Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সংঘাত তীব্রতৰ হৈছে কংগ্ৰেছত

publisher by publisher
August 2, 2020
in India, News
Reading Time: 1 min read
0
সংঘাত তীব্রতৰ হৈছে কংগ্ৰেছত
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

কংগ্ৰেছৰ ভিতৰচ’ৰাত দ্বন্দ ক্ৰমাৎ তীব্রতৰ হৈছে । দিনকেইটাত দলীয় অন্তৰ্দ্বন্দই কংগ্ৰেছত প্ৰকাশ্য ৰূপ ধাৰণ কৰিছে । ইউ পি এ চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আছিল মনিষ তিৱাৰী । তেওঁ মুকলিকৈ প্ৰশ্ন উত্থাপন কৰে যে কংগ্ৰেছৰ ডুবন্ত নাৱৰ কাৰণ ইউ পি এ চৰকাৰৰ ব্যৰ্থতা নেকি সেয়া ফহিয়াই চোৱা উচিত । ইউ পি এ ত অন্তৰ্ঘাত হৈছিল নেকি সেয়াও বিতংভাৱে চোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে সাংসদজনে। লক্ষ্যণীয়ভাৱে একেই প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীৰ ঘনিষ্ঠ আন এজন সাংসদ ৰাজীৱ ছাটায়ে‌ ।

ADVERTISEMENT

প্রাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ উপৰি গোলাম নবী আজাদ, পি চিদাম্বৰম, আনন্দ শৰ্মাৰ দৰে জ্যেষ্ঠ নেতাসকল তথা ইউ পি এ চৰকাৰৰ প্ৰভাৱশালী নেতাসকল উপস্থিত আছিল । দলীয় সূত্ৰত প্ৰকাশ যে মন্ত্ৰী হিচাপে তেওঁলোক ক’ত ব্যৰ্থ হৈছিল সেয়াও পৰ্যালোচনাৰ প্ৰয়োজন আছে বুলি ছাটায়ে মন্তব্য কৰে ।

কংগ্ৰেছ দলনেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিতে দলীয় সাংসদৰ সতে হোৱা শেহতীয়া বৈঠকত ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । দলৰ তৰুণ নেতাসকলৰ নেতৃত্বৰ কঠোৰ সমালোচনাত মুখৰ হৈ পৰে । দলৰ দ্ৰুত স্থলনৰ বাবে ইউ পি এৰ কাৰ্যকালৰ শেহতীয়া কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰকে এইসকলে দোষাৰোপ কৰে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° সিঙৰ চৰকাৰৰ কাৰ্যকালৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু ৰাহুল গান্ধী বিগ্ৰেডৰ সদস্যসকলে দুটা ফৈদত বিভক্ত হয়। ২০১৪ চনত সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছৰে পৰা দলৰ আভ্যন্তৰত সৃষ্টি হোৱা বিভাজন এই চৰকাৰে দোষমূৰ পাতি লোৱা উচিত। কংগ্ৰেছৰ ভিতৰচৰাৰ এনে বাদ-বিবাদৰ পাছত বিশেষকৈ তৰুণ প্ৰজন্মৰ সমালোচনাৰ পাছত দলৰ একাংশই ড° সিঙৰ পক্ষত থিয় দিবলৈ টুইটাৰৰ আশ্ৰয় লয় ।

আনন্দ শর্মা, শশী থাৰু, মনিষ তিৱাৰী, মিলিন্দ দেউৰা আদিৰ দৰে ড° সিঙৰ মন্ত্ৰীসভাৰ সদস্যসকল তেওঁলোকৰ সুৰক্ষাত নামি পৰে । তেওঁৰ বিৰুদ্ধে কৰা সমালোচনা তথ্য ভিত্তিত নহয় আৰু উদ্দেশ্যেপ্ৰণোদিত বুলি কয় । ১০ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ সফলতাৰ দীঘল তালিকা টুইটাৰত প্ৰকাশ কৰে আনন্দ শর্মাই । তদুপৰি এই কাৰ্যকাল কিদৰে বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’ল তথা বিজেপিৰ বিদ্বেষপূৰ্ণ অসত্য প্ৰচাৰৰ গ্ৰাসত পৰিলে সেয়াও স্পষ্ট কৰে। শেহতীয়াভাৱে এইদৰে কংগ্ৰেছৰ আভ্যন্তৰত সৃষ্টি হোৱা বিবাদ ক্ৰমাৎ প্ৰকট হোৱাত ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressindiaManmohan Singh
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d