Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

    Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড

    অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

    পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বতৰৰ আগজাননী সতৰ্কীকৰণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

publisher by publisher
August 11, 2020
in Assam, India, News
Reading Time: 1 min read
0
নতুন শিক্ষা নীতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ কনফাৰেন্স
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

দেশৰ ছয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ স’তে আলোচনাত বানপানীৰ সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷প্ৰধানমন্ত্ৰী মোদীয়ে অসম বিহাৰ,উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰ,কৰ্ণাটক আৰু কেৰেলাৰ মুখ্যমন্ত্ৰীসকলৰ স’তে ভাৰ্চুৱেল বৈঠক সম্পন্ন কৰি বান পৰিস্থিতি পুনৰীক্ষণ কৰে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱনী প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ কৰি বতৰৰ আগজাননী আৰু সতৰ্কীকৰণ ব্যৱস্থাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

ADVERTISEMENT

তেওঁ বানপানীৰ আগজাননী এক স্থায়ী ব্যৱস্থা আৰু স্থানীয় আগতীয়া সতৰ্ক ব্যৱস্থাত বিনিয়োগ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত উন্নত সমন্বয় ৰক্ষাত গুৰুত্ব আৰোপ কৰে ।বৈঠকত মুখ্যমন্ত্ৰীসকলে বানৰ পৰিস্থিতি আৰু নিজ ৰাজ্যৰ উদ্ধাৰ অভিযান সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে ৷বৈঠকত লগতে উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী,স্বাস্থ্যমন্ত্ৰী ,গৃহবিভাগৰ দুই ৰাজ্যিক মন্ত্ৰী আৰু সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ বিষয়ববীয়া আৰু সংস্থাসমূহ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত বছৰবোৰত বতৰৰ আগজাননী দিয়া সংস্থাসমূহ যেন ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় জল আয়োগে উন্নত তথা অধিক ব্যৱহাৰ যোগ্য বানৰ আগজাননী বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ইপিনে,কৰ’না পৰিস্থিতিত উদ্ধাৰ অভিযান সন্দৰ্ভত তেওঁ উদ্বেগ ব্যক্ত কৰি কয় যে মানুহে যাতে মুখত মাস্ক পৰিধান,ছেনিটাইজাৰৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয় শাৰীৰিক দূৰত্ব বজাই ৰাখে সেয়া ৰাজ্যসমূহে নিশ্চিত কৰিব লাগিব ৷

সাহায্য সামগ্ৰীত হাত ধোৱা বা ছেনিটাইজাৰ সামগ্ৰী আৰু আক্ৰান্ত লোকৰ বাবে ফেচ মাস্ক অন্তৰ্ভূক্ত হ’ব লাগিব। বয়সস্থ লোক,গৰ্ভৱতী মহিলা আৰু জটিল ৰোগাক্ৰান্তসকলৰ বাবে বিশেষ ব্যৱস্থা থাকিব লাগিব ৷প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট মন্ত্ৰণালয়ৰ বিষয়াবৰ্গক ৰাজ্যসমূহে আগবঢ়োৱা পৰামৰ্শৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। বিভিন্ন দুৰ্যোগৰ মোকাবিলাৰ ক্ষেত্ৰত কেন্দ্ৰই সমৰ্থন আগবঢ়াই যাব বুলিও তেওঁ ৰাজ্যসমূহক আশ্বস্ত কৰে ৷বৈঠকত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু ক্ষয় ক্ষতিৰ বিষয়ে অৱগত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam FloodNarendra Modi
publisher

publisher

Related Posts

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ
Assam

September 15, 2026
Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড
Assam

Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড

September 15, 2026
অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক
Assam

অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

September 14, 2026
পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা
Assam

পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

September 14, 2026
মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল
Entertainment

মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

September 14, 2026
প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d