Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen khetra:বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিৰে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জীপাল হ’ল সোণাপুৰৰ জুবিনক্ষেত্র

    উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

    মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

    ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল

    Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন

    মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

    মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মালিগাঁৱৰ আদিংগিৰি পাহাৰত বাঘ পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা বন বিভাগৰ

publisher by publisher
August 22, 2020
in Assam, City, News
Reading Time: 1 min read
0
মালিগাঁৱৰ আদিংগিৰি পাহাৰত বাঘ পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা বন বিভাগৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

Maligaon Incident:মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা

Two Paddlars arrested with fake gold in Maligaon:মহানগৰীৰ মালিগাঁৱত নকল সোণ সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ বিশেষ তৎপৰতা অব্যাহত আছে। গুৱাহাটী আঞ্চলিক বন বিষয়া পংকজ কলিতাৰ উপস্থিতিত আজি পুৱা প্ৰায় আঠ বজাৰ পৰা পিঞ্জৰা পাতিবলৈ বন বিভাগৰ লোকে যো-জা কৰে । অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা অনা পিঞ্জৰাত ছাগলীক টোপ দি বাঘ ধৰাৰ কৌশল অৱলম্বন কৰিছে বন বিভাগৰ দলটোয়ে।

ADVERTISEMENT

লগতে খানামুখ খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া ৰূপম হালৈৰ নেতৃত্বত বনকর্মীৰ এটা দলে আদিংগিৰি পাহাৰত বাঘৰ গতিবিধি নিৰীক্ষণ কৰে। তদুপৰি, পূৱ কামৰূপ বন সংমণ্ডল বন সংমণ্ডল প্ৰাধিকাৰী ৰাজীৱ বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখ্য যে, কালি উক্ত অঞ্চলত নাহৰফুটুকী বাঘৰ আক্ৰমণত শিৱম কুমাৰ নামৰ এটি শিশুৰ মৃত্যু হৈছিল।

সমনীয়াৰ সৈতে খেলি থাকোতে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে আক্ৰমণ কৰি শিশুটিক ডিঙিত কামুৰি সোঁচৰাই লৈ গৈছিল। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত বাঘৰ আতংকৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত স্থানীয় লোকে জনোৱা মতে আদিংগিৰি পাহাৰৰ উক্ত অঞ্চল বাঘৰ কৰিড’ৰ। কুকুৰ বা আন পোহনীয়া জন্তুৰ চিকাৰত উক্ত স্থানত প্ৰায়ে বাঘে মুক্ত বিচৰণ কৰে। অতি শীঘ্ৰে বন বিভাগে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হ’ব বুলি অঞ্চলবাসী আশাবাদী। উল্লেখ্য যে, আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত মৃত শিশুটিৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত ভূতনাথ শ্মশানত শেষকৃত কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Maligaon
publisher

publisher

Related Posts

Zubeen khetra:বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিৰে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জীপাল হ’ল সোণাপুৰৰ জুবিনক্ষেত্র
Assam

September 17, 2026
উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী
India

উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

September 17, 2026
মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ
Assam

মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

September 17, 2026
ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল
Assam

ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল

September 17, 2026
Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন
Assam

Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন

September 17, 2026
মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ
International

মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d