Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অভূতপূৰ্ব সংকটৰ দুৱাৰডলিত বিশ্ব : ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী

publisher by publisher
June 12, 2020
in COVID-19, News, world
Reading Time: 1 min read
0
কৰ’না পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অভূতপূৰ্ব সংকটৰ দুৱাৰডলিত বিশ্ব : ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দুবেলা দুমুঠি অন্ন যোগাৰ কৰাটো এতিয়া বিশ্বৰ বহু লোকৰ বাবে হৈ পৰিব এক দুখৰ বিষয়। আফ্ৰিকাৰ দৰিদ্ৰ দেশৰ পৰা আৰম্ভ কৰি ভাৰতৰ দৰে উন্নয়নশীল দেশৰ কথা বাদেই, তথাকথিত ধনী দেশসমূহতো যদি খাদ্য যোগাৰ কৰিব নোৱাৰি নাগৰিকৰ প্ৰাণ যোৱাৰ অৱস্থা হয় তেন্তে আচৰিত হ’বলগীয়া একো নাথাকিব। কিয়নো বিশ্ব আজি এক বৃহৎ খাদ্য সংকটৰ দুৱাৰডলিত থিয় দিছে। এই সংকট ইমান গভীৰ যে সেয়া কমেও বিগত ৫০ বছৰত কোনেও দেখা নাই। এই সতৰ্কবাণী শুনাইছে ৰাষ্ট্ৰসংঘই। ৰাষ্ট্ৰসংঘৰ মূৰব্বী এণ্টনীঅ’ গুটেৰেছে সতৰ্ক কৰি দি কৈছে যে কৰ’নাৰ পৰিপ্ৰেক্ষিতত বিগত ৫০ বছৰৰ ভিতৰত সৰ্বাধিক ভয়াৱহ খাদ্য সংকটৰ সৃষ্টি হ’ব বিশ্বজুৰি ।

ADVERTISEMENT

ৰাষ্ট্রসমূহ যদি এতিয়াৰ পৰা সাৱধান নহয়, তেন্তে অধিক ভয়াবহ দিন সমাগত। ৰাষ্ট্ৰসংঘই দুৰ্যোগ আঁতৰাবলৈ চৰকাৰক খৰতকীয়াকৈ কাম কৰিবলৈ কৈছে। ‘তাৎক্ষণিক ব্যৱস্থা লোৱা নহয়, তেন্তে ক্ৰমাগতভাৱে এই কথা স্পষ্ট হৈছে যে বিশ্বজুৰি জৰুৰীকালীন খাদ্য ব্যৱস্থাৰ সৃষ্টি হ’ব, যাৰ দীঘলীয়া প্ৰভাৱ পৰিব লাখ লাখ শিশু আৰু প্ৰাপ্তবয়স্কৰ ওপৰত।’ এইদৰে কয় ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে। তেওঁ কয় যে দৰিদ্ৰ লোকৰ বাবে উত্তম সামাজিক সুৰক্ষাৰ জৰুৰীকালীন প্ৰয়োজন আছে কিয়নো কৰ’না ভাইৰাছৰ লগে লগে মন্দাৱস্থাৰ কলা ছাঁয়ে আগুৰি ধৰিছে। ফলত সাধাৰণ পৰিপুষ্টিৰ লাভ কৰাটো দৰিদ্ৰ লোকৰ হাতৰ বাহিৰৰ বিষয় হৈ পৰিব বুলি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে উদ্বেগ ব্যক্ত কৰে। তেওঁ কয়, আমি এই বিশ্ব মহামাৰীৰ নিয়ন্ত্ৰণৰ বাবে চলোৱা আমাৰ প্ৰচেষ্টাৰ শোচনীয় প্ৰভাৱ পৰিহাৰ কৰিবলৈ এতিয়াই সক্ৰিয় হ’ব লাগিব।’

কৰ’না পৰিস্থিতিৰ ভয়াবহতাৰ ফলত বিশ্বত মুঠ জনসংখ্যাৰ অন্ততঃ ১০ শতাংশই অতি সোনকালে নিজ খাদ্য সুৰক্ষা হেৰুৱাব। সময়ৰ লগে লগে এই সংখ্যা বৃদ্ধি পাব। তলাবন্ধই নিশ্চিতভাৱে খাদ্য আবন্টন ব্যৱস্থাত বৃহৎ আঘাত শোধাইছে। ইয়াত কোনো সন্দেহ নাই। পৰিবহণ ব্যৱস্থা বন্ধ হৈ থকাত খেতি পথাৰতে নষ্ট হৈছে উৎপাদিত শস্য। মানুহৰ ঘৰলৈ সেই শস্য নিব পৰা নাই। ইয়াৰ ফলত মূল্যবৃদ্ধি হৈছে। বিশ্বৰ প্ৰায় পাঁচ কোটি অৰ্থাৎ ৪.৯ কোটি মানুহ এই তালিকাত অন্তৰ্ভুক্ত হৈছে। অতি দুখৰ বিষয় যে ২০ শতাংশ শিশু থাকিব লাগিব অনাহাৰে। সচিব প্ৰধানৰ মতে ইয়াৰ পূৰ্বৰ বিভিন্ন মহামাৰী উদ্ভৱ পৰিস্থিতিৰ পৰা শিক্ষা লৈ এইবাৰো খাদ্য সংকট আৰু অন্যান্য সমস্যাৰ স’তে যুজঁ কৰি দেশ আগুৱাই যাব লাগিব। অৱশ্যে এইবাৰৰ সমস্যা আনবাৰতকৈ কিছু কঠিন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19LockdownWORLD FIGHTS CORONA
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d