Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সমগ্ৰ বিশ্ববাসীলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৰাছিয়াই

publisher by publisher
August 11, 2020
in COVID-19, News, world
Reading Time: 1 min read
0
সমগ্ৰ বিশ্ববাসীলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৰাছিয়াই
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

“মই মোৰ দুগৰাকী জীয়ৰীৰ ভিতৰত এগৰাকীক কৰ’না ভাইৰাছৰ ভেকচিন দিছো। আৰু এতিয়া তেওঁ সুস্থ ৷”আজি এই কথা সদৰী কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ।লগতে পুটিনে কৰ’না ভাইৰাছৰ সুৰক্ষিত ভেকচিন তৈয়াৰ কৰাৰ কথাও ঘোষণা কৰে। সমগ্ৰ বিশ্বত কৰ’নাৰ সংহাৰী ৰূপৰ মাজতে ৰাছিয়াৰ কৰ’না ভাইৰাছৰ ভেকচিনৰ খবৰে সম্প্ৰতি সকলোৰে মাজত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

ADVERTISEMENT

ৰাছিয়াৰ এক বিশেষ সূত্ৰৰ মতে Gam Covid Vac Lyo নামৰ ভেকচিনে স্বাস্থ্য মন্ত্ৰণালয়ৰ মঞ্জুৰী লাভ কৰিছে ৷সুত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি এই ভেকচিনক প্ৰাৰম্ভিক পৰ্যায়ত মেডিকেল কৰ্মী,শিক্ষক আৰু জৰুৰীকালীন সেৱাত জৰিত লোকসকলক দিয়া হ’ব। ইফালে ৰাছিয়াই পূৰ্বেই উল্লেখ কৰিছিল যে তেওঁলোকে ভেকচিন প্ৰস্তুত কৰাৰ কাৰ্যত যথেষ্ট সফল হৈছে ৷১০-১২ আগষ্টৰ ভিতৰত ভেকচিনৰ পঞ্জীয়ন কৰা হ’ব ।অৱশ্যে এই ভেকচিনক লৈ আমেৰিকাই ৰাছিয়াৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। কৰ’নাৰ এই ভেকচিনটো প্ৰস্তুত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু গামালেয়া নেশ্যনেল চেন্টাৰ ফৰ ৰিছাৰ্ছ অন এপিডিমিঅ’ল’জি এণ্ড মাইক্ৰবায়’লজিৰ যুটীয়াভাবে প্ৰস্তুত কৰিছে ৷

সকলো যাৱতীয় কাৰ্য সঠিকমতে ৰূপায়ণ হ’লে এই ভেকচিনটো অক্টোবৰত লোকসকলে লাভ কৰিব ৷ আনহাতে ৰাছিয়াৰ এক সংবাদ মাধ্যমৰ মতে আজি দেশখনৰ শীৰ্ষ নেতৃত্বৰ লগত ৰাষ্ট্ৰপতি পুটিনৰ হোৱা মত বিনিময়ত কয় ” আজি পুৱা আমি বিশ্বৰ প্ৰথমটো কৰ’না ভাইৰাছৰ ভেকচিনক পঞ্জীয়ন কৰিলো৷” পুটিনৰ লগত এই সংবাদ মেলত দেশখনৰ স্বাস্থ্যমন্ত্ৰী মিখাইল মুশ্বাৰফেও অংশ লৈছিল ৷

স্বাস্থ্যমন্ত্ৰী মুশ্বাৰফে কয়” আমাৰ ভেকচিনে ভাল ফলাফল দিছে আৰু শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিছে। মই আকৌ কৈছো যে ইয়াৰ কাৰণে ভেকচিনৰ সকলো পৰীক্ষা সম্পূৰ্ণ হ’ল।”আনহাতে ৰাছিয়াই পূৰ্বতে দাবী কৰা অনুসৰি ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল ১০০ শতাংশ সফল হৈছে ।যিসকল লোকে এই ভেকচিন লৈছে তেওঁলোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে ৷ ইপিনে ৰাছিয়াৰ এই ভেকচিনক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰিও বহু বিশেষজ্ঞ আশংকা প্ৰকাশ কৰিছে ৷ হুৰ আশংকা যে যিসকলৰ এন্টীব’ডিজ তৈয়াৰ হৈ আছে সেইসকলৰ কাৰণে এই ভেকচিন বিপদজনক হ’ব পাৰে।

ৰাছিয়াৰ ৰোগ সংক্ৰমক বিশেষজ্ঞ আলেকজেণ্ডাৰ চেপুৰন’বে এই ভেকচিনৰ যাৱতীয় তথ্য ৰাজহুৱা নকৰাৰ কাৰণে সন্দেহ কৰিছে। বিশেষজ্ঞৰ মতে যিকোনো ভেকচিন প্ৰয়োগ কৰিলে ভাইৰাছ বৃদ্ধি পোৱাৰ আশংকা অধিক ৷বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰাছিয়াই ভেকচিন তৈয়াৰ কৰিবলৈ নীতি নিৰ্দেশনা মানি চলা নাই। গতিকে ভেকচিনৰ সফলতাত আশা কৰাটো কঠিন। কিন্তু আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ঘোষণাক বিশ্ব স্বাস্থ্য সংস্থাই কেনেদৰে লয় সেয়া হ’ব লক্ষ্যনীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona Viruscovid19RussiaVladimir Putin
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d