Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰি আজিৰে পৰা উভতিব বহিঃৰাজ্যত কৰ্মৰত

publisher by publisher
May 12, 2020
in COVID-19, News
Reading Time: 1 min read
0
ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰি আজিৰে পৰা উভতিব বহিঃৰাজ্যত কৰ্মৰত
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

আজিৰে পৰা বহিঃৰাজ্যত কৰ্মৰত হৈ থকা হেজাৰ হেজাৰ যুৱক যুৱতী উভতি আহিব অসমলৈ । তাৰ বাবে স্বাস্থ্য বিভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । ইয়াক এক ডাঙৰ প্ৰত্যাহ্বান বুলি সদৰী কৰি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় “সুৰক্ষাৰ বাবেই প্ৰতিটো সমষ্টিত স্থানীয়ভাৱে কিছু সামাজিক গোট গঠন কৰা হ’ব । এই ক্ষেত্ৰত স্থানীয় বিধায়ক বা জন প্ৰতিনিধি, দল সংগঠন, সদাশয় ব্যক্তিক সহায় সহযোগিতা কৰিবলৈ আমি আহ্বান জনাইছো ৷ সকলো কথা চৰকাৰে কৰিব বুলি আশা কৰি থাকিলে নহ’ব । সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে এই ক্ষেত্ৰত সজাগ থাকিব লাগিব । কোৱাৰেন্টাইনত থকা ব্যক্তিসকল যাতে ঘৰতে থাকে, কোনো কাৰণতে যাতে ঘৰৰ পৰা ওলাই যাব নোৱাৰে সেই কথা সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে লক্ষ্য ৰাখিব লাগিব ৷”

ADVERTISEMENT

কোৱাৰেন্টাইনত থকা লোককো ঘৰৰ পৰা নোলাবলৈ তেওঁ আহ্বান জনায় । এই ক্ষেত্ৰত প্ৰয়োজন হ’লে সংশ্লিষ্ট পৰিয়ালৰ খোৱা-বোৱাৰ দায়িত্ব সমাজক ল’বলৈ তেওঁ কয় । মন্ত্ৰীজনে লগতে জনায় যে পূব অসমলৈ অহা যাত্ৰীসকলক লৈ ৰেলসমূহ ডিব্ৰুগড়লৈ যাব । তাত প্ৰতিজন যাত্ৰীৰ স্কীনিং কৰি নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হ’ব । সেইবাবে ডিব্ৰুগড়ত এটা মাণ্ডলিক স্কীনিং কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ তাৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ৷ উল্লেখযোগ্য যে মন্ত্ৰীজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ সংস্থাপন কৰা ৫০ খন আই চি ইউ সংলগ্ন বিছনা উদ্বোধন কৰে । ইয়াৰ ফলত চিকিৎসা মহাবিদ্যালয়খনত আই চি ইউৰ ৬৫ লৈ বৃদ্ধি হয় ।

তদুপৰি মন্ত্ৰীজনে জনায় যে অতি শীঘ্ৰে পুনৰ ৪০ খন আই চি ইউ বিচনা চিকিৎসা মহাবিদ্যালয়খনত মুকলি কৰা হ’ব । ড° শৰ্মাই বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকৰ বাবে স্থাপন কৰা স্কীনিং ব্যৱস্থাৰ বুজ লোৱাৰ উপৰি কাজিৰঙা বিশ্ববিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰৰো বুজ লয় । তাৰ পাছত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদদ্বয় তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাছাক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কোৱাৰেন্টাইন আৰু ক’ভিড ৰোগীৰ বাবে সা-সুবিধা বুজ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGAINST COVID-19HIMANTA BISWA SHARMA
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d