Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

    ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিশ্বত কৰ’না ভাইৰাছৰ সন্ত্ৰাস

publisher by publisher
May 16, 2020
in COVID-19, India, News, world
Reading Time: 1 min read
0
বিশ্বত কৰ’না ভাইৰাছৰ সন্ত্ৰাস
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে নমাই আনিছে ঘোৰ অমানিশা ৷ কৰ’না ভাইৰাছৰ কাৰণে প্ৰযুক্তি বিদ্যাৰে উন্নত দেশসমূহৰ অহংকাৰ সম্প্ৰতি তাছপাতৰ দৰে খহি পৰিছে। আহক চাওঁ এই পৰ্যন্ত বিশ্বত কৰ’না ভাইৰাছৰ কিছুমান তথ্য ৷

ADVERTISEMENT

১.বিশ্বত কৰ’না ভাইৰাত আক্ৰান্ত হৈছে ৪৬ লাখ ৪০ হাজাৰ ৩৩৯ জন লোক ৷ সুস্থ হৈ উঠিছে ১৭ লাখ ৫৭ হাজাৰ ২৮২ জন আৰু মৃত্যু হৈছে ৩ লাখ ০৮ হাজাৰ ৬১০ জন লোক ৷

২.ইণ্ডোনেছিয়াত বহিঃৰাজ্যৰ পৰা অহা লোকে দেখুৱাব লাগিব স্বাস্থ্যৰ প্ৰমাণ পত্ৰ ৷ এই নিয়ম বিদেশী আৰু প্ৰবাসী লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ৷

৩.ৰুছত এদিনতে কৰ’না ভাইৰাছত সংক্ৰমণ হৈছে ৯,২০০ জন লোক৷ দেশখনত ২ লাখ ৭২ হাজাৰতকৈ অধিক লোক সংক্ৰমণ হৈছে ৷

৪.আমেৰিকাত নৌসেনা বাহিনীৰ পাঁছজন নাবিকৰ দেহত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি ৷সম্প্ৰতি এই পাঁচজন লোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ সন্দৰ্ভত তদন্ত কৰিছে আমেৰিকাৰ প্ৰশাসনে ৷

৫.আমেৰিকাত বিগত ২৪ ঘন্টাত ১৬৮০ জন লোকৰ মৃত্যু হয় ৷দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৮৮ হাজাৰ ৷এই পৰ্যন্ত আমেৰিকাত কৰ’না ভাইৰাছত সংক্ৰমিত হয় ১৪ লাখ ৮৪ হাজাৰ ২৮৫ লোক ৷

৬.আনহাতে নিউয়ৰ্কত ২৭ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ সংক্ৰমিত হয় ৩লাখ ৫৬ হাজাৰ লোক ৷

৭.কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ সময়তে ভাৰতৰ প্ৰতি সৌহাৰ্দ্যপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ ট্ৰাম্পে কয়”আমি আমাৰ বন্ধু ভাৰতক ভেন্টিলেটৰ উপহাৰ দিম ৷ কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ সময়ত ভাৰত আৰু নৰেন্দ্ৰ মোডীৰ কাষত আমেৰিকা সদায় আছে। আমি কৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ একেলগে কাম কৰিম৷লগতে কৰ’নাৰ দৰে অদৃশ্য শত্ৰুৰ বিৰুদ্ধে আমি সদায় যুঁজ দিম” ৷

৮.লগতে ট্ৰাম্পে কৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন হ’লে জনসাধাৰণৰ মাজত কোনো কৰ অবিহনেই প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে ।

৯.লেটিন আমেৰিকা দেশ ব্ৰাজিলত কৰ’নাৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে ৷বিগত ২৪ ঘন্টাত কৰ’না ভাইৰাছৰ ১৫,৩০৫ জন লোক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে। দেশখনত ২ লাখ ১৮ হাজাৰতকৈও অধিক সংক্ৰমণ হৈছে ৷স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে এদিনতে ব্ৰাজিলত ৮২৪ জন লোকৰ মৃত্যু হৈছে ৷সম্প্ৰতি মৃতকৰ সংখ্যা ১৪ হাজাৰ ৮১৭ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ মাজতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়েৰ বোল্সনাৰোয়ে তলাবন্ধ শিথিল কৰি জিম,বিউটী পাৰ্লাৰ,আদি খুলিবলৈ অনুমতি দিয়ে ৷

১০.ইটালীত ৩ জুনৰ পৰা আৰম্ভ হ’ব আন্তৰাষ্ট্ৰীয় যাত্ৰা ৷ইয়াৰ লগে লগে ইটালীবাসীয়ে ইখন দেশৰ পৰা সিখন দেশলৈ যাত্ৰা কৰিব পাৰিব। ইটালীত ইতিমধ্যে কৰ’না ভাইৰাছে ৩১ হাজাৰ ৬১০ জন লোকৰ মৃত্যু হৈছে ৷ইয়াৰোপৰি ২ লাখ ২৩ হাজাৰ ৮৮৫ লোক সংক্ৰমিত হৈছে কৰ’না ভাইৰাছত ৷বিশ্বত কৰ’না ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত আমেৰিকা আৰু ব্ৰিটেইনৰ পিছতে ইটালীৰ স্থান ৷

১১.কৰ’না ভাইৰাছৰ আক্ৰান্তৰ ক্ষেত্ৰত পেৰুৰ স্থান দ্বাদশ(১২)৷ পেৰুত চীনতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ এতিয়ালৈকে দেশখনত ৮৪ হাজাৰ ৪৯৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ২৩৯২ জন লোক ৷

১২.আনহাতে চীনত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ২১ জন ৷ইয়াৰে ১৩ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ আগৰে পৰা ধৰা পৰা নাছিল ৷ইফালে উহানৰ ১.১ কোটি লোকৰ পুনৰ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হ’ব ।

১৩.দক্ষিণ কোৰিয়াত নতুনকৈ আক্ৰান্ত হৈছে ১৯ জন ৷ মুঠ আক্ৰান্ত হৈছে ১১,০৩৭ জন। ইফালে নাইট ক্লাবসমূহ খুলি দিয়া হৈছিল যদিও সম্প্ৰতি দক্ষিণ কোৰিয়াত বাৰকে আদি কৰি সকলো প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিছে প্ৰশাসনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaCorona VirusCovid-19DONALD TRUMPINDIA CORONA VIRUSNarendra Modiworld corona virus
publisher

publisher

Related Posts

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে
International

অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

September 5, 2026
ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!
News

ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

September 5, 2026
ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!
Assam

ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d