰত, ৰাছিয়াৰ পৰা ব্ৰাজিল, ইৰাণৰ পৰা ইটালীকে ধৰি বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে সংক্ৰমণ বিয়পিছে। প্ৰতি মুহূৰ্ততে কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ভাইৰাছ বিশ্বত দীঘলীয়া সময় থাকিব আৰু সন্ত্ৰাস অব্যাহত থাকিব।

শেহতীয়া তথ্য অনুসৰি যোৱা ১০ ফেব্ৰুৱাৰীত বিশ্বজুৰি ক’ৰণাত মৃতকৰ সংখ্যা আছিল ১০১৮ জন। ইয়াৰ পাছত মাত্ৰ ১৪দিনৰ পিছত মৃতকৰ সংখ্যাই বিশ্বজুৰি ৫০ হেজাৰৰ সীমা অতিক্ৰম কৰিলে। যোৱা দুই এপ্ৰিলত মৃতকৰ সংখ্যা বৃদ্ধি হৈছিল ৫১,১০৮জন। ইয়াৰ পৰৱৰ্তী আঠ দিনৰ ভিতৰতে এক লক্ষ হল মৃতকৰ সংখ্যা। ইয়াৰ পিছত মাত্ৰ সাত দিনৰ ভিতৰত এই সংখ্যা ডেৰ লক্ষাধিক হয়। তাৰ পিছত দুই লক্ষ্  অতিক্ৰম কৰিবলৈ মাত্ৰ আঠ দিন সময়ৰ প্ৰয়োজন হয়। অৰ্থাৎ সমগ্ৰ বিশ্বজুৰি মৃতকৰ সংখ্যা এহেজাৰৰ পৰা ১০ হেজাৰ হবলৈ ৩৮ দিন প্ৰয়োজন হৈছিল। ইয়াৰ পাছৰ ৩৭ দিনত এই সংখ্যা দুই লক্ষ্ অতিক্ৰম কৰিলে। প্ৰতিষেধকবিহীন এই ভাইৰাছে প্ৰতিনিয়ত এইদৰেই নিঃশেষ কৰিছে মানুহৰ জীৱন।

ক’ভিড-১৯ৰ সৰ্বাধিক ক্ষতি হৈছে আমেৰিকাত। জন হপকিন্স ইউনিভাৰ্চিটিৰ পৰিসংখ্যা অনুসৰি আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় ১০ লাখ হৈছে। মৃতকৰ সংখ্যাও হ’ব প্ৰায় ৫৪ হেজাৰ। আমেৰিকাৰ স্বপ্ন নগৰী খ্যাত নিউয়ৰ্কতো মৃতকৰ সংখ্যা প্ৰায় ১৮ হেজাৰ হব। একেদৰে বিপৰ্যস্ত ইউৰোপৰ দেশসমূহ। স্পেইন ৰ পৰা ইটালী, ফ্ৰান্স ৰ পৰা জাৰ্মানী, ব্ৰিটেইন ৰ পৰা বেলজিয়াম সকলোতে ক’ৰণাই হাত দিছে।

ভাৰতৰ পৰিস্থিতি ইউৰোপ আমেৰিকাৰ দৰে নহ’লেও দৈনিক আক্ৰান্তৰ সংখ্যা উৰ্ধমুখী হৈ আছে। এই পৰ্যন্ত ২৮ হেজাৰৰ অধিক লোক আক্রান্ত হৈছে আৰু মৃত্যু হৈছে আঠশৰো অধিক। ভাৰতত পশ্চিমীয়া দেশসমূহৰ দৰে দ্রুত হাৰত সংক্ৰমণ বৃদ্ধি পোৱা নাই যদিও এনে হ’বলৈ হ’লে দুর্বল চিকিৎসা আন্তঃ গাথঁনিৰ দেশখনত বৃহৎ বিপদৰ সৃষ্টি হ’ব বুলি আশংকা প্ৰকাশ কৰা হৈছে।

বিশ্বৰ সাম্প্ৰতিক ইতিহাসত এনে ভয়াবহ অতীতৰ সময়ত পৰিলক্ষিত হোৱা নাই বুলি বিশেষজ্ঞসকলে কৈছে। বিগত শতিকাৰ দ্বিতীয় দশকৰ শেষৰ সময়ছোৱাত স্পেনিছ ফ্লু, ৬০ দশকৰ শেষত এছিয়ান ফ্লুত বিশ্বৰ দেশে দেশে লক্ষ লক্ষ মানুহৰ মৃত্যু হৈছিল। তাৰপাছত বৰ্তমানৰ শতিকাত ছোৱাইন ফ্লু, ই’বলা, জিকা ভাইৰাছৰ সংক্ৰমণ বিশ্বই প্রত্যক্ষ কৰিছে। কিন্তু কৰ’নাৰ দৰে এনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি পূর্বে উক্ত উল্লেখিত ৰোগ সমূহে সৃষ্টি কৰিব পৰা নাছিল। কৰ’নাৰ আক্ৰমণত কেৱল মানুহৰ জীৱনেই নহয়, অৰ্থনীতিৰো  মৃত্যুঘণ্টা বাজিবলৈ ধৰিছে। কিয়নো তলাবন্ধৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক উন্নয়ন নজৰবিহীনভাৱে ক্ষতিগ্ৰস্ত হৈছে। বিশ্ব বেংকৰ পূৰ্বানুমান মতে, আর্থিক বৃদ্ধিৰ হাৰ ভাৰতৰ দৰে দেশত বহু পূৰ্বৰে পৰা অৱনমিত হ’বলৈ ধৰিছিল। এতিয়া সাম্প্ৰতিক পৰিস্থিতিত এয়া অধিক বিপর্যস্ত হ’ব। কোৱা হৈছে যে বিগত ৪০ বছৰৰ ভিতৰত সৰ্বাধিক দুৰ্দশাগ্ৰস্ত হ’ব দক্ষিণ এছিয়াৰ দেশসমূহৰ অৰ্থনীতি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONASTAY HOME STAY SAFEWORLD FIGHTS CORONA
publisher

publisher

Related Posts

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী
Assam

September 4, 2026
মহানগৰীৰ বোন্দাজানত নিশা অঘটন
Assam

মহানগৰীৰ বোন্দাজানত নিশা অঘটন

September 4, 2026
ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক
International

ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

September 4, 2026
নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d