Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সমূহীয়া নামাজ অবিহনেই আজি পৱিত্ৰ ঈদ-ঊল-ফিটৰ

publisher by publisher
May 25, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
সমূহীয়া নামাজ অবিহনেই আজি পৱিত্ৰ ঈদ-ঊল-ফিটৰ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ইছলাম ধৰ্ম্মাৱলম্বী লোকসকলে পালন কৰিব পৱিত্ৰ ঈদ-ঊল-ফিটৰ। ৰমজানৰ অন্তত আকাশত জোন দেখাৰ পাছতে ৰাজ্যিক কেন্দ্ৰীয় হিলাল কমিতিয়ে এই কথা নিশ্চিত কৰে। অৱশ্যে সাম্প্ৰতিক কৰ’না পৰিস্হিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ সমূহীয়া নামাজ অবিহনেই ঈদ উদ্যাপন কৰা হ’ব। ত্যাগ, সংযম, প্ৰেম আৰু ভাতৃত্ববোধৰ প্ৰতীক ঈদ-ঊল- ফিটৰ উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্ম্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে। এক শুভেচ্ছা বাৰ্তাত ৰাজ্যপালে কয় যে পৱিত্ৰ ঈদ-ঊল-ফিটৰে সমাজত বৰ্তি থকা প্ৰেম আৰু ভাতৃত্ববোধৰ বান্ধোন আৰু অধিক শক্তিশালী কৰিব। মানৱ কল্যাণৰ স্বাৰ্থত এই জটিল সন্ধিক্ষণত  বিশ্ব শান্তিৰ বাবে ঘৰতে মাজি সামাজিক দূৰত্ব বজাই ৰাখি ইছলাম ধৰ্ম্মাৱলম্বী লোকসকলক পৱিত্ৰ ঈদ-ঊল-ফিটৰ পালন কৰিবলৈ তেওঁ আহ্বান জনায় ।

ADVERTISEMENT

ঈদ-ঊল-ফিটৰ উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্ম্মাৱলম্বী লোকসকলক আন্তৰিক শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এক শুভেচ্ছা বাৰ্তাত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ঈদ-ঊল-ফিটৰ ইছলাম ধৰ্ম্মাৱলম্বী লোকৰ এক পৱিত্ৰ উৎসৱ । এই উৎসৱে ত্যাগ, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে। ঈদ-ঊল-ফিটৰ পালনৰ জৰিয়তে মানুহৰ মাজত থকা প্ৰেম আৰু ভাতৃত্ববোধৰ লগতে পাৰস্পৰিক  বুজাবুজি অধিক সুদৃঢ় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। লগতে কৰ’না ভাইৰাছ(ক’ভিদ-১৯)অতিমাৰীৰ  এই জটিল সন্ধিক্ষণত মানৱ জাতিৰ ৰক্ষাৰ বাবে পৱিত্ৰ  ঈদত প্ৰ্থনা কৰিবলৈও তেওঁ ইছলাম ধৰ্ম্মাৱলম্বীক আহ্বান জনায়। তদুপৰি এই সময়ছোৱাত কভিদ-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জাৰি কৰা নীতি নিৰ্দেশনাসমূহ পালনত গুৰুত্ব দিয়াৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। একেদৰে পৱিত্ৰ  ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে ।

এক শুভেচ্ছা বাৰ্তাত তেওঁ কয় যে ত্যাগ, সংযম, প্ৰেম আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ-ঊল-ফিটৰে সকললৈ কঢ়িয়াই আনক শান্তি আৰু সমৃদ্ধি। লগতে এই সময়ছোৱাত নিজৰ উপৰি সমাজৰ কল্যাণৰ স্বাৰ্থত ইছলাম ধৰ্মাৱলম্বী লোকসকলক নিজ নিজ ঘৰতে ঈদ-ঊল-ফিটৰৰ নামাজ আদায় কৰিবলৈও তেওঁ আহ্বান জনায়। নামাজ আদায়ৰ নামত যাতে তলাবন্ধা নীতি-নিৰ্দেশনা উলংঘা নহয় সেয়ে নিশ্চিত কৰিবলৈ প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অগপ সভাপতি অতুল বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, অগপৰ কাৰ্য্যকাৰী সভাপতি কেশৱ মহন্ত, অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধি, আঠগাঁও কবৰস্হান কমিতিৰ উপদেষ্টা নেকিব ইমাম শইকীয়াকে ধৰি বিভিন্ন দল – সংগঠন তথা ব্যক্তি বিশেষে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19Eid al-FitrFIGHT AGAINST COVID-19
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d