Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

আপুনি “নেপ’টিজম” ৰ বিৰোধ কৰে তেন্তে কৰক♦কিন্তু ইয়াত সুশান্ত সিং ৰাজপুতৰ নাম ব্যৱহাৰ নকৰিব

publisher by publisher
June 24, 2020
in Entertainment, India, News
Reading Time: 1 min read
0
আপুনি “নেপ’টিজম” ৰ বিৰোধ কৰে তেন্তে কৰক♦কিন্তু ইয়াত সুশান্ত সিং ৰাজপুতৰ নাম ব্যৱহাৰ নকৰিব
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানত ৰাজনৈতিক উত্তেজনা, ইমৰান খানৰ দলৰ ১৮০ নেতা-কর্মী গ্ৰেপ্তাৰ!

কাৰাবন্দী অৱস্থাতে ইমৰান খানক পাকিস্তানী সেনা-আইএছআইৰ দ্বাৰা হত্যা!

শ্বাহৰুখ খান-বিক্রান্ত মেছী শ্রেষ্ঠ অভিনেতা, শ্রেষ্ঠ অভিনেত্ৰী ৰাণী

প্ৰয়াত ইৰফান খানৰ পুত্ৰ বাবিলৰ সকলো চলচ্চিত্ৰ প্ৰেমীলৈ এক বিশেষ আহ্বান

সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত বলীউডত “স্বজনপ্ৰীতি”ৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ।সুশান্তৰ আত্মহত্যাৰ কাৰণে “নেপ’টিজম” অৰ্থাৎ”স্বজনপ্ৰীতি”য়েই মূল কাৰণ বুলি সকলোৱে মন্তব্য কৰিছে ৷ইয়াৰ মাজত এই সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত অভিযোগ,প্ৰতিঅভিযোগ,যুক্তি তৰ্ক আদিৰে ভৰি পৰিছে ৷ঠিক এনে সময়তে বিগত সময়ত মৃত্যু হোৱা প্ৰয়াত ইৰফান খানৰ পুত্ৰ বাবিলে সকলো চলচ্চিত্ৰ প্ৰেমীলৈ এক বিশেষ আহ্বান কৰিছে।

ADVERTISEMENT

https://www.instagram.com/p/CBxyY3-gEAR/?utm_source=ig_web_button_share_sheet

বাবিলে ইনষ্টাগ্ৰামত এটা প’ষ্টৰ জৰিয়তে বলীউড “স্বজনপ্ৰীতি”ৰ বশৱৰ্তী বুলি সমৰ্থন জনাইছে যদিও, সুশান্তৰ আত্মহত্যাক কেন্দ্ৰ কৰি এই বিষয়টো চৰ্চা নকৰিবলৈ আহ্বান কৰে ৷বাবিলে পিতৃ ইমৰান খান আৰু সুশান্ত সিং ৰাজপুতৰ এখন ফ’টো শ্বেয়াৰ কৰি লিখে “এইয়া এতিয়াও সমাধান হোৱা নাই ৷আমি দুজন বহু প্ৰতিভাৱান লোকক হেৰুৱাই দিলো ৷যেনেধৰণে সুশান্ত গ’ল সেয়া বহু দুৰ্ভাগ্যজনক ।আমি এতিয়া ইজনে সিজনক দোষাৰোপ কৰাত ব্যস্ত আছো। এইয়া বহু নিৰাশাজানক কথা । কাৰণ এজনে আনজনৰ ওপৰত দোষাৰোপ কৰি একো লাভ নহয়। মই আপোনালোকক আহ্বান কৰিছো এনে দুৰ্ভাগ্যজনক ঘটনাৰ কাৰণে এজনে আনজনৰ ওপৰত দোষ জাপি দিবলৈ বন্ধ কৰক। লগতে বাবিলে লিখে ” যিসকল লোকৰ জীৱনত সুশান্তৰ এনেধৰণৰ কাৰ্যই প্ৰভাৱ পেলাইছে ৷তেওঁলোকৰ কাৰণেও এই সমগ্ৰ পৰিস্থিতিতো অত্যন্ত দুৰ্ভাগ্যজনক। সম্প্ৰতি সেই লোকসকলক কাম কৰিবৰ কাৰণে অনুপ্ৰেৰণা দিব লাগে। মই ক’ব বিচাৰো যে সুশান্ত নাম নোলোৱাকৈ এই সমগ্ৰ ঘটনাৰ প্ৰসংগ তদন্ত কৰক ।যদি আপুনি “নিপ’টিজম” ৰ বিৰোধ কৰে তেন্তে কৰক। কিন্তু ইয়াত সুশান্ত সিং ৰাজপুতৰ নাম ব্যৱহাৰ নকৰিব। এই মন্তব্য ইমৰান খানৰ পুত্ৰ বাবিলৰ ৷

উল্লেখযোগ্য যে ১৪ জুনত মুম্বাইৰস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰে ৷আৰক্ষীৰ প্ৰাথমিক তদন্তত সুশান্ত মৃত্যু বিগত ছমাহৰ পৰা হৈ থকা ডিপ্ৰেছনৰ কাৰণে হৈছে বুলি কোৱা হৈছে ৷ আনহাতে বিগত সময়ত সুশান্তৰ হাতৰ পৰা এখন এখনকৈ সাতখন ছবিৰ কনট্ৰেক্ট গুচি গৈছিল ।ইয়াৰ পিছত অত্যাধিক ডিপ্ৰেছনৰ সন্মুখীন হৈ আত্মহত্যা কৰে সুশান্তে। ইফালে একাংশই সুশান্তক হত্যা কৰা হৈছে বুলিও অভিযোগ কৰিছে ৷ অৱশ্যে এতিয়া অতি ক্ষিপ্ৰ গতিৰে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰা হৈছে ৷অনাগত সময়তহে জানিব পাৰিব সুশান্ত সিং ৰাজপুতৰ দৰে এজন প্ৰতিভাৱান অভিনেতাই কি কাৰণে এনে এক পন্থা বাছি ল’লে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bollywood NewsImran khanRIP Sushant Singh Rajput
publisher

publisher

Related Posts

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d