Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মৃত্যুৰ কেইঘণ্টামান পূৰ্বে নিজৰ মানসিক স্থিতিৰ কথা গুগলত কিয় চাইছিল সুশান্তে?

publisher by publisher
August 3, 2020
in India, News
Reading Time: 1 min read
0
অৱশেষত গংগাত মিলি গ’ল সুশান্ত সিং ৰাজপুত
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

দিন বাগৰি যোৱাৰ লগে লগে অধিক ৰহস্যৰ মাজলৈ গতি কৰিছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা । সোমবাৰে মুম্বাইৰ আৰক্ষীৰ অধীক্ষক পৰমবীৰ সিঙে কয় যে অভিনেতাজনৰ বাইপ’লাৰ ডিছঅ’ডাৰৰ চিকিৎসা হৈছিল ৷ লগতে পৰমবীৰ সিঙে কয় যে মৃত্যুৰ কিছুদিন পূৰ্বে সুশান্তৰ মেনেজাৰ দিশা চেলিয়নৰ সন্দৰ্ভত গুগলত চাৰ্চ কৰিছিল । আনহাতে আত্মহত্যা কৰা কেইঘন্টামান পূৰ্বে নিজৰ মানসিক অসুস্থতাৰ সন্দৰ্ভতো গুগল কৰিছিল সুশান্তে ৷ এই তথ্য সুশান্তৰ লেপটপ আৰু ফোনত পোৱা গৈছে ৷

ADVERTISEMENT

ইপিনে মুম্বাইৰ আৰক্ষীৰ অধীক্ষক পৰমবীৰ সিঙৰ মতে “নিজৰ স্বাস্থ্য সন্দৰ্ভত মৃত্যুৰ আগেয়ে গুগলত চাৰ্চ কৰাৰ লগত সুশান্তে ভয় খাইছিল যে তেওঁৰ নাম দিশা চেলিয়নৰ নামৰ লগত জড়িত হৈ পৰিব ।” ইপিনে অধীক্ষকজনে কয় যে “প্ৰয়াত অভিনেতাজনৰ আছিল বায়’পোলাৰ ডিজঅ’ডাৰ ৷ তাৰ কাৰণে চিকিৎসাধীন হৈ আছিল সুশান্ত । ইয়াৰ পিছতে আত্মহত্যাৰ পথ বাছি লৈছিল অভিনেতাজনে ৷

আনহাতে এই ঘটনাত মহাৰাষ্ট্ৰৰ প্ৰধান শাসক দল শিৱসেনাৰ এজন ঘনিষ্ঠ ৰাজনৈতিক নেতাৰ নাম সাঙুৰ খাইছে  ৷ সেই প্ৰসংগত পৰমবীৰ সিঙে কয় যে এই পৰ্যন্ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ৰাজনৈতিক নেতাৰ নাম পোৱা এই ঘটনা জড়িত পোৱা নাই । ১৬ জুনত সুশান্তৰ পিতৃ, ভগ্নী আৰু ভিনীহিয়েকক পুনৰ সোধ পোচ কৰি সকলোৰে ভাষ্য ৰেকৰ্ড কৰে । অৱশ্যে এই পৰ্যন্ত সন্দেহজনকভাৱে কোনো লোকক চিনাক্ত কৰিব পৰা হোৱা নাই ।আনহাতে সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীক একাধিকবাৰ সোধপোছ কৰিছে ৷

উল্লেখযোগ্য যে ২৫ জুলাইত সুশান্তৰ পিতৃয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে পাটনা ৰাজীৱ নগৰ পুলিচ ষ্টেশ্যনত এখন এফআইআৰ দাখিল কৰে  ৷ ইপিনে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল । আৰক্ষী সুশান্তৰ মৃত্যুক আত্মহত্যা বুলি ক’লেও কিন্তু গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীকে ধৰি বহু লোকেই সম্প্ৰতি সুশান্তৰ মৃত্যুৰ চিবিআইৰ তদন্ত বিচাৰিছিল ৷ অৱশ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অনিল দেশমুখে সুশান্তৰ আত্মহত্যাৰ চিবিআইৰ তদন্ত খাৰিজ কৰিছে লগতে দেশমুখৰ মন্তব্য যে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰিবলৈ মুম্বাইৰ আৰক্ষী সক্ষম ।

উল্লেখযোগ্য যে আৰক্ষীয়ে সুশান্তৰ ঘৰৰ পৰা কোনো চুইচাইড ন’ট উদ্ধাৰ কৰা নাই । যদি কোনো চুইচাইড ন’ট পালেহেঁতেন তেতিয়া সুশান্তৰ মৃত্যু তদন্তই দীঘলীয়া নহলহেঁতেন ৷ আনহাতে আৰক্ষীয়ে সুশান্তৰ আত্মহত্যাৰ পিছত কোনো ব্যক্তিগত শত্ৰু বা অন্য কিবা ঘটনা জড়িত হৈ আছে নেকি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODRhea ChakrabortySushant Singh Rajput
publisher

publisher

Related Posts

আপুনি ধাৰণ কৰা এআই অৱতাৰে পৰিৱেশৰ কিমান ক্ষতি কৰিলে জানেনে?
India

September 12, 2026
বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!
International

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!

September 12, 2026
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন
Assam

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন

September 12, 2026
Assam

September 12, 2026
Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা
Assam

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

September 12, 2026
Assam

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d