Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ঐতিহাসিক গুৰুদ্বাৰ ভাঙি মছজিদৰ প্ৰস্তুতি

publisher by publisher
July 29, 2020
in India, News
Reading Time: 1 min read
0
ঐতিহাসিক গুৰুদ্বাৰ ভাঙি মছজিদৰ প্ৰস্তুতি
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

লাহোৰৰ এটা ঐতিহাসিক গুৰুদ্বাৰ ভাঙি মছজিদলৈ ৰূপান্তৰ কৰাৰ প্ৰস্তুতি চলাৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই বিষয়ত ইতিমধ্যে ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । উল্লেখ্য যে কিছুদিনৰ পূৰ্বে বৰ্তমানৰ পাকিস্তানত থকা এসময়ৰ গান্ধাৰ সভ্যতাৰ এক অত্যন্ত মূল্যবান নিদৰ্শন ভাঙি ধ্বংসস্তূপত পৰিণত কৰা হৈছিল । সেইদৰে পাকিস্তানত এটা মন্দিৰ নিৰ্মাণতো একাংশ পাক নাগৰিকে বাধা প্ৰদান কৰিছিল। এইবাৰ মছজিদলৈ ৰূপান্তৰ কৰাৰ চেষ্টা চলোৱা হৈছে লাহোৰত থকা ঐতিহাসিক গুৰুদ্বাৰটো । এই পৰিপ্ৰেক্ষিততে ধর্মীয় স্বাধীনতা ক্ষুণ্ণ কৰাৰ অভিযোগত নতুন দিল্লীত থকা পাক উচ্চায়ুক্তৰ ওচৰত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতে ।

ADVERTISEMENT

বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই প্ৰসংগত কয়, ‘এই বিষয়ত পাক উচ্চাযুক্তত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । লাহোৰৰ নাওলাখা বাজাৰ অঞ্চলত আছে ছহিদি আস্থান গুৰুদ্বাৰ। উক্ত স্থানতে শ্বহীদ হৈছিল ভাই তাৰু সিংজী, কিন্তু সেই গুৰুদ্বাৰক শ্বাহীদগঞ্জ মছজিদৰ স্থান বুলি দাবী কৰিছে পাকিস্তানে । কিছু লোকে সেই ঐতিহাসিক গুৰুদ্বাৰক মছজিদলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলাই আছে । এই বিষয়ত ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে। আমি পাকিস্তানক তেওঁলোকৰ সংখ্যালঘু নাগৰিকসকলৰ অধিকাৰ আৰু নিৰাপত্তা অটুট ৰাখিবলৈ আহ্বান জনাইছো।’

ইপিনে এই ঘটনাত প্ৰবল ক্ষোভ প্ৰকাশ কৰিছে আকালি দলে । ৰাজনৈতিক দলটোৱে পাকিস্তানত সংখ্যালঘু শিখসকলক ন্যায় প্ৰদানৰো দাবী জনাইছে । আনহাতে, বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙেও । টুইট কৰি বিষয়টো উত্থাপন কৰি পাকিস্তানত শিখসকলৰ সুৰক্ষাৰ বিষয়টো নিশ্চিত কৰাৰ বাবে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ আবেদন জনাইছে । মন কৰিবলগীয়া যে চলিত মাহতে ইষ্টানবুলত থকা ষষ্ঠ শতিকাৰ বিখ্যাত স্থাপত্য হেগিয়া ছ’ফিয়া যাদুঘৰক তুৰস্ক চৰকাৰে মছজিদলৈ ৰূপান্তৰ কৰে । দেশখনৰ চৰকাৰৰ এনে পদক্ষেপক ইতিমধ্যে বিশ্বজুৰি নিন্দা কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GurdwaraindiaLahoreProtest
publisher

publisher

Related Posts

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ
Assam

শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d