Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বেণ্ডপাৰ্টি লৈ দৰা নহয়, আহিল আৰক্ষীঃ কিন্তু কিয়?

publisher by publisher
July 18, 2020
in India, News
Reading Time: 1 min read
0
বেণ্ডপাৰ্টি লৈ দৰা নহয়, আহিল আৰক্ষীঃ কিন্তু কিয়?
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Guwahati:মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত

বেণ্ডপাৰ্টিৰ শব্দ শুনি চুবুৰীয়াৰ বাসিন্দাসকল আচৰিত হৈছিল ৷ এই তলাবন্ধৰ মাজত কোনে এইদৰে বিবাহৰ আয়োজন কৰিলে ৷ তাকো ওচৰ চুবুৰীয়া কোনেও নজনাকৈ ৷ বহুতে বেণ্ডপাৰ্টি লৈ গান বাজনা কৰি অহা বৰযাত্ৰীক চাবলৈ আহিল ৷ কিন্তু বাহিৰলৈ আহিয়েই সকলো স্তম্ভিত হ’ল ৷ বেণ্ডপাৰ্টি বজাই কোনো দৰাই কইনা নিবলৈ অহা নাই ৷ বৰঞ্চ আৰক্ষীহে আহিছে এজন অভিযুক্তক নিবলৈ ৷

ADVERTISEMENT

সম্প্ৰতি এই মজাৰ ঘটনা সংঘটিত হ’ল বিহাৰত ৷ বিহাৰ আৰক্ষীৰ অপৰাধ দমন শাখাৰ কাৰ্যকলাপৰ এক বিশেষ কৌশল শেহতীয়াকৈ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ কেতিয়াবা যদি অপৰাধীক কৰায়ত্ত কৰা বাবে তান্ত্ৰিকৰ শৰণাপন্ন হয়, আন কেতিয়াবা আকৌ আইন ভংগকাৰীক বিমান কৰাই দিয়ে ৷ ঠিক এনে এক অভিনৱ কাণ্ডৰে বিহাৰৰ আৰক্ষীয়ে শিৰোনামা দখল কৰিছে ৷

এই কাণ্ড সংঘটিত হৈছে ৰাজ্যখনৰ ভাগলপুৰৰ মাডোয়া জিলাত ৷ চন্দন যাদৱ নামৰ এজন অভিযুক্তৰ বাসগৃহত বেণ্ডপাৰ্টি লৈ উপস্থিত হয় বিহাৰ আৰক্ষী৷ অভিযুক্ত চন্দনৰ বিৰুদ্ধে একাধিক গোচৰ আদালতত বিচৰাধীন হৈ আছে ৷ কিন্তু বিগত কিছুদিন ধৰি তেওঁ পলাতক । ইয়াৰ মাজতে চন্দনৰ নামত আদালতৰ পৰা চমনো জাৰি হয় । দুদিনমানৰ পূৰ্বে আৰক্ষীয়ে গৈ লোকজনৰ ঘৰত আদালতৰ চমন আঁৰি থৈ আহে ৷ লগতে পৰিয়ালৰ লোকক পৰামৰ্শ দিয়ে যে তেওঁলোকে যাতে চন্দনক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰায় ৷

আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বে আত্মসমৰ্পন নকৰিলে চন্দন বিৰুদ্ধে অভিযান চলোৱা হ’ব ৷ আৰক্ষীয়ে পৰিয়ালৰ লোকক ক’লে এইবাৰ তেওঁলোকে আনন্দ ফুৰ্তি কৰিলে ৷ কিন্তু পুনৰ আহিবলগীয়া হ’লে কোনো আনন্দ ফুৰ্তি নাথাকিব ৷ আৰক্ষীয়ে পৰিয়ালৰ লোকক কয় যে চন্দনক আত্মসমৰ্পন কৰোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ আৰক্ষীৰ এই কাৰ্যই সকলোৰে মাজত চৰ্চা লাভ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BiharLockdown
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d