Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কাশ্মীৰক নিৰাপত্তা বাহিনীয়ে ধ্বংস কৰিলে পাকিস্তানী সন্ত্ৰাসবাদীৰ ড্ৰ’ণ

publisher by publisher
June 21, 2020
in India, News
Reading Time: 1 min read
0
কাশ্মীৰক নিৰাপত্তা বাহিনীয়ে ধ্বংস কৰিলে পাকিস্তানী সন্ত্ৰাসবাদীৰ ড্ৰ’ণ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

সন্ত্ৰাসবাদীলৈ অস্ত্ৰ সৰবৰাহ কৰা এখন পাকিস্তানী ড্ৰ’ণ ধ্বংস কৰিলে সীমান্তৰক্ষী বাহিনীয়ে ৷ আৰক্ষী সূত্ৰই জনোৱা মতে “শনিবাৰে পুৱা জম্মু কাশ্মীৰৰ আকাশত উৰি থকা পাক ড্ৰ’ণখন বি এছ এফৰ দল এটাই কাঠুৱাৰ সমীপত গুলি কৰি ভূপতিত কৰে ৷ উক্ত ড্ৰ’ণৰ পৰা উদ্ধাৰ হৈছে কিছু অস্ত্ৰ শস্ত্ৰ ৷ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ড্ৰ’ণৰ পৰা এটা মাৰ্কিন এম ৪ ৰাইফল,দুটা মেগাজিন আৰু প্ৰচুৰ বিস্ফোৰক উদ্ধাৰ হয় ৷” ইতিমধ্যে আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰসমূহ জব্দ কৰিছে ৷ উল্লেখযোগ্য যে কিছুমাহৰ পূৰ্বে জম্মুত নিহত জঈছ ই মহম্মদৰ এজন সন্ত্ৰাসবাদীৰ পৰাও এই ধৰণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল ৷ কাশ্মীৰ উপত্যকাত অৱস্থান কৰি থকা সন্ত্ৰাসবাদীলৈ অস্ত্ৰ সৰবৰাহ কৰাৰ বাবেই পাক ড্ৰ’ণখন প্ৰেৰ কৰা হৈছিল বুলি আৰক্ষীয়ে দাবী কৰিছে ৷

ADVERTISEMENT

এজন উচ্চ পদস্থ আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় “যি জন সন্ত্ৰাসবাদীৰ কাৰণে অস্ত্ৰ শস্ত্ৰ প্ৰেৰণ কৰা হৈছিল তেওঁৰ নাম জনা গৈছে । পাক ড্ৰ’ণখনৰ পে’ লোডতে লিখা আছিল সন্ত্ৰাসবাদীজনৰ নাম ৷ আলী ভাই ৷ তেওঁ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জঈজ ই মহম্মদ সদস্য ৷” আৰক্ষী বিষয়াজনে লগতে সদৰী কৰিছে যে ধৰ্বংসপ্ৰাপ্ত ড্ৰ’ণখন আঠ ফুট বহল । কাঠুৱা ছেক্টৰৰ বি এছ এফৰ চকীৰ ঠিক বিপৰীত দিশে থকা এখন পাকিস্তানী চকীৰ পৰাই ড্ৰ’ণখন প্ৰেৰণ কৰাৰ লগতে নিয়ন্ত্ৰণ কৰা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ পুৱা পাঁচ বজাত বিএছ এফৰ দল এটাই উক্ত অঞ্চলটোত তহল দি ফুৰিছিল ৷

তেতিয়াই ভাৰতীয় সীমান্তৰ ভিতৰৰ আকাশত উৰি থকা ড্ৰ’ণখন তেওঁলোকৰ দৃষ্টি গোচৰ হয় ৷ ড্ৰ’ণ খনে ভাৰতীয় অঞ্চলৰ ২৫০ মিটাৰ ভিতৰত প্ৰবেশ কৰিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে ৷ বি এছ এফৰ জোৱানসকলে লগে লগে ড্ৰ’ণখনলৈ লক্ষ্য কৰি ন জাঁই গুলি কৰে ৷ ফলত ভূ পতিত হয় বিমানখন ৷ উচ্চ পদস্থ আৰক্ষী বিষয়াজনা মতে “শান্তি বিঘ্নিত কৰাৰ লক্ষ্যৰে উপত্যকাত সক্ৰিয় হৈ থকা জঈছ ই মহম্মদৰ সন্ত্ৰাসবাদীসকলক অধিক সক্ষম কৰিবলৈকে যে পাকিস্তানে সকলো সময়তে চেষ্টা চলাই আছে এই ঘটনাই আকৌ এবাৰ সেই কথা প্ৰমাণ কৰিলে ৷”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaJammu and KashmirKathuaPakistani Drone
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d