Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তলাবন্ধৰ প্ৰভাৱঃ ৪০ দিনত ৬৯ লাখৰ চাকৰিৰ আবেদন

publisher by publisher
August 25, 2020
in India, News
Reading Time: 1 min read
0
তলাবন্ধৰ প্ৰভাৱঃ ৪০ দিনত ৬৯ লাখৰ চাকৰিৰ আবেদন
1
SHARES
11
VIEWS
ShareShareShareShare

দেশৰ নিবনুৱা সমস্যাই দিনক দিনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এটি নিয়োগ সম্পৰ্কীয় প’ৰ্টেলে এই ভয়াৱহ ছবি দাঙি ধৰিছে। দেশত কৰ’না পৰিস্থিতিত কৰ্মহীন হৈ পৰিছে কোটি কোটি লোক । ইয়াৰ স’তে মোকাবিলা কৰিবলৈ যোৱা ১১ জুলাইত এটি নিয়োগ পৰ্টেল আৰম্ভ কৰে কেন্দ্ৰীয় চৰকাৰে ৷ এই পৰ্টেলত ৪০দিনত ৬৯ লাখৰ অধিক লোকে চাকৰি বিচাৰি আবেদন দাখিল কৰে ৷ ইমান বৃহৎ সংখ্যক আবেদনকাৰিৰ বিপৰীতে তেনেই নগণ্য সংখ্যক লোকেহে চাকৰি লাভ কৰিছে ৷

ADVERTISEMENT

আত্মনিৰ্ভৰশীল এমপ্লয়ী এমপ্লয়াৰ মেকিং পৰ্টেলৰ পৰা সংগৃহীত কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ১৪ আগষ্টৰ ২১ আগষ্টৰ সাত দিনত ভিতৰত সাত লাখ লোকে পঞ্জীয়ন কৰিছে ৷ কিন্তু কামত যোগ দিছে মাত্ৰ ৬৯১ জনে ৷৬৪ লাখ নথিভুক্তৰ ভিতৰত এক লাখ ৫৯ জনক কামৰ প্ৰস্তাৱ দিয়া হয় যদিও তেওঁলোকৰ ভিতৰত যোগদান কৰে মাত্ৰ ৭৭০০ জনে ৷

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

চৰকাৰী সূত্ৰত প্ৰকাশ কৰে যে দৰ্জি ইলেকট্ৰিচিয়ান,চিলাই মেচিন চালক,কুৰিয়াৰ ডেলিভাৰী এক্সিকিউটিভ,নাৰ্ছ আদিৰ বাবে সৰ্বাধিক আবেদন দাখিল কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি সৰ্বাধিক সংখ্যক শ্ৰমিকৰ ঘাটি আছে দিল্লী, কৰ্ণাটক, হাৰিয়ানা, তামিলনাডু আৰু তেলেংগানাত ।বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা এই ৰাজ্যসমূহত কৰ্মৰ তাগিদাত বহু শ্ৰমিক যায় । কিন্তু মাৰ্চত তলাবন্ধ আৰম্ভ হোৱাত প্ৰব্ৰজিত শ্ৰমিকসকল ঘৰলৈ উভতি আহে।

এই পৰ্টেলৰ তথ্য অনুসৰি ৫১৪টা সংস্থাই নাম অন্তৰ্ভুক্ত কৰিছে ৷তাৰ ভিতৰত ৪৪৩ টা সংস্থাই ২৯২ হেজাৰ পদৰ বাবে বিজ্ঞাপন দিছে ৷ ইয়াৰ ভিতৰত এক লাখ ৪৯ হেজাৰক কামৰ প্ৰস্তাৱ দিয়া হৈছে। এইসকলৰ ভিতৰত সৰ্বাধিক আৰু ৭৩.৪ শতাংশ কামৰ প্ৰস্তাৱ আহিছে স্বাস্থ্য আন্তঃগাঁথনি,বেংক,বীমা আৰু নিৰ্মাণ সংস্থাৰ পৰা ৷ সৰ্বাধিক কামৰ বাবে আবেদন দাখিল কৰা হৈছে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তামিলনাডু আৰু দিল্লীৰ পৰা ৷ পৰ্টেলৰ তথ্য অনুসৰি মুঠ কামৰ প্ৰস্তাৱৰ ভিতৰত ৭০ শতাংশ কৰ্ণাটক, দিল্লী, হাৰিয়ানা, তেলেংগানা আৰু তামিলনাডু ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indiaLockdown
publisher

publisher

Related Posts

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d