Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ক’ভিড কলাৰটিউন: জেছলিন আজি সকলোৰে মাজত কন্ঠস্বৰৰে পৰিচিত

publisher by publisher
June 11, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
ক’ভিড কলাৰটিউন: জেছলিন আজি সকলোৰে মাজত কন্ঠস্বৰৰে পৰিচিত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সমান্তৰালভাৱে ৩০ছেকেণ্ডৰ এটি কলাৰটিউনক লৈ সম্প্ৰতি সৰৱ চর্চা চলি আছে সমগ্ৰ দেশজুৰি ।বিগত মাৰ্চৰে পৰা ম’বাইলে ম’বাইলে বাজিব লৈছে এই কলাৰটিউন । ক’ভিড কলাৰটিউন হিচাপে পৰিচিত এই কলাৰটিউন  নুশুনা লোক সম্প্ৰতি দেশত নাই বুলিলেও আচৰিত হ’বলগীয়া নহ’ব । এজনে আনজনলৈ ফোনযোগে যোগাযোগ কৰিলেই শুনিবলগীয়া হয় এই কলাৰটিউন । সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত এই কলাৰটিউনযোগে দেশবাসীক কৰ’না ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পৰাকৈ সতৰ্ক কৰা হয়; কিন্ত বহুতেই নাজানে ক’ভিড কলাৰ টিউনৰ নেপথ্যৰ কাহিনী ।কলাৰটিউনৰ নেপথ্যৰ মহিলা কণ্ঠস্বৰৰ গৰাকী কোন অথবা কোনে প্ৰস্তুত কৰিছে এই কলাৰটিউন আদিৰ বিষয়েও জানিব বিচাৰে বহুজনে । কলাৰটিউনত কণ্ঠদান কৰিছে কণ্ঠশিল্পী জেচলিন ভল্লাই ।

ADVERTISEMENT

যোৱা সময়ছোৱাত এই কলাৰটিউন নিজেও শুনিবলগীয়া হৈছে ভল্লাই । সম্প্ৰতি এক সাক্ষাৎকাৰত ভল্লাই কয়, ‘প্ৰথমে এই কলাৰটিউন সন্দৰ্ভত মোৰ কোনো ধাৰণা নাছিল । ইমান দীঘলীয়াকৈ এই কলাৰটিউন বাজিব বুলিও মই ভবা নাছিলো । মোৰ কন্ঠস্বৰ দেশৰ জনগণৰ ম’বাইলে ম’বাইলে বজাৰ কথা মই কল্পনাও কৰিব পৰা নাছিলো । এই কলাৰটিউন প্ৰস্তুতৰ বাবে মোৰ স’তে যোগাযোগ কৰাৰ সময়ত তলাবন্ধ আৰম্ভ হৈছিল । তেনে সময়তে ষ্টুডিঅ’ৰ প্ৰয়োজকৰ পৰা মোলৈ এটা ফোন আহে ।মোক কোৱা হয় যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা এটি কামৰ নিবেদন কৰা হৈছে । পৰিস্থিতিৰ গুৰুত্ব বুজি কন্ঠ নিক্ষেপণ সঠিকভাৱে কৰিব লাগিব । কণ্ঠত থাকিব লাগিব গাম্ভীৰ্যতা । তদুপৰি কণ্ঠত বন্ধুত্বপূৰ্ণ সহায়ৰ আভাসো থাকিব লাগিব ।আনহাতে, এই কাম অতি সোনকালে সম্পন্ন কৰিব লাগিব বুলিও মোক সোঁৱৰাই দিয়া হয় ।

উল্লেখ্য যে ভল্লাই কলাৰটিউনত কন্ঠ দিবলৈ ষ্টুডিঅ’লৈকো আহিবলগীয়া নহ’ল । ঘৰত বহিয়েই বাণীবদ্ধ কৰা হয় ‘ক’ভিড কলাৰটিউন । ইংৰাজী আৰু হিন্দী ভাষাত এই কলাৰটিউনৰ বাবে ভল্লাৰ কণ্ঠস্বৰ বাণীবদ্ধ কৰা হয় । নিজৰ কণ্ঠস্বৰ সন্দৰ্ভত ভল্লাই কয়, ‘কণ্ঠস্বৰ বাণীবদ্ধ কৰাৰ সময়ত মই ভাবিছিলো হয়তো ১০দিন মানলৈ এই কলাৰটিউন বাজিব; কিন্ত মোৰ ধাৰণা ভুল প্ৰমাণিত হ’ল । কৰ’না বিৰোধী যুজঁ মোৰ কণ্ঠস্বৰৰ দ্বাৰা সাৱধানবাণী শুনায়ে আৰম্ভ কৰা হ’ল । ফোন কৰাৰ সময়ত ৩০ছেকেণ্ড ধৰি মই নিজৰ কণ্ঠস্বৰ শুনি থাকিবলৈ প্ৰথমে অতিকৈ অস্বস্তিত পৰিছিলো । অনুভৱ হৈছিল কিছু ভৌতিক অভিজ্ঞতা । পাছত অৱশ্যে অভ্যাসত পৰিণত হ’ল সকলো ।

‘বহুজনৰ বাবে ক’ভিড কলাৰটিউন বিৰক্তিদায়ক হ’লেও এই কলাৰটিউনক বৰ্তমান পৰিস্থিতিত অস্বীকাৰ কৰিবও নোৱাৰি ।কলাৰটিউনৰ এই সাৱধানবাণী ছ’চিয়েল মিডিয়াতো জনপ্ৰিয় হৈছে । জেছলিন ভল্লা কণ্ঠশিল্পী হোৱাৰ পূৰ্বে ক্ৰীড়া সাংবাদিক হিচাপে পৰিচিত আছিল । কণ্ঠশিল্পী হিচাপে যোৱা এটা দশক ধৰি জড়িত হৈ আছে । বহু বিজ্ঞাপনত ব্যৱহাৰ হৈছে ভল্লাৰ কণ্ঠস্বৰ । অৱসৰৰ সময়ত গীত আৰু কবিতাও লিখে ভল্লাই; কিন্ত ক’ভিড কলাৰটিউনৰ পূৰ্বে ইমান জনপ্ৰিয়তা লাভ কৰা নাছিল ভল্লাই ।পৰিচিত-অপৰিচিত বহুজনে এই কলাৰটিউনৰ বাবে অভিনন্দন জনাইছে ভল্লাক । অৱশ্যে কৰ’না সংক্ৰমণৰ বৰ্তমান সময়ত অন্যান্য ক্ষেত্ৰৰ দৰেই কণ্ঠস্বৰ দিয়া শিল্পী সকলেও কাম হেৰুৱাবলগীয়া হোৱাত ‘ভইচ অভাৰ’ উদ্যোগ সমানেই ক্ষতিৰ সন্মুখীন হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19Lockdown
publisher

publisher

Related Posts

৩২ বছৰত পদাৰ্পণ দৈনিক অগ্ৰদূতৰ, সংবাদ সেৱাৰ যাত্ৰাত নতুন অধ্যায়
Assam

October 7, 2026
Dainik Agradoot Today’s Edition: 7th Oct 2026

মঙলদৈত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ সামৰণি

October 6, 2026
অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d