Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

“ৰেল বচাওক-দেশ বচাওক” ধ্বনিৰে সমগ্ৰ দেশৰ ৰেল কৰ্মীয়ে কৰিলে প্ৰতিবাদ

publisher by publisher
August 9, 2020
in India, News
Reading Time: 1 min read
0
“ৰেল বচাওক-দেশ বচাওক” ধ্বনিৰে সমগ্ৰ দেশৰ ৰেল কৰ্মীয়ে কৰিলে প্ৰতিবাদ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন (এ.আই.আৰ.এফ)ৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰেলৰ অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, বেংগল, বিহাৰ আদি ঠাইত ভাৰত ত্যাগৰ আজিৰ বিশেষ দিনটোতে এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে প্ৰতিবাদ দিৱস হিচাপে পালন কৰে ।

ADVERTISEMENT

এই উপলক্ষে এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা এ.আই.আৰ.এফৰ সভাপতি ৰাখাল দাসগুপ্তই কয় যে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত আজি ৰেল কৰ্মীসকলে সমগ্ৰ দেশতে নিজ নিজ কৰ্মস্থলীত আৰু ৰেলৱে ষ্টেচন সমূহত মুখত মাস্ক পিন্ধি শাৰিৰীক দূৰত্ব বজাই ৰাখি হাতে হাতে প্লেকাৰ্ড লৈ ‘ৰেল বচাওক-দেশ বচাওক’ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ।

প্ৰতিবাদৰ অন্তত এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ সদস্য সকলে ৰেল ব্যক্তিগতকৰণৰ বিৰোধীতাৰে আৰু প্ৰতিবাদৰ ফটো ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰেলমন্ত্ৰীলৈ টুইটযোগে প্ৰেৰণ কৰে । কেৱল ইমানেই নহয় তলাবন্ধ চলি থকাৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে যোৱা কেইমাহমানৰ ভিতৰতে একাধিক শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি দেশৰ যি অমংগল সাধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰো দিছে সৰ্বভাৰতীয় নেতাগৰাকীয়ে ।

দাসগুপ্তই ৰেল ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা কৰি কয়, “দেশত সম্প্ৰতি ১৩,৪৫২খন যাত্ৰীবাহী, ৯,১৪১ খন মালবাহী গাড়ীৰ দ্বাৰা যাতায়তৰ সেৱা আগবঢ়াই আহিছে লক্ষ্য লক্ষ্য ৰেল শ্ৰমিকে । দৈনিক ২.৩০ কোটি ৰেল যাত্ৰী কঢ়িওৱা ভাৰতীয় ৰেল পৰিবহণ সেৱা এচিয়াৰ ভিতৰতে বৃহত্তম চৰকাৰী খণ্ড, যিটো দক্ষতাৰে পৰিচালনা কৰি আহিছে ১.৪০ নিযুত বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীয়ে ।”

দাসগুপ্তই আৰু কয় যে ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰেলৱেই ৬০১৪ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে ৰেল যাতায়তৰ সেৱাই হৈছে -দেশৰ কোটি কোটি দুখীয়া শ্ৰেণীৰ লোকৰ বাবে আটাইতকৈ কম খৰচী সেৱা, য’ত মাত্ৰ ১০ টকাতে প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বৰ যাত্ৰা অতিক্ৰম কৰিব পাৰে একোজন যাত্ৰীয়ে । ইমানৰ পিছতো ৰেলৱে খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিব ওলোৱা কাৰ্য এক দুৰ্ঘোৰ অন্যায় আৰু জনবিৰোধী নীতি বুলি নেতাগৰাকীয়ে অভিহিত কৰে । এই নীতি যদি প্ৰত্যাহাৰ কৰা নহয়, তেন্তে তাৰ দ্বাৰা দেশৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহেই অধিক ক্ষতিৰ সন্মুখীন হ’ব ।

শ্ৰমিক নেতাজনে কয় যে ব্যক্তিগতকৰণৰ ফলত সাংঘাটিক ধৰণে যাত্ৰীৰ আৰু মাল-বস্তু কঢ়িওৱা ভাড়া বৃদ্ধি পাব । গতিকে জনসাধাৰণৰ আৰ্থিক দিশটোতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব । বয়বস্তুৰ দাম বাঢ়িব, চৰকাৰী নিযুক্তি সম্পূৰ্ণ বন্ধ হৈ যাব আৰু ঠিকাভিত্তিক নিযুক্তিৰে ব্যক্তিগত পূজিপতিয়ে শ্ৰমিকক শোষণ কৰিব । বছৰি এক কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ পতিশ্ৰুতিৰে দেশৰ শাসনভাৰ লোৱা বিজেপি চৰকাৰে ইতিমধ্যে নতুন নিযুক্তি বন্ধ কৰি খালী থকা পদৰ বিলুপ্তিকৰণেৰে নিবনুৱা সংস্থাপনৰ বাট চিৰদিনৰ বাবে বন্ধ কৰিছেই বুলি দাসগুপ্তই দাবী কৰে ।

গুৰুত্বপূৰ্ণ কথা যে কল্যাণকামী ৰাষ্ট্ৰ এখনত ৰে’লৱেৰ জনসাধাৰণৰ প্ৰতি থকা সামাজিক দায়বদ্ধতাক লাভ-লোকচানৰ মাপকাঠিৰে জোখাটো সমীচিন নহয় । এন.এফ.ৰেলৱে মজদুৰ ইউনিয়ন আৰু এ.আই.আৰ.এফে চৰকাৰৰ হঠকাৰী, জনবিৰোধী সিদ্ধান্তবোৰৰ বিৰোধিতা কৰি ইতিমধ্যে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰেলৱেতো কে’বালানিও আন্দোলনৰ কাৰ্যসূচী সফলতাৰে পালন কৰিছে বুলি প্ৰেছ বাৰ্তাটোত কোৱা হয় । ব্যক্তিগত কৰণৰ ফলত জনসাধাৰণৰ লগতে শ্ৰমিক-কৰ্মচাৰী সকলৰ আৰ্থিক, সামাজিক আদি বিভিন্ন দিশত প্ৰচুৰ ক্ষতি সাধন কৰিব আৰু এনে কাৰ্য গৰিহণাৰ যোগ্য -নেতাগৰাকীয়ে কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIRFindia
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d