Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

শিৱসাগৰৰ বৌদ্ধিক মহলে তলাবন্ধক পৰিণত কৰিলে সৃষ্টিশীলতালৈ

samimsultana by samimsultana
May 4, 2020
in COVID-19, News
Reading Time: 1 min read
0
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

শিৱসাগৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ স’তে একেখন মঞ্চত অখিল গগৈ

উজনিত মিঞা কেন্দ্ৰীক বিষয়ক লৈ উত্তাল হৈ থকাৰ মাজতে কঠোৰস্থিতি জিলা প্ৰশাসনৰ ১৬৩ ধাৰা জাৰি

কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ সময়ত দেশৰ জনসাধাৰণ গৃহবন্দী হৈ আছে । এই সময়ত সকলোৱে সময় পাৰ কৰিছে ঘৰুৱা কামকাজৰ লগতে সৃষ্টিশীল কৰ্মত ৷ তলাবন্ধৰ সময়খিনিক সদব্যৱহাৰ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা যশস্বী কথাশিল্পী ইমৰান শ্বাহে প্ৰস্তুত কৰি উলিয়ালে দুখনকৈ গ্ৰন্থৰ পাণ্ডুলিপি। তদুপৰি এই দীঘলীয়া সময়খিনিত ইমৰান শ্বাহে যথেষ্ট সংখ্যক গ্ৰন্থ অধ্যয়ন কৰাৰ কথাও সদৰি কৰে ৷ তদুপৰি যশস্বী কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ এই পৃথিৱীৰ অসুখক লৈ যথেষ্ট উদ্বেগ বুলি মন্তব্য কৰে। তেওঁ তলাবন্ধৰ সময়ত চিংফৌ, টাই ফাকে,মেছ কছাৰী আদি গ্ৰন্থ অধ্যয়ন কৰি সময় পাৰ কৰিছে।

ADVERTISEMENT

গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ,বিশিষ্ট নিবন্ধকাৰ ড° সব্যসাচী মহন্তই তলাবন্ধৰ সময়খিনিৰ সদব্যৱহাৰ কৰি ভালেকেইটা সৃষ্টিমূলক কাম কৰিলে বুলি জানিবলৈ দিয়ে। শিৱসাগৰৰ আন এগৰাকী বিশিষ্ট নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰাই তলাবন্ধৰ সময়খিনি ঘৰতেই আৱদ্ধ থাকি বতৰৰ কিছু কৃষি কাৰ্য কৰাৰ লগতে তিনিটা গল্প লিখি উলিয়াই। লেখকসকলে সৃষ্টিশীলতা বৰ্তাই ৰাখিবলৈ আত্মমন্থণ, আত্মানুসন্ধান আৰু আত্মশ্লাঘাৰ প্ৰয়োজন আৰু তাৰ লগে লগে একাকীকত্বৰ সোৱাদৰো আৱশ্যক বুলি মন্তব্য কৰে পাৰ্থ প্ৰদীপ বৰাই। হাতত পোৱা অপৰ্যাপ্ত সময় পৰিয়ালৰ লগত আনন্দৰে কটোৱাৰ লগতে দুটা গল্প লিখা আৰু কিতাপ পঢ়ি সময় পাৰ কৰিলে নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° জীতেন কলিতাই।

শিৱসাগৰ জিলাৰ আন এগৰাকী লেখক তথা কে’বাখনো গ্ৰন্থৰ প্ৰণেতা, সংবাদসেৱাৰ স’তে জড়িত হৰেন চন্দ্ৰ নাথে তলাবন্ধৰ চল্লিশটা দিন লেখা মেলাৰ লগতে নিজ অঞ্চলৰ বাতৰি সংগ্ৰহ কৰি কটালে বুলি জানিবলৈ দিয়ে। তলাবন্ধৰ দীঘলীয়া সময়খিনি সাৰ্থকভাৱে পাৰ কৰিলে বুলি জনায় শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ সভাপতি তথা লেখক গৱেষক ড° প্ৰশান্ত কুমাৰ চুতীয়াই ৷ কিন্তু তলাবন্ধ দীঘলীয়া হোৱাটো নিবিচাৰে বুলি জনালে ড° চুতীয়াই । কাৰণ সামাজিক শৃংখলটো যিহেতু সম্পূৰ্ণ ৰূপে ভাগি পৰিছে । দুখীয়া শ্ৰেণীৰ লোকসকল সমস্যাত পৰিছে ৷ গতিকে গ্ৰীণ জ’নত কিছু পৰিমাণে তলাবন্ধ শিথিল কৰি স্বাভাৱিক জীৱন ঘূৰাই অনাত চৰকাৰে গুৰুত্ব দিয়াতো অত্যন্ত ভাল কাম হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovidFIGHT AGAINST COVID-19LockdownRavi Shankar PrasadSIBSAGAR
samimsultana

samimsultana

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d